• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, October 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বান ক্ষতিগ্ৰস্ত লোকৰ বাবে উন্নত মানৰ খাদ্য সামগ্ৰী যোগানক লৈ আপোচ কৰা নহ’ব : গোলাঘাটৰ উপায়ুক্ত

বানত ক্ষতিগ্ৰস্ত ঘৰ-দুৱাৰৰ ক্ষেত্ৰত ভুৱা হিতাধিকাৰীৰ নাম সন্নিৱিষ্ট হ'ব নোৱাৰিব

মীনাক্ষী ফুকন by মীনাক্ষী ফুকন
June 11, 2021 9:06 am
IMG-20210610-WA0024

ফটো: নর্থইষ্ট নাও।

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গোলাঘাট জিলাৰ আসন্ন বান পৰিস্থিতিৰ জোৰা মৰাৰ বাবে গ্ৰহণ কৰিবলগীয়া প্ৰস্তুতি সন্দৰ্ভত কালি জিলা উপায়ুক্তৰ কাৰ্য্যালয়ৰ সভাকক্ষত উপায়ুক্ত মানৱেন্দ্ৰ প্ৰতাপ সিঙৰ উপস্থিতিত এখন বৈঠক অনুষ্ঠিত হয়।

বৈঠকৰ আৰম্ভণিতে জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ জিলা প্ৰকল্প বিষয়া ৰণি ৰাজকুমাৰে পাৱাৰপইণ্ট প্ৰেজেন্টেশ্যনৰ জৰিয়তে জিলাখনৰ বান ব্যৱস্থাপনা সন্দৰ্ভত বিতং ব্যাখ্যা আগবঢ়ায়।

Apply Now

জিলা উপায়ুক্তই কয় যে বানপানীৰ আশ্ৰয় শিবিৰসমূহত সুৰক্ষা, পৰিষ্কাৰ-পৰিচ্ছন্নতা, অনাময়, বীজানুমুক্তকৰণৰ ব্যৱস্থা আৰু শিশু অনুকূল সুকীয়া স্থানক লৈ কোনো আপোচ কৰা নহ’ব।

আশ্ৰয় শিবিৰত থকা ছোৱালী আৰু অন্য লোকৰ সুৰক্ষা সুনিশ্চিত কৰাৰ বাবে তেওঁ শিবিৰসমূহলৈ অপ্ৰয়োজনীয়ভাৱে বাহিৰা লোকৰ আহ-যাহ বন্ধ কৰাৰ নিৰ্দেশ দিয়ে।

বান সাহায্যৰ খাদ্য সামগ্ৰীৰ মান সন্দৰ্ভত তেওঁ কয় যে আশ্ৰয় শিবিৰত থকা আৰু বান ক্ষতিগ্ৰস্ত লোকসকলক উন্নত মানৰ খাদ্য যোগান ধৰাটো সুনিশ্চিত কৰিব লাগিব। খাদ্য সামগ্ৰীক লৈ কোনো আপোচ নকৰিবলৈ জিলা উপায়ুক্তৰগৰাকীয়ে কঠোৰ নিৰ্দেশ দিয়ে।

আনহাতে, উন্নত মানৰ ভাল ব্ৰেণ্ডৰ চেনিটেৰী নেপকিন আৰু শিশু খাদ্য যোগান ধৰিবলৈও তেওঁ কয়। তেওঁ কয় যে খাদ্য সামগ্ৰী আৰু বান পৰিস্থিতিৰ জোৰা মৰাৰ বাবে অন্যান্য সামগ্ৰী এতিয়াৰপৰাই মজুত কৰিব লাগিব। উন্নত মানৰ পশুখাদ্যৰ যোগানো সুনিশ্চিত কৰিবলৈ তেওঁ যোগান বিভাগক নিৰ্দেশ দিয়ে।

তেওঁ লগতে কয় যে বানত ক্ষতিগ্ৰস্ত ঘৰ-দুৱাৰৰ ক্ষেত্ৰত ভুৱা হিতাধিকাৰীৰ নাম যাতে তালিকাত অন্তৰ্ভুক্ত নহয়, চক্ৰ বিষয়াসকলে সেয়া সুনিশ্চিত কৰিব লাগিব।

প্ৰতিটো খাদ্য সামগ্ৰীৰ মান সুনিশ্চিত কৰাৰ বাবে চক্ৰ বিষয়াসকলক সামগ্ৰীৰ একোটা নমুনা লগত ৰাখিবলৈ তেওঁ নিৰ্দেশ দিয়ে। এজেন্সিসমূহে উক্ত নমুনাৰ খাদ্য সামগ্ৰীহে যোগান ধৰিব লাগিব।

প্ৰতিটো বিভাগে সময়মতে তথ্য যোগান ধৰাৰ বিষয়তো তেওঁ গুৰুত্ব আৰোপ কৰে। বিশেষকৈ বানত কৃষিভূমিৰ ক্ষয়-ক্ষতি সন্দৰ্ভত সময়মতে তথ্য যোগান ধৰিবলৈ তেওঁ কৃষি বিভাগক নিৰ্দেশ দিয়ে।

আনহাতে, বানৰ সময়ত কৰ্তব্যত গাফিলতি কৰা বিষয়াৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও উপায়ুক্তগৰাকীয়ে সকীয়াই দিয়ে।

বৈঠকত জিলা উন্নয়ন আয়ুক্ত অৰ্পা বাগলাৰী, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া অভিজিৎ বৰুৱা, অতিৰিক্ত উপায়ুক্ত পল্লৱী গগৈ, বোকাখাত মহকুমাৰ মহকুমাধিপতি বিপুল দাস, ধনশিৰি মহকুমাৰ মহকুমাধিপতি ৰাহুল জাভিৰ সুৰেশ, স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালক ডাঃ অৰুণ চন্দ্ৰ মহন্ত, চক্ৰ বিষয়াসকল আৰু বিভিন্ন বিভাগৰ মুৰব্বীসকল উপস্থিত আছিল ।

মীনাক্ষী ফুকন

মীনাক্ষী ফুকন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসমত কৰ্তব্যৰত অৱস্থাত প্ৰাণ হেৰুওৱা ছয় আৰক্ষীক স্মৰণ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ শ্ৰদ্ধাঞ্জলি

অসমত কৰ্তব্যৰত অৱস্থাত প্ৰাণ হেৰুওৱা ছয় আৰক্ষীক স্মৰণ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ শ্ৰদ্ধাঞ্জলি

October 21, 2026 6:09 pm
মণিপুৰত পুনৰ উত্তেজনা : কামজঙৰ পৰিত্যক্ত কুকি গাঁৱত কেইবাটাও ঘৰত অগ্নিসংযোগ

মণিপুৰত পুনৰ উত্তেজনা : কামজঙৰ পৰিত্যক্ত কুকি গাঁৱত কেইবাটাও ঘৰত অগ্নিসংযোগ

October 21, 2026 5:10 pm
ষ্টেট বেংকৰ ৩,৮৯৭টা গ্ৰাহক-ৰেকৰ্ডৰ ব্যক্তিগত তথ্য ডাৰ্ক ৱেবত

ষ্টেট বেংকৰ ৩,৮৯৭টা গ্ৰাহক-ৰেকৰ্ডৰ ব্যক্তিগত তথ্য ডাৰ্ক ৱেবত

October 21, 2026 4:09 pm
‘আপোনালোক জেন-জি নহয়, আন্দোলনৰ প্ৰকৃত উদ্দেশ্য কি?’ চিজেপি নেতাক প্ৰশ্ন দিল্লী উচ্চ ন্যায়ালয়ৰ

‘আপোনালোক জেন-জি নহয়, আন্দোলনৰ প্ৰকৃত উদ্দেশ্য কি?’ চিজেপি নেতাক প্ৰশ্ন দিল্লী উচ্চ ন্যায়ালয়ৰ

October 21, 2026 2:37 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসমত কৰ্তব্যৰত অৱস্থাত প্ৰাণ হেৰুওৱা ছয় আৰক্ষীক স্মৰণ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ শ্ৰদ্ধাঞ্জলি

অসমত কৰ্তব্যৰত অৱস্থাত প্ৰাণ হেৰুওৱা ছয় আৰক্ষীক স্মৰণ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ শ্ৰদ্ধাঞ্জলি

October 21, 2026 6:09 pm
মণিপুৰত পুনৰ উত্তেজনা : কামজঙৰ পৰিত্যক্ত কুকি গাঁৱত কেইবাটাও ঘৰত অগ্নিসংযোগ

মণিপুৰত পুনৰ উত্তেজনা : কামজঙৰ পৰিত্যক্ত কুকি গাঁৱত কেইবাটাও ঘৰত অগ্নিসংযোগ

October 21, 2026 5:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd