• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, June 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

পিক পেলাওঁতে সাৱধান হওক মহানগৰবাসী : আপুনি এতিয়া নিৰীক্ষণত আছে, ভৰিব লাগিব জৰিমনা

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
July 10, 2019 8:38 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এতিয়াৰে পৰা মহানগৰীৰ ৰাস্তাৰ ডিভাইডাৰ, ৰেলিং, পদপথ আদিত তামোল, গুটখা, পান খাই পিক পেলালে ভৰিব লাগিব জৰিমনা।

উল্লেখযোগ্য যে মহানগৰীৰ ডিভাইডাৰ, ৰেলিং, পদপথ আদিত নতুনকৈ ৰং কৰাৰ পিছ মুহূৰ্ততে একাংশ অসচেতন লোকে তামোল, গুটখা খাই পিক পেলাই লেতেৰা কৰে। কিন্তু এতিয়াৰে পৰা এইসকল লোকক নাকী লগোবলৈ বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে গুৱাহাটী পৌৰ নিগমে।

Apply Now

এতিয়াৰে পৰা এইসকল লোক গুৱাহাটী পৌৰ নিগমে নতুনকৈ গঠন কৰি দিয়া ফ্লায়িং স্কোৱাদৰ নজৰত থাকিব। ৰাজহুৱা স্থান, পদপথ ইত্যাদিত পিক পেলালেই জৰিমনা বিহিব ফ্লায়িং স্কোৱাডে।

‘ৰাস্তাৰ কাষত এখন ৱালত পেইন্ট কৰিলে দুই ঘন্টাৰ পাছত ৱালখন পিক পেলাই লেতেৰা কৰে। তামোলৰ পিক পেলোৱাৰ লগতে জধে-মধে লেতেৰা কৰা সকলো ব্যক্তিকে ফাইন কৰা হ’ব।‘ ৯ জুলাইত ফ্লায়িং স্কোৱাড ব্যৱস্থাৰ শুভাৰম্ভণি হোৱাৰ পাছত গুৱাহাটী পৌৰ নিগমৰ আয়ুক্তই এইদৰে সকীয়াই দিয়ে মহানগৰৰ অসচেতন জনসাধাৰণক।

ইয়াৰোপৰি এই সন্দৰ্ভত অহা ১৩ জুলাইৰ পৰা মহানগৰীৰ ৱাৰ্ডসমূহত সজাগতা অভিযান আৰম্ভ কৰিব বুলি জানিবলৈ দি মালাকাৰে কয় ‘মহানগৰীখন পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি ৰাখিবলৈ জনসাধাৰণ প্ৰথমতে সজাগ হ’ব লাগিব, তেতিয়া আপুনা-আপুনি মহানগৰখন পৰিষ্কাৰ-পৰিচ্ছন্ন হৈ উঠিব।‘

আনহাতে অহা ২১ জুলাইৰ ভিতৰত সকলো ধৰণৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ সন্মুখত ডাষ্টবিন ব্যৱহাৰ কৰিবলৈয়ো নিৰ্দেশ দিয়ে আয়ুক্তগৰাকীয়ে। অনথ্যা ব্যৱসায়িক প্ৰতিষ্ঠানসমূহে জৰিমনা বিহিব। তাৰ পাছতো যদি ব্যৱসায়ীসকলে এই নিৰ্দেশনা নামানে তেন্তে ব্যৱসায়িক প্ৰতিষ্ঠানখনৰ বাণিজ্যিক অনুজ্ঞাপত্ৰ বাতিল কৰিব বুলিও তেওঁ সদৰী কৰে।

মন কৰিবলগীয়া যে কিছুদিন পূৰ্বে নতুনকৈ মেৰামতি কৰা দলঙখনত ৰঙৰ গোন্ধ নৌযাওঁতেই এতিয়া চাৰিওফালে ৰজনীগন্ধা, শিখৰ আৰু তামোলৰ পিক পেলাই লেতেৰা কৰি পেলাইছিল। তাক লৈ চ’ছিয়েল মেডিয়াত ব্যাপক চৰ্চা চলিছিল। এই বিষয়টোকলৈ অসম চৰকাৰৰ জনতাৰ চৰকাৰ অসম নামৰ টুইটাৰ হেণ্ডেলটোৰ পৰা এখন ফটো টুইট কৰাৰ পাছত বিষয়টো ৰাইজৰ মাজত অতি চৰ্চাৰ বিষয় হৈ পৰিছিল।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

বিশ্বকাপত নামিয়েই হেটট্ৰিক মেছিৰ! আলজেৰিয়াক সহজেই পৰাস্ত কৰি চেম্পিয়ন হোৱাৰ দিশে ধাৱমান আাৰ্জেন্টিনা

বিশ্বকাপত নামিয়েই হেটট্ৰিক মেছিৰ! আলজেৰিয়াক সহজেই পৰাস্ত কৰি চেম্পিয়ন হোৱাৰ দিশে ধাৱমান আাৰ্জেন্টিনা

June 17, 2026 9:16 am
আই এছ আইৰ সহায়ত ভাৰতত আক্ৰমণৰ ভয়ংকৰ পৰিকল্পনা! দিল্লীত গ্ৰেপ্তাৰ ৭ সন্ত্ৰাসবাদী, জাৰি কৰা হৈছে হাই এলাৰ্ট

আই এছ আইৰ সহায়ত ভাৰতত আক্ৰমণৰ ভয়ংকৰ পৰিকল্পনা! দিল্লীত গ্ৰেপ্তাৰ ৭ সন্ত্ৰাসবাদী, জাৰি কৰা হৈছে হাই এলাৰ্ট

June 17, 2026 8:50 am
দুৰ্যোগৰ সময়ত আৰু নাহে ইমাৰ্জেন্সি এলাৰ্ট : দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ ঘোষণা

দুৰ্যোগৰ সময়ত আৰু নাহে ইমাৰ্জেন্সি এলাৰ্ট : দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ ঘোষণা

June 17, 2026 7:13 am
ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

June 16, 2026 9:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিশ্বকাপত নামিয়েই হেটট্ৰিক মেছিৰ! আলজেৰিয়াক সহজেই পৰাস্ত কৰি চেম্পিয়ন হোৱাৰ দিশে ধাৱমান আাৰ্জেন্টিনা

বিশ্বকাপত নামিয়েই হেটট্ৰিক মেছিৰ! আলজেৰিয়াক সহজেই পৰাস্ত কৰি চেম্পিয়ন হোৱাৰ দিশে ধাৱমান আাৰ্জেন্টিনা

June 17, 2026 9:16 am
আই এছ আইৰ সহায়ত ভাৰতত আক্ৰমণৰ ভয়ংকৰ পৰিকল্পনা! দিল্লীত গ্ৰেপ্তাৰ ৭ সন্ত্ৰাসবাদী, জাৰি কৰা হৈছে হাই এলাৰ্ট

আই এছ আইৰ সহায়ত ভাৰতত আক্ৰমণৰ ভয়ংকৰ পৰিকল্পনা! দিল্লীত গ্ৰেপ্তাৰ ৭ সন্ত্ৰাসবাদী, জাৰি কৰা হৈছে হাই এলাৰ্ট

June 17, 2026 8:50 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd