• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

জি চি এফ চি ফুটবল স্কুলৰ সৰুসজাই কেন্দ্ৰ মুকলি

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , November 28, 2019 6:15 pm

1 min read

Coaching center

প্ৰশিক্ষণ কেন্দ্ৰটো মুকলিৰ সময়ত

2.5k
VIEWS
Share on FacebookShare on Twitter

ৰৌতা আৰু বিশ্বনাথ চাৰিআলিৰ পাছত গুৱাহাটী চিটি এফ চি(জিচিএফচি)য়ে বৃহস্পতিবাৰে সৰুসজাইৰ নালপাৰাত থকা ইণ্টাৰনেশ্যনেল স্কুলৰ সহযোগত প্ৰাথমিক ফুটবল প্ৰশিক্ষণ কেন্দ্রটো মুকলি কৰে।

প্ৰতিভাৱান শিশুসকলক প্ৰাথমিক ফুটবল প্ৰশিক্ষণ দিয়াৰ উদ্দেশ্যে জিচিএফচিয়ে ইণ্টাৰনেশ্যনেল স্কুলৰ সৈতে সহযোগিতাৰে ৰাজ্যৰ বিভিন্ন স্থানত ফুটবল প্ৰশিক্ষণ স্কুল স্থাপন কৰি আহিছে।

বৃহস্পতিবাৰে জি চি এফ চিয়ে গুৱাহাটীত ইয়াৰ প্ৰথমটো প্ৰশিক্ষণ কেন্দ্র মুকলি কৰে।

গুৱাহাটীৰ নালপাৰাত স্থাপন হোৱা বিদ্যালয়খনত ৪ ৰ পৰা ১৫ বছৰ বয়সৰ ভিতৰৰ প্ৰায় ৫০ গৰাকী ছাত্ৰ-ছাত্ৰী আছে যিসকলক সৰ্বভাৰতীয় ফুটবল ফেডাৰেশ্যনৰ দ্বাৰা স্বীকৃত প্ৰশিক্ষক বিতোপন সোণোৱাল আৰু তেওঁৰ সহযোগী সকলে প্ৰশিক্ষণ প্ৰদান কৰিব।

আনহাতে, বিদ্যালয়খনৰ ফুটবল প্ৰশিক্ষণ প্ৰাপ্ত ছাত্ৰ-ছাত্ৰীসকলে অভিজ্ঞতাৰ বাবে চলি থকা গ্ৰেটাৰ গুৱাহাটী বেবী লীগতো অংশগ্ৰহণ কৰিব।

জি চি এফ চিৰ ফুটবল প্ৰশিক্ষণ কেন্দ্রটো ইণ্টাৰনেশ্যনেল স্কুলৰ সঞ্চালক মামনি ডেকাই মুকলি কৰে। জি চি এফ চিৰ কৰ্তৃপক্ষৰ তৰফৰ পৰা ডেকাক সম্বৰ্ধনা জনোৱা হয়।

Recent News

সকলো লোককে দিয়া হ’ব বিনামূলীয়া কোভিড ভেকচিন; এইখন ৰাজ্যৰ কেবিনেটত প্ৰস্তাৱ গ্ৰহণ

বহু কেইখন দেশলৈ কোভিড ভেকচিনেৰে সহায় ভাৰতৰ; আমেৰিকাৰ উচ্চ প্ৰশংসা

জাকাই ইক' কেম্প

পৰ্যটন ক্ষেত্ৰত ন-সংযোজন ৰাঙলু পাহাৰগুৰিৰ জাকাই ইক’ কেম্প; পৰ্যটকক আদৰিবলৈ সাজু

ৱেষ্ট ইণ্ডিজক হৰুৱাই এদিনীয়া শৃংখলাত বাংলাদেশৰ শ্ৰেষ্ঠত্ব

ৱেষ্ট ইণ্ডিজক হৰুৱাই এদিনীয়া শৃংখলাত বাংলাদেশৰ শ্ৰেষ্ঠত্ব

WhatsApp Image 2021-01-23 at 11.48.57 AM

ৰাহানেৰ মহানুভৱতা! কেংগাৰুৰ প্ৰতিকৃতি থকাৰ বাবেই নাকাটিলে কেক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd