• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নিচাজাতীয় দ্ৰব্য মিহলাই অচেতন কৰি ধৰ্ষণ যুৱতীক : ধৰ্ষিতাক এৰি পলায়ন যুৱকৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
January 18, 2019 1:38 pm
oyo-3608-hotel-sun-city

ধৰ্ষণকাণ্ড সংঘটিত হোৱা গুৱাহাটীৰ পল্টনবজাৰস্থিত হোটেল চানচিটী।

1.5k
VIEWS
Share on FacebookShare on Twitter

পুনৰ গুৱাহাটীৰ পল্টনবজাৰত সংঘটিত হৈছে এক জঘন্য ধৰ্ষণৰ ঘটনা। পল্টন বজাৰৰ হোটেল চানচিটীত নলবাৰীৰ এগৰাকী ২২ বছৰীয়া যুৱতীক দুজন যুৱকে বলাৎকাৰ কৰি পলায়ন কৰাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।

যোৱা পহিলা জানুৱাৰীৰ নিশা খাদ্যত নিচাজাতীয় দ্ৰব্য মিহলাই অচেতন কৰি এই জঘন্য কাণ্ড সংঘটিত কৰে ইমদাদুল ইছলাম নামৰ ভণ্ড প্ৰেমিকগৰাকীৰ লগতে আন এজন যুৱকে। তদুপৰি, যুৱক দুজনে যুৱতীগৰাকীক বলাৎকাৰ কৰি হোটেলত এৰি পলায়ন কৰে।

জানিব পৰা মতে, প্ৰেমৰ অভিনয় কৰি ধুবুৰীৰ ইমদাদুল ইছলামে নলবাৰীৰ পৰা যুৱতীগৰাকীক মহানগৰীৰ পল্টবজাৰস্থিত হোটেল চানচিটিলৈ লৈ আনিছিল। আনহাতে, ইমদাদুলে আন এজন যুৱককো হোটেললৈ মাতি পঠিয়াইছিল।

নিশা পাষণ্ড যুৱক দুজনে হোটেলখনৰ ৩০৯নং কোঠাত যুৱতীগৰাকীক নিচাযুক্ত দ্ৰব্য মিহলোৱা খাদ্য খুৱাই অচেতন কৰি ধৰ্ষণ কৰাৰ পাছত হোটেলৰ পৰা পলায়ন কৰে।

ইপিনে, ভুক্তভোগী যুৱতীগৰাকীয়ে ইমদাদুলক উপৰ্যুপৰি ফোন কৰিও কোনো সঁহাৰি নোপোৱাত অৱশেষত পল্টন বজাৰ থানাত এখন এজাহাৰ দাখিল কৰে। ইয়াৰ পাছতে সমগ্ৰ ঘটনা পোহৰলৈ আহে। আৰক্ষীয়ে পাষণ্ড ধৰ্ষণকাৰী যুৱক দুজনৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে।

Recent News

শীঘ্ৰেই ডি ৱাই চন্দ্ৰচুড়ৰ বাংলো খালী কৰক; কেন্দ্ৰলৈ চিঠি উচ্চতম ন্যায়ালয়ৰ! ঘটনাটো কি?

শীঘ্ৰেই ডি ৱাই চন্দ্ৰচুড়ৰ বাংলো খালী কৰক; কেন্দ্ৰলৈ চিঠি উচ্চতম ন্যায়ালয়ৰ! ঘটনাটো কি?

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

ট্ৰাম্পক লক্ষ্য কৰিয়েই এইবাৰ ৰাজনৈতিক যুঁজত প্ৰৱেশ ইলন মাস্ক; ঘোষণা ‘আমেৰিকা পাৰ্টি’ৰ

ট্ৰাম্পক লক্ষ্য কৰিয়েই এইবাৰ ৰাজনৈতিক যুঁজত প্ৰৱেশ ইলন মাস্ক; ঘোষণা ‘আমেৰিকা পাৰ্টি’ৰ

বিশিষ্ট চিন্তাবিদ, লেখক, অধ্যাপক উদয়াদিত্য ভৰালীৰ দেহাৱসান

বিশিষ্ট চিন্তাবিদ, লেখক, অধ্যাপক উদয়াদিত্য ভৰালীৰ দেহাৱসান

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd