• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

গাৰো পাহাৰৰ পৰা অপহৃত হোৱা অসমৰ আদা ব্যৱসায়ীক উদ্ধাৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , November 14, 2018 4:43 pm

1 min read

12-1-750x375
191
VIEWS
Share on FacebookShare on Twitter

আৰক্ষী আৰু আশ-পাশৰ এলেকাৰ বাসিন্দাসকলৰ একত্ৰিত প্ৰচেষ্টাত পূব গাৰো পাহাৰ জিলাৰ ৰংছাক গাঁৱৰ পৰা অপহৃত হোৱা অসমৰ আদা ব্যৱসায়ী তাপস দে’ক (পূৰ্বে ভুলক্ৰমে মাঝি বুলি প্ৰকাশিত হৈছিল) উদ্ধাৰ কৰিব পৰা গৈছে।
অপহৰণকাৰীসকলে আৰক্ষীৰ দ্বাৰা চালাচী অভিযান চলোৱাৰ কথা জানিব পাৰি তাপস দে’ক জংঘলত এৰি থৈ পলায়ন কৰে আৰু ব্য সমগ্ৰ নিশা জংঘলৰ মাজতেই অতিবাহিত কৰে। পুৱতি নিশা অপহৰণকাৰীৰ হাতৰ পৰা ৰক্ষা পোৱা তাপস দে’ই জঘলখনৰ সমীপস্থ বনছামগ্ৰি গাঁৱত উপস্থিত হয়। এই গাঁৱতেই তেওঁৰ আশ্ৰয় আৰু শোৱাৰ ব্যৱস্থা কৰা হয়।
তাৰ পাছত গাঁৱবাসীসকলে ৰংছাক আৰক্ষীক ঘটনাটো অৱগত কৰে আৰু আৰক্ষীয়ে গৈ তেওঁক উইলিয়াম নগৰলৈ লৈ আহে।
তাপস দে’ৰ অপহৰণৰ সৈতে জড়িত থকাৰ সন্দেহত আৰক্ষীয়ে ১৩ নৱেম্বৰ মঙলবাৰে এজন লোকক আটক কৰে। লোকজনক ৰংছাক গাঁৱৰ ছালস্ৰাং ওৰফে মোগো বুলি জানিব পৰা গৈছে।
আৰক্ষীৰ জেৰাত লোকজনে স্বীকাৰ কৰিছে যে কেইগৰাকীমান লোকে অপহৰণৰ পৰিকল্পনা কৰাৰ সন্দৰ্ভত তেওঁ অৱগত। তেওঁ অপহৰণকাৰী দলটোৰ সদস্যসকলৰ নামো প্ৰকাশ কৰিছে।
তাপস দে’ৰ অপহৰণ সন্দৰ্বত চিয়াদিং আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰা হৈছে আৰু বাকী অপহৰণকাৰী সদস্যকেইজনক আটক কৰাৰ বাবে এটা তালাচী অভিযান আৰম্ভ কৰা হৈছে।

Recent News

a ca

আঁতৰা নাই ক’ৰ’ণাতংক: জুলাইলৈ পিচুৱালে ৭৪ সংখ্যক কাঁ চলচ্চিত্ৰ মহোৎসৱ

উত্তৰ-পূব সীমান্ত ৰে’লৱেত ৪৪ সংখ্যক ব্যৱস্থাপনা বিকাশ প্ৰশিক্ষণ কাৰ্য্যসূচী

উত্তৰ-পূব সীমান্ত ৰে’লৱেত ৪৪ সংখ্যক ব্যৱস্থাপনা বিকাশ প্ৰশিক্ষণ কাৰ্য্যসূচী

opposition boycott president address

সংসদৰ যৌথ অধিৱেশনত ১৬টা বিৰোধী দলে বৰ্জন কৰিব ৰাষ্ট্ৰপতিৰ ভাষণ

a 5g

দেশত আৰম্ভ হ’ল 5G নেটৱৰ্ক, কোনখন চহৰে প্ৰথমে লাভ কৰিলে এই সেৱা?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd