• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাছিয়াৰ প্ৰভাৱৰ পৰা ভাৰতক মুক্ত কৰিবলৈ সক্ৰিয় জাৰ্মানী! টোপ অত্যাধুনিক চাবমেৰিনৰ

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
February 24, 2023 6:37 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইউক্ৰেইন যুদ্ধত বিভক্ত হৈ পৰিছে বিশ্ব। আমেৰিকা আৰু পশ্চিম ইউৰোপীয় দেশসমূহে ৰাছিয়াক বিচ্ছিন্ন কৰিবলৈ তৎপৰ হৈ পৰিছে। কিন্তু ভাৰত আৰু চীনৰ দৰে বিশ্বৰ অন্যতম শক্তি মস্কোৰ পক্ষত থকাৰ বাবে সেই প্ৰচেষ্টা সফল হোৱা নাই। সেয়ে ভাৰতক ৰাছিয়াৰ প্ৰভাৱৰ পৰা মুক্ত কৰিবলৈ এইবাৰ সক্ৰিয় হৈ পৰিছে জাৰ্মানী। এইবাৰ বাৰ্লিনে নতুন দিল্লীক অত্যাধুনিক চাবমেৰিনৰ টোপ দিছে।

বাতৰি অনুসৰি, জাৰ্মানীয়ে ভাৰতৰ সৈতে যুটীয়াভাৱে ছয়খন কনভেনশ্যনেল চাবমেৰিন নিৰ্মাণ কৰিবলৈ আগ্ৰহী। বাৰ্লিনে ভাৰতীয় নৌসেনাৰ আধুনিকীকৰণৰ বাবে ৫.২ বিলিয়ন ডলাৰৰ প্ৰকল্পৰ অধীনত অত্যাধুনিক ডিজেল-বৈদ্যুতিক চাবমেৰিন নিৰ্মাণ কৰিব বিচাৰে।

জাৰ্মান চেঞ্চেলৰ ওলাফ স্কলজ ২৫ ফেব্ৰুৱাৰীত দুদিনীয়া ভ্ৰমণত ভাৰতত উপস্থিত হ’ব। সেই ভ্ৰমণৰ সময়তে উক্ত চাবমেৰিনৰ বিষয়ে আলোচনা কৰাৰ কথা আছে।

Apply Now

পৰ্যবেক্ষকসকলৰ মতে, জাৰ্মানীয়ে ভাৰতক ৰাছিয়াৰ প্ৰভাৱৰ পৰা মুক্ত কৰিবলৈ সক্ৰিয় হৈ আছে। ছোভিয়েট আৰু ৰাছিয়াত নিৰ্মিত অস্ত্ৰ-শস্ত্ৰ সদায় ভাৰতীয় সেনাৰ মেৰুদণ্ড হৈ আহিছে। সেয়েহে, ইউক্ৰেইনৰ যুদ্ধৰ পৰিপ্ৰেক্ষিততো ভাৰতে শান্তিৰ বাৰ্তা প্ৰদান কৰিছে যদিও ভাৰত মস্কোৰ কাষত আছে। এইবাৰ জাৰ্মানীয়ে ৰাছিয়াৰ অস্ত্ৰৰ ওপৰত দিল্লীৰ নিৰ্ভৰশীলতা হ্ৰাস কৰিব বিচাৰিছে। শেহতীয়াকৈ বাৰ্লিনে এইটোও স্পষ্ট কৰি দিছিল যে ৰাছিয়াৰ পৰা ভাৰতৰ তেল ক্ৰয়ৰ ক্ষেত্ৰত ইয়াৰ কোনো দ্বিধা নাই।

বৰ্তমান, ভাৰতত প্ৰায় ১৬ খন ডিজেল-বৈদ্যুতিক চাবমেৰিন আছে। নৌসেনাৰ ওচৰত দুটা স্বদেশী ভাৱে নিৰ্মিত পাৰমাণৱিক শক্তিচালিত চাবমেৰিন আছে। মোডী চৰকাৰে ভাৰত মহাসাগৰত চীনৰ আধিপত্য প্ৰতিহত কৰিবলৈ নিজৰ চাবমেৰিন শক্তি বৃদ্ধি কৰিব বিচাৰে। জাৰ্মানীয়ে সেই সুযোগ গ্ৰহণ কৰি ভাৰতত অস্ত্ৰৰ বজাৰ দখল কৰিবলৈ চেষ্টা কৰি আছে।

প্ৰতিৰক্ষা বিশ্লেষকৰ একাংশই ধাৰণা কৰে যে চীনে ভাৰতৰ ওপৰত চাপ সৃষ্টি কৰিবলৈ ভাৰত মহাসাগৰত ইয়াৰ কাৰ্যকলাপ বৃদ্ধি কৰিছে। চীনে ভাৰত-আমেৰিকা যুক্তৰাষ্ট্ৰ-জাপান-অষ্ট্ৰেলিয়াৰ চতুৰ্দেশীয় অক্ষৰ ওপৰত চাপ সৃষ্টি কৰিবলৈ এই পদক্ষেপ গ্ৰহণ কৰিছে। সৰ্বোপৰি, চীনা সেনাই যুদ্ধৰ ক্ষেত্ৰত চুৱেজ খাললৈ যোৱা জলপথত অৱৰোধ সৃষ্টি কৰি নতুন দিল্লীৰ উদ্বেগ বৃদ্ধি কৰিব পাৰে।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হায়দৰাবাদত অবৈধ নিৰ্মাণৰ কৰুণ পৰিণতি! ৭ মহলীয়া ভৱন খহি ২ জনৰ প্ৰাণহানি, কেইবাজনো আহত

হায়দৰাবাদত অবৈধ নিৰ্মাণৰ কৰুণ পৰিণতি! ৭ মহলীয়া ভৱন খহি ২ জনৰ প্ৰাণহানি, কেইবাজনো আহত

August 22, 2026 9:46 pm
সুধাকণ্ঠৰ গীত কেৱল সুৰ নহয়, সমাজৰ দাপোণ! জন্ম শতবাৰ্ষিকীত উৎপল বৰপূজাৰীৰ বিশেষ তথ্যচিত্ৰ “মানুহৰ গান”

সুধাকণ্ঠৰ গীত কেৱল সুৰ নহয়, সমাজৰ দাপোণ! জন্ম শতবাৰ্ষিকীত উৎপল বৰপূজাৰীৰ বিশেষ তথ্যচিত্ৰ “মানুহৰ গান”

August 22, 2026 7:51 pm
১১৭ বছৰত ভৰি দিলে বিশ্বৰ আটাইতকৈ বয়সীয়াল ব্যক্তি ইথেল কেটাৰহামে

১১৭ বছৰত ভৰি দিলে বিশ্বৰ আটাইতকৈ বয়সীয়াল ব্যক্তি ইথেল কেটাৰহামে

August 22, 2026 6:13 pm
আধাৰ কাৰ্ডৰ ফটো সলনি কৰিব বিচাৰে নেকি? জানক ইয়াৰ সহজ নিয়ম আৰু সবিশেষ

আধাৰ কাৰ্ডৰ ফটো সলনি কৰিব বিচাৰে নেকি? জানক ইয়াৰ সহজ নিয়ম আৰু সবিশেষ

August 22, 2026 5:12 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হায়দৰাবাদত অবৈধ নিৰ্মাণৰ কৰুণ পৰিণতি! ৭ মহলীয়া ভৱন খহি ২ জনৰ প্ৰাণহানি, কেইবাজনো আহত

হায়দৰাবাদত অবৈধ নিৰ্মাণৰ কৰুণ পৰিণতি! ৭ মহলীয়া ভৱন খহি ২ জনৰ প্ৰাণহানি, কেইবাজনো আহত

August 22, 2026 9:46 pm
সুধাকণ্ঠৰ গীত কেৱল সুৰ নহয়, সমাজৰ দাপোণ! জন্ম শতবাৰ্ষিকীত উৎপল বৰপূজাৰীৰ বিশেষ তথ্যচিত্ৰ “মানুহৰ গান”

সুধাকণ্ঠৰ গীত কেৱল সুৰ নহয়, সমাজৰ দাপোণ! জন্ম শতবাৰ্ষিকীত উৎপল বৰপূজাৰীৰ বিশেষ তথ্যচিত্ৰ “মানুহৰ গান”

August 22, 2026 7:51 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd