• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

মহিলাৰ ভেশ ধৰি আহি আদালতত আত্মসমৰ্পণ গোলাঘাটৰ কুখ্যাত ড্ৰাগছ মাফিয়া জজৌৰ

NE NOW NEWS এন ই নাও নিউজ
গোলাঘাট , June 13, 2019 8:05 pm

1 min read

মহিলাৰ ভেশ ধৰি আহি আদালতত আত্মসমৰ্পণ গোলাঘাটৰ কুখ্যাত ড্ৰাগছ মাফিয়া জজৌৰ
1.4k
VIEWS
Share on FacebookShare on Twitter

মহিলাৰ ভেশ ধৰি আহি আজি গোলাঘাটৰ মুখ্য ন্যায়িক আদালতত আত্মসমৰ্পণ কৰে গোলাঘাট জিলাৰ কুখ্যাত ড্ৰাগছ মাফিয়া জজৌ ওৰফে মৃণাল গগৈয়ে।

উল্লেখযোগ্য যে যোৱা দেওবাৰে গোলাঘাট জিলাৰ চানমাৰীৰ বাসিন্দা তথা মেধাৱী ছাত্ৰ সঞ্জীৱ গোস্বামীয়ে ড্ৰাগছ মাফিয়াৰ কবলত পৰি মৃত্যুক সাবটি লৈছিল।

ইয়াৰ পিছতে সঞ্জীৱৰ মাতৃ ৰুণু গোস্বামীয়ে ড্ৰাগছ মাফিয়া জজৌ ওৰফে মৃণাল গগৈয়ে আন কেইজনমানৰ লগত মিলি তেওঁৰ পুত্ৰক হত্যা কৰিছে বুলি অভিযোগ উত্থাপন কৰি গোলাঘাট আৰক্ষী থানাত গোচৰ ৰুজু কৰিছিল।

লগতে পঢ়ক http://ড্ৰাগছ মাফিয়াৰ কৱলত পৰি মৃত্যুক সাৱটিলে ২৫ বছৰীয়া যুৱকে

মাতৃ ৰুণু গোস্বামীৰ গোচৰৰ ভিত্তিতে আৰক্ষীয়ে অভিযান চলাই অকণি গগৈ আৰু ভাৰতী গগৈ নামৰ দুজনক গ্ৰেপ্তাৰ কৰি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে। কিন্তু ঘটনাৰ মূল অভিযুক্ত জজৌ ওৰফে মৃণাল গগৈ পলাতক অৱস্থাত আছিল। আৰক্ষীয়েও জজৌৰ সন্ধানত অভিযান অব্যাহত ৰাখিছিল।

অৱশেষত আজি হঠাৎ গোলাঘাট জিলাৰ মুখ্য ন্যায়িক আদালতত জজৌৱে মহিলাৰ ভেশ ধৰি আহি আত্মসমৰ্পণ কৰে।

Recent News

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

Ajmal VS muminul

ৰং সলাইছে নেতাই! বদৰুদ্দিন আজমল এজন সাম্প্ৰদায়িক মানুহ :মুমিনুল আৱাল

বিদ্যালয়ত বেয়া ফলাফল দেখুওৱাৰ বাবেই পিতৃয়ে জুই লগাই হত্যা কৰিলে ১২ বছৰীয়া পুত্ৰক

বিদ্যালয়ত বেয়া ফলাফল দেখুওৱাৰ বাবেই পিতৃয়ে জুই লগাই হত্যা কৰিলে ১২ বছৰীয়া পুত্ৰক

মহাজোঁটত জঁট! সাম্প্ৰদায়িক মন্তব্যৰ বাবে আজমলক গৰিহণা-সকীয়নি অজিত ভুঞাৰ

মহাজোঁটত জঁট! সাম্প্ৰদায়িক মন্তব্যৰ বাবে আজমলক গৰিহণা-সকীয়নি অজিত ভুঞাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd