• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

‘দেশক দি উপদেশ, মোদী গ’ল বিদেশ’- প্ৰধানমন্ত্ৰীক কটাক্ষ কংগ্ৰেছৰ; সঞ্জয় সিঙে সুধিলে বিদেশৰ পৰা কি আনে?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 13, 2026 2:45 pm
20
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী শনিবাৰে এসপ্তাহ জোৰা ফ্ৰান্স আৰু স্লোভাকিয়া ভ্ৰমণৰ বাবে ৰাওনা হৈছে। ইয়াত প্ৰধানমন্ত্ৰীয়ে জি ছেভেন সন্মিলনত অংশগ্ৰহণ কৰিব আৰু কেইবাজনো বিশ্ব নেতাৰ সৈতে বৈঠকত বহিব। প্ৰধানমন্ত্ৰীগৰাকী দেশৰ পৰা ৰাওনা হোৱাৰ লগে লগে বিৰোধীয়ে তেওঁৰ এই ভ্ৰমণক লৈ প্ৰশ্ন উত্থাপন কৰিবলৈ আৰম্ভ কৰিছে। কংগ্ৰেছে নিজৰ সামাজিক মাধ্যমৰ একাউণ্টত প্ৰধানমন্ত্ৰী মোদীৰ এটা দৃশ্যশ্ৰাৱ্য অংশীদাৰী কৰি লিখিছে যে দেশক দি উপদেশ, মোদী গ’ল বিদেশ। ইয়াৰ লগতে আম আদমি পাৰ্টীয়েও এই ভ্ৰমণক লৈ প্ৰধানমন্ত্ৰী মোদীক আক্ৰমণ কৰিছে।

देश को दे उपदेश
मोदी चले विदेश pic.twitter.com/Zxe24FbwYG

— Congress (@INCIndia) June 13, 2026

আম আদমি পাৰ্টীৰ সাংসদ সঞ্জয় সিঙে প্ৰধানমন্ত্ৰী মোদীৰ ভ্ৰমণক কটাক্ষ কৰি কৈছে যে দেশে এইটো জানিব বিচাৰে যে প্ৰধানমন্ত্ৰীয়ে বিদেশ ভ্ৰমণৰ পৰা ভাৰতৰ বাবে কি সাফল্য লৈ উভতি আহে। প্ৰধানমন্ত্ৰীৰ বিদেশ ভ্ৰমণৰ লগতে সিঙে ভাৰতৰ বিদেশ নীতি সন্দৰ্ভতো বহু প্ৰশ্ন উত্থাপন কৰে। সঞ্জয় সিঙে সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপৰ সময়ত কয় যে প্ৰধানমন্ত্ৰী দেশত কম আৰু বিদেশত বেছি সময় কটায়। তেওঁ ফ্ৰান্সলৈ যাওক, জাৰ্মানীলৈ যাওক, পাকিস্তানলৈ যাওক বা ইটালীলৈ যাওক, তাৰ সৈতে আমাৰ কোনো সম্পৰ্ক নাই। আমাৰ সম্পৰ্ক এইটোহে যে তেওঁ যেতিয়া বিদেশলৈ যায় তেতিয়া ভাৰতৰ বাবে কি সাফল্য লৈ আহে। সিঙে আগলৈ কয় যে ভাৰতে কেৱল এটাই সাফল্য দেখিবলৈ পায় যে আপুনি ছবি উঠায়, হাত মিলায় আৰু ভাৰতৰ স্বাভিমান তথা সন্মানৰ সৈতে ধাৰাবাহিকভাৱে বুজাবুজি কৰি উভতি আহে।

Apply Now

VIDEO | Delhi: AAP MP Sanjay Singh on PM Modi's France and Slovakia tour, says, "Look, the Prime Minister spends more time abroad than in the country. Whether he is visiting France, Germany, Pakistan, or Italy is not our concern. What concerns us is… when you travel abroad,… pic.twitter.com/7il50qv6Z4

— Press Trust of India (@PTI_News) June 13, 2026

সঞ্জয় সিঙে নিজৰ বক্তৱ্যত শেহতীয়া আন্তঃৰাষ্ট্ৰীয় পৰিস্থিতি আৰু ভাৰতৰ প্ৰতিক্ৰিয়াকো বিষয় হিচাপে উত্থাপন কৰে। তেওঁ কয় যে প্ৰধানমন্ত্ৰীয়ে কেইবাটাও গুৰুতৰ বিষয়ত মৌনতা অৱলম্বন কৰিছে। আম আদমি পাৰ্টীৰ সাংসদগৰাকীয়ে কয় যে প্ৰধানমন্ত্ৰী কিয় মনে মনে আছে। আমাৰ তিনিজন নাগৰিক নিহত হ’ল আৰু তেওঁলোকৰ মৃত্যু আমেৰিকাৰ কাৰ্যকলাপৰ বাবে হ’ল। ইয়াৰ উপৰিও তিনি দিনৰ ভিতৰত তিনিখন জাহাজৰ ওপৰত আক্ৰমণ হ’ল। সেই জাহাজবোৰ ৰৈ আছিল আৰু কোনো নিষেধাজ্ঞা উলংঘা কৰা নাছিল। আমি পৃথিৱীৰ আটাইতকৈ ডাঙৰ গণতন্ত্ৰৰ প্ৰধানমন্ত্ৰীক, যিয়ে ১৪৪ কোটি জনতাক প্ৰতিনিধিত্ব কৰে, এইদৰে ভয়াতুৰ ভূমিকা গ্ৰহণ কৰা দেখিব নোৱাৰো।

সঞ্জয় সিঙে দাবী কৰিছে যে আন্তঃৰাষ্ট্ৰীয় মঞ্চত ভাৰতে শক্তিশালী আৰু স্পষ্ট স্থিতি গ্ৰহণ কৰাৰ প্ৰয়োজন আছে। তেওঁ কয় যে কেৱল বিদেশ ভ্ৰমণ আৰু বিশ্ব নেতাৰ সৈতে সাক্ষাতেই পৰ্যাপ্ত নহয়, বৰঞ্চ ভাৰতৰ স্বাৰ্থৰ বাবে মুকলিকৈ মাত মতাটোও জৰুৰী। আম আদমি পাৰ্টীয়ে অভিযোগ উত্থাপন কৰিছে যে কেন্দ্ৰীয় চৰকাৰে বিদেশ নীতিৰ বিষয়বোৰত কেৱল নিজৰ ভাবমূৰ্তি গঢ়াতহে লাগি আছে, আনহাতে দেশৰ সুৰক্ষা আৰু সন্মানৰ সৈতে জড়িত বিষয়বোৰত কোনো স্পষ্ট উত্তৰ দিয়া নাই।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

যোৰহাটত বায়ু সেনাৰ বিমান দুৰ্ঘটনাত পাঁচগৰাকী জোৱানৰ কৰুণ মৃত্যু

যোৰহাটত বায়ু সেনাৰ বিমান দুৰ্ঘটনাত পাঁচগৰাকী জোৱানৰ কৰুণ মৃত্যু

June 13, 2026 2:54 pm
‘দেশক দি উপদেশ, মোদী গ’ল বিদেশ’- প্ৰধানমন্ত্ৰীক কটাক্ষ কংগ্ৰেছৰ; সঞ্জয় সিঙে সুধিলে বিদেশৰ পৰা কি আনে?

‘দেশক দি উপদেশ, মোদী গ’ল বিদেশ’- প্ৰধানমন্ত্ৰীক কটাক্ষ কংগ্ৰেছৰ; সঞ্জয় সিঙে সুধিলে বিদেশৰ পৰা কি আনে?

June 13, 2026 2:45 pm
‘শচীন আৰু কোহলীকো চেৰ পেলাব পাৰে’- বৈভৱক লৈ ডাঙৰ মন্তব্য এইগৰাকী প্ৰসিদ্ধ ক্ৰিকেটাৰৰ

‘শচীন আৰু কোহলীকো চেৰ পেলাব পাৰে’- বৈভৱক লৈ ডাঙৰ মন্তব্য এইগৰাকী প্ৰসিদ্ধ ক্ৰিকেটাৰৰ

June 13, 2026 1:00 pm
যোৰহাটৰ বায়ুসেনা ষ্টেচনত দুৰ্ঘটনাত পতিত বিমান; বিস্ফোৰণ ঘটি লাগিল জুই

যোৰহাটৰ বায়ুসেনা ষ্টেচনত দুৰ্ঘটনাত পতিত বিমান; বিস্ফোৰণ ঘটি লাগিল জুই

June 13, 2026 11:49 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

যোৰহাটত বায়ু সেনাৰ বিমান দুৰ্ঘটনাত পাঁচগৰাকী জোৱানৰ কৰুণ মৃত্যু

যোৰহাটত বায়ু সেনাৰ বিমান দুৰ্ঘটনাত পাঁচগৰাকী জোৱানৰ কৰুণ মৃত্যু

June 13, 2026 2:54 pm
‘দেশক দি উপদেশ, মোদী গ’ল বিদেশ’- প্ৰধানমন্ত্ৰীক কটাক্ষ কংগ্ৰেছৰ; সঞ্জয় সিঙে সুধিলে বিদেশৰ পৰা কি আনে?

‘দেশক দি উপদেশ, মোদী গ’ল বিদেশ’- প্ৰধানমন্ত্ৰীক কটাক্ষ কংগ্ৰেছৰ; সঞ্জয় সিঙে সুধিলে বিদেশৰ পৰা কি আনে?

June 13, 2026 2:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd