• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বঙাইগাঁৱত এদিনতে দুবাৰকৈ কোভিড ভেকচিন প্ৰদান দশম শ্ৰেণীৰ ছাএীক : অৱস্থা সংকটজনক

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও by প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও
February 10, 2022 6:47 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বঙাইগাঁৱত এগৰাকী দশম শ্ৰেণীৰ ছাত্ৰী একেটা দিনতে অলপ সময়ৰ ব্যৱধানত অগা – পিচাকৈ দুবাৰকৈ কোভিড ভেকচিন প্ৰদান কৰাত ছাত্ৰী গৰাকী অসুস্থ হৈ পৰে ৷

প্ৰাপ্ত বাতৰি অনুসৰি বঙাইগাঁও বিদ্যাপীঠ হাই স্কুলৰ ৰুমী সৰকাৰ নামৰ দশম শ্ৰেণীৰ ছাত্ৰীগৰাকীক উক্ত বিদ্যালয়তে যোৱা ৩ ফেব্ৰুৱাৰীত দ্বিতীয় পালি কোভিড ভেকচিন ল’বলৈ মাতিছিল ৷ সেইমতে ছাত্ৰীগৰাকীয়ে বিদ্যালয়ত উপস্থিত হৈ দ্বিতীয় পালি ভেকচিন লয় ৷ ভেকচিন লোৱাৰ পাছতে ছাত্ৰী গৰাকীক পুনৰ ভেকচিন প্ৰদান কৰে একে গৰাকী নাৰ্চে ।

Apply Now

ছাত্ৰীগৰাকীয়ে ভেকচিন লোৱা বুলি কোৱাৰ পাছতো ছাত্ৰী গৰাকীক পুনৰ ভেকচিন প্ৰদান কৰা বুলি ছাত্ৰীগৰাকীয়ে জানিবলৈ দিছে ৷ এদিনতে দুবাৰকৈ কোভিড ভেকচিন লৈ ছাত্ৰীগৰাকী ঘৰত উপস্থিত হোৱাৰ পাছতে অসুস্থ হৈ পৰে ৷ পাছত ৪ ফেব্ৰুৱাৰীত ছাত্ৰীগৰাকীক বঙাইগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷

মঙলবাৰে ছাত্ৰীগৰাকীক চিকিৎসালয়ৰ পৰা ঘৰত লৈ অহা হয় যদিও বৰ্তমানেও সুস্থ হৈ উঠা নাই ছাত্ৰীগৰাকী ৷ ইপিনে ছাত্ৰীগৰাকীৰ পৰিয়ালে অভিযোগ কৰা মতে এনে এটি ঘটনা ঘটাৰ পাছতো কিন্তু স্বাস্থ্য বিভাগৰ পৰা এবাৰো কোনো খবৰ লোৱা নাছিল ছাত্ৰীগৰাকীক ৷

পিতৃহীন ছাত্ৰীগৰাকীৰ মাতৃয়ে মানুহৰ ঘৰত কাম কৰিও কোনো মতে দুবেলা দুমুঠি অন্ন যোগাৰ ধৰিব নোৱাৰা এই দুখীয়া পৰিয়ালটোৱে এতিয়া ছাত্ৰীগৰাকীৰ চিকিৎসা কৰিবলৈয়ো সক্ষম হোৱা নাই ৷

ইপিনে ছাত্ৰী গৰাকীৰ দশম শ্ৰেণীৰ টেষ্ট পৰীক্ষা অনুষ্ঠিত হ’ব ৷ এতিয়া এই পৰীক্ষাত অৱতীৰ্ণ হ’ব পাৰে নে নাই তাকে লৈয়ো দেখা দিছে অনিশ্চয়তা ।

কাৰণ ছাত্ৰীগৰাকী বৰ্তমানেও সুস্থ হৈ উঠা নাই ৷ টেষ্ট পৰীক্ষাত অৱতীৰ্ণ হ’ব নোৱাৰিলে ছাত্ৰী গৰাকীৰ ভৱিষ্যতকলৈয়ো এক চিন্তাৰ বিষয় হৈ পৰিছে ৷

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

, মাংস বেছিকৈ খোৱাৰ বাবেই বন্ধুক নৃশংসভাৱে হত্যা! সামান্য কথা কাটাকাটিৰ পৰিণতিত ৰক্তাক্ত কাণ্ড

, মাংস বেছিকৈ খোৱাৰ বাবেই বন্ধুক নৃশংসভাৱে হত্যা! সামান্য কথা কাটাকাটিৰ পৰিণতিত ৰক্তাক্ত কাণ্ড

September 1, 2026 9:45 pm
বছৰৰ প্ৰথম তিনি মাহতে বৃদ্ধি ৭.৮ শতাংশ জিডিপি : কিন্তু দেশ আগুৱাইছে কিমান?

বছৰৰ প্ৰথম তিনি মাহতে বৃদ্ধি ৭.৮ শতাংশ জিডিপি : কিন্তু দেশ আগুৱাইছে কিমান?

September 1, 2026 8:44 pm
ককৰোছ পাৰ্টিৰ আন্দোলনত ৰুজু হোৱা সকলো গোচৰ বাতিল কৰিলে উচ্চতম ন্যায়ালয়ে

ককৰোছ পাৰ্টিৰ আন্দোলনত ৰুজু হোৱা সকলো গোচৰ বাতিল কৰিলে উচ্চতম ন্যায়ালয়ে

September 1, 2026 7:40 pm
তেওঁলোকে ভাৰতত ছোনীয়া গান্ধীৰ স্মৃতিকথা প্ৰকাশ কৰিবলৈ নিদিয়ে

তেওঁলোকে ভাৰতত ছোনীয়া গান্ধীৰ স্মৃতিকথা প্ৰকাশ কৰিবলৈ নিদিয়ে

September 1, 2026 6:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

, মাংস বেছিকৈ খোৱাৰ বাবেই বন্ধুক নৃশংসভাৱে হত্যা! সামান্য কথা কাটাকাটিৰ পৰিণতিত ৰক্তাক্ত কাণ্ড

, মাংস বেছিকৈ খোৱাৰ বাবেই বন্ধুক নৃশংসভাৱে হত্যা! সামান্য কথা কাটাকাটিৰ পৰিণতিত ৰক্তাক্ত কাণ্ড

September 1, 2026 9:45 pm
বছৰৰ প্ৰথম তিনি মাহতে বৃদ্ধি ৭.৮ শতাংশ জিডিপি : কিন্তু দেশ আগুৱাইছে কিমান?

বছৰৰ প্ৰথম তিনি মাহতে বৃদ্ধি ৭.৮ শতাংশ জিডিপি : কিন্তু দেশ আগুৱাইছে কিমান?

September 1, 2026 8:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd