• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মহানগৰীৰ য’তে ত’তে বেনাৰ-পোষ্টাৰ লগাওঁতে সাৱধান! পৌৰ নিগমে ল’ব বিহিত ব্যৱস্থা, থাকিব উপহাৰ

কল্পজ্যোতি শইকীয়া, গুৱাহাটী by কল্পজ্যোতি শইকীয়া, গুৱাহাটী
November 9, 2021 5:03 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মহানগৰীৰ চাৰিওদিশে আপুনি যি ফালেই চকু নুফুৰাওঁক কিয় কেৱল দেখা পাব বেনাৰ পোষ্টাৰ। বিশেষকৈ উৰণীয়া সেঁতুৰ তলৰ খুঁটাসমূহ, দেৱালসমূহ বিজ্ঞাপনৰ পোষ্টাৰেৰে ভৰি পৰিছে।

বিশেষকৈ কোনো যৌন ৰোগ বিশেষজ্ঞৰ পোষ্টাৰ, হোষ্টেল, পেয়িং গেষ্ট, টু-লেট চাৰ্ভিছৰ পোষ্টাৰেৰে ভৰি পৰা দেখিবলৈ পোৱা গৈছে মহানগৰখন।

সেইসকলক নাকী লগাবৰ বাবে গুৱাহাটী পৌৰ নিগমে গ্ৰহণ কৰিছে এক সিদ্ধান্ত।

গুৱাহাটী পৌৰ নিগমৰ অনুমতি অবিহনে যিসকলে এইদৰে আটাৰ আঠা নাইবা অন্য আঠাৰে এই পোষ্টাৰসমূহ লগাই তেওঁলোকৰ বিৰুদ্ধে গুৱাহাটী পৌৰ নিগমৰ আইনৰ ৩৯০ দফাৰ অধীনত ব্যৱস্থা গ্ৰহণ কৰিব বুলি এক সংবাদমেলযোগে জনায় GMC ৰ আয়ুক্ত দেৱাশীষ শৰ্মাই।

Apply Now

প্ৰয়োজন সাপেক্ষে সেইসকলৰ বিৰুদ্ধে এজাহাৰ দাখিলৰো হুংকাৰ দিয়ে শৰ্মাই।

ইয়াৰোপৰি সেইসকল লোকক ১০০০ টকাৰ জৰিমনা বিহাৰ কথাও ঘোষণা কৰে শৰ্মাই। যদি বাৰম্বাৰ এই ভুল কৰে তেন্তে শাস্তি কঠোৰ হ’ব বুলিও তেওঁ উল্লেখ কৰে।

ইপিনে, কোনো সচেতন ব্যক্তিয়ে যদি এনেদৰে কাগজৰ পোষ্টাৰ লগাই থকা অৱস্থাত লোকজনৰ ফটো আৰু ঠিকনা গুৱাহাটী পৌৰ নিগমক প্ৰেৰণ কৰিব পাৰে তেওঁক ১০০০ টকাৰে পুৰস্কৃত কৰাৰ কথাও সংবাদমেলযোগে শৰ্মাই ঘোষণা কৰে।

ইপিনে, সকলোকে সচেতন তথা দায়িত্বশীল বুলি ভাবি লৈ ৰাজহুৱা স্থানত পিক নেপেলাবৰ বাবেও আহ্বান জনায় আয়ুক্তগৰাকীয়ে।

গুৱাহাটী পৌৰ নিগমে পূৰ্বেও এনে কেতবোৰ ঘোষণা কৰিছিল যদিও সেয়া ফুটুকাৰ ফেনত পৰিণত হোৱা দেখিবলৈ পোৱা গৈছিল। এইবাৰৰ এই সিদ্ধান্ত কিমানদূৰ ফলপ্ৰসূ হয় সেয়া সময়ত লক্ষ্যণীয় হ’ব।

যিসকল লোকে ইতিমধ্যে মহানগৰীৰ বিভিন্ন স্থানত অবৈধ ভাবে বেনাৰ-পোষ্টাৰ লগাইছে তেওঁলোকক ১৫ দিনৰ ভিতৰত সেইবোৰ আঁতৰাই পেলাবলৈ পৌৰ নিগমে কৈছে।

অন্যথা তেনে লোকৰ বিৰুদ্ধে বেনাৰ-পোষ্টাৰত থকা ফোন নম্বৰৰ আধাৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি পৌৰ নিগমে সকিয়াই দিছে।

সচেতন নাগৰিক সকলে পোষ্টোৰ লগাই থকাৰ ফটো তুলি বিশেষ নম্বৰ কেইটালৈ প্ৰেৰণ কৰিলে লাভ কৰিব পাৰে নগদ ১০০০ টকাৰ পুৰস্কাৰ।

নম্বৰ কেইটা হৈছে—৮৮১১০০৭০০০ ,৭৩৯৯০০৩০০১ ,৭৩৯৯০০৩০০২
৭৩৯৯০০৩০০৩ ,৭৩৯৯০০৩০০৪

কল্পজ্যোতি শইকীয়া, গুৱাহাটী

কল্পজ্যোতি শইকীয়া, গুৱাহাটী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ভেনিজুৱেলাৰ ভূমিকম্পত ভৰি হেৰুৱাই পেলোৱা এটি শিশুৰ সপোন পূৰণ কৰিলে ৰোনাল্ডোৱে

ভেনিজুৱেলাৰ ভূমিকম্পত ভৰি হেৰুৱাই পেলোৱা এটি শিশুৰ সপোন পূৰণ কৰিলে ৰোনাল্ডোৱে

July 4, 2026 11:37 am
৪৫ দিন ধৰি সন্ধানহীন ব্যক্তি, বাথৰুমৰ টাইলছ খান্দোতেই ওলাল উৱলি যোৱা মৃতদেহ, গ্ৰেপ্তাৰ পত্নী

৪৫ দিন ধৰি সন্ধানহীন ব্যক্তি, বাথৰুমৰ টাইলছ খান্দোতেই ওলাল উৱলি যোৱা মৃতদেহ, গ্ৰেপ্তাৰ পত্নী

July 4, 2026 11:13 am
চুৰি কৰা নেকলেচ পিন্ধি ইনষ্টাগ্ৰামত পোষ্ট কৰিলে ৰীল! এবছৰৰ পাছত হাতে-লোটে ধৰা পৰিল বনকৰা মহিলা

চুৰি কৰা নেকলেচ পিন্ধি ইনষ্টাগ্ৰামত পোষ্ট কৰিলে ৰীল! এবছৰৰ পাছত হাতে-লোটে ধৰা পৰিল বনকৰা মহিলা

July 4, 2026 10:42 am
সূৰ্য্যৰ পৃষ্ঠত প্ৰবল বিস্ফোৰণ; পৃথিৱীৰ পিনে ধাৱমান হৈছে তীব্ৰ সৌৰ ধুমুহা, ক’ত দেখা যাব মেৰুপ্ৰভা?

সূৰ্য্যৰ পৃষ্ঠত প্ৰবল বিস্ফোৰণ; পৃথিৱীৰ পিনে ধাৱমান হৈছে তীব্ৰ সৌৰ ধুমুহা, ক’ত দেখা যাব মেৰুপ্ৰভা?

July 4, 2026 10:02 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভেনিজুৱেলাৰ ভূমিকম্পত ভৰি হেৰুৱাই পেলোৱা এটি শিশুৰ সপোন পূৰণ কৰিলে ৰোনাল্ডোৱে

ভেনিজুৱেলাৰ ভূমিকম্পত ভৰি হেৰুৱাই পেলোৱা এটি শিশুৰ সপোন পূৰণ কৰিলে ৰোনাল্ডোৱে

July 4, 2026 11:37 am
৪৫ দিন ধৰি সন্ধানহীন ব্যক্তি, বাথৰুমৰ টাইলছ খান্দোতেই ওলাল উৱলি যোৱা মৃতদেহ, গ্ৰেপ্তাৰ পত্নী

৪৫ দিন ধৰি সন্ধানহীন ব্যক্তি, বাথৰুমৰ টাইলছ খান্দোতেই ওলাল উৱলি যোৱা মৃতদেহ, গ্ৰেপ্তাৰ পত্নী

July 4, 2026 11:13 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd