• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

সুব্ৰমনিয়ন স্বামীৰ অদ্ভুট পৰামৰ্শ- ভাৰতীয় নোটত প্ৰিণ্ট কৰক দেৱী লক্ষ্মীৰ ফটো

এন ই নাও নিউজ by এন ই নাও নিউজ
January 16, 2020 12:26 pm
Subramanian Swamy

সুব্ৰমনিয়ন স্বামীৰ ফাইল ছবি।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আমেৰিকান ডলাৰৰ বিপৰীতে ভাৰতীয় টকাৰ মূল্য অভাৱনীয়ভাৱে হ্ৰাস পাই অহা কাৰ্যক কিদৰে ৰোধ কৰিব পৰা যাব তাকে লৈ এক অদ্ভুট মন্তব্য আগবঢ়াইছে বিজেপি দলৰ জ্যেষ্ঠ নেতা তথা ৰাজ্যসভাৰ সাংসদ সুব্ৰমনিয়ন স্বামীয়ে।

ভাৰতৰ অৰ্থনীতিক সুস্থিৰ অৱস্থালৈ আনিবলৈ হ’লে নেতাগৰাকীয়ে ভাৰতীয় নোটত দেৱী লক্ষ্মীৰ ফটো চপা কৰিব লাগিব বুলি পৰামৰ্শ প্ৰদান কৰে।

Apply Now

বুধবাৰে মধ্যপ্ৰদেশৰ খাণ্ডৱাত এক অনুষ্ঠানত অংশ ল’বলৈ গৈ স্বামীয়ে সংবাদ মাধ্যমৰ আগত এই মন্তব্যটো প্ৰদান কৰিছিল।

ইণ্ডোনেছিয়াৰ নোটত ভগৱান গণেশৰ ফটো ছপা সন্দৰ্ভত কৰা এক প্ৰশ্নৰ উত্তৰত স্বামীয়ে কয়, ‘এই প্ৰশ্নটোৰ উত্তৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিব পাৰিব। অৱশ্যে মই ইয়াৰ পক্ষত আছো। ভগৱান গণেশে বাধা দূৰ কৰে। ভাৰতীয় নোটত দেৱী লক্ষ্মীৰ ফটো চপা কৰিলে ভাৰতৰ অৰ্থনীতি সুস্থিৰ অৱস্থালৈ ঘূৰি আহিব পাৰে। এই কথাত কোনেও বেয়া পাব নালাগে’।

উল্লেখ্য যে হাৰ্ভাৰ্দ ইকনমিষ্ট সুব্ৰমনিয়ন স্বামীয়ে ভাৰতীয় অৰ্থনীতিৰ এনে অৱস্থাৰ বাবে চৰকাৰৰ বিভিন্ন কাৰ্যপন্থাক সমালোচনা কৰি অহাৰ লগতে ইয়াৰ পৰা পৰিত্ৰান পাবলৈ বিভিন্ন সময়ত বিভিন্ন মন্তব্য তথা পৰামৰ্শও প্ৰদান কৰি আহিছে।

ইয়াৰ উপৰি উক্ত অনুষ্ঠানত বিজেপি নেতাগৰাকীয়ে নাগৰিকত্ব সংশোধনী আইন সম্পৰ্কেও নিজৰ মত প্ৰকাশ কৰে। তেওঁ এই আইনখনক লৈ আপত্তি কৰিবলগীয়া একো নাই বুলি কয়।

স্বামীয়ে কয়, ‘২০০৩ চনতে কংগ্ৰেছ নেতা তথা প্ৰাক্তন প্ৰধান মন্ত্ৰী মনমোহন সিঙে পাকিস্তানৰ সংখ্যালঘু সকলক নাগৰিকত্ব দিয়াৰ বাবে সংসদত আবেদন জনাইছিল। আমি এইখন লৈ আহিলো। এতিয়া কংগ্ৰেছে এইখন মানিব খোজা নাই আৰু কৈ আছে আমি পাকিস্তানৰ মুছলমানসকলৰ লগত অন্যায় কৰিলো। আমাৰ অন্যায় কি? পাকিস্তানৰ মুছলমানসকল ইয়ালৈ আহিব নিবিচাৰে। ইয়ালৈ আহিবলৈ আমি তেওঁলোকক বাধ্য কৰিব নোৱাৰো’।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বান সাহায্য আৰু ক্ষতিপূৰণৰ দাবীত চচলত ৰাইজৰ দলৰ প্ৰতিবাদী কাৰ্যসূচী

বান সাহায্য আৰু ক্ষতিপূৰণৰ দাবীত চচলত ৰাইজৰ দলৰ প্ৰতিবাদী কাৰ্যসূচী

September 23, 2026 7:40 pm
২৮ ছেপ্টেম্বৰৰ পৰা বেংক ধৰ্মঘট, গ্ৰাহকৰ সুবিধাৰ্থে এই দেওবাৰে খোলা থাকিব বেংক

২৮ ছেপ্টেম্বৰৰ পৰা বেংক ধৰ্মঘট, গ্ৰাহকৰ সুবিধাৰ্থে এই দেওবাৰে খোলা থাকিব বেংক

September 23, 2026 6:40 pm
বৰমা বজাৰৰ আক্ৰমণক লৈ নিৰ্বাচন আয়োগৰ কাষ চাপিল কংগ্ৰেছ, নগাঁৱৰ জিলা আয়ুক্তক অপসাৰণৰ দাবী

বৰমা বজাৰৰ আক্ৰমণক লৈ নিৰ্বাচন আয়োগৰ কাষ চাপিল কংগ্ৰেছ, নগাঁৱৰ জিলা আয়ুক্তক অপসাৰণৰ দাবী

September 23, 2026 5:32 pm
মেঘালয়ত বৃহৎ ৰাজনৈতিক পট পৰিৱৰ্তন! ইউডিপিৰ ৮ বিধায়কৰ বিজেপিত যোগদান

মেঘালয়ত বৃহৎ ৰাজনৈতিক পট পৰিৱৰ্তন! ইউডিপিৰ ৮ বিধায়কৰ বিজেপিত যোগদান

September 23, 2026 4:15 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বান সাহায্য আৰু ক্ষতিপূৰণৰ দাবীত চচলত ৰাইজৰ দলৰ প্ৰতিবাদী কাৰ্যসূচী

বান সাহায্য আৰু ক্ষতিপূৰণৰ দাবীত চচলত ৰাইজৰ দলৰ প্ৰতিবাদী কাৰ্যসূচী

September 23, 2026 7:40 pm
২৮ ছেপ্টেম্বৰৰ পৰা বেংক ধৰ্মঘট, গ্ৰাহকৰ সুবিধাৰ্থে এই দেওবাৰে খোলা থাকিব বেংক

২৮ ছেপ্টেম্বৰৰ পৰা বেংক ধৰ্মঘট, গ্ৰাহকৰ সুবিধাৰ্থে এই দেওবাৰে খোলা থাকিব বেংক

September 23, 2026 6:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd