DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, February 3, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

গোলাঘাটত ড্ৰাগছৰ বিৰুদ্ধে তীব্ৰ অভিযান; নিশা ড্ৰাগছ সহ গ্ৰেপ্তাৰ ড্ৰাগছ ব্যৱসায়ী

মীনাক্ষী ফুকন  by মীনাক্ষী ফুকন
May 29, 2021 10:44 am
Drugs golaghat

ফটো: নৰ্থইষ্ট নাও।

225
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যজুৰি আৰক্ষী-প্ৰশাসনৰ ৰদ-বদলৰ পিছতেই সমগ্র ৰাজ্যত চলিছে ড্ৰাগছ ব্যৱসায়ৰ উৎখাত অভিযান। এইক্ষেত্ৰত পিছ পৰি ৰোৱা নাই গোলাঘাট আৰক্ষীও।

দীৰ্ঘদিন ধৰি জিলাখনত ড্ৰাগছৰ কৱলত পৰি বহু প্ৰতিভাৱান যুৱক-যুৱতী ধ্বংসৰ গৰাহলৈ গতি কৰিছে।

যদিও আৰক্ষীৰ ধাৰাবাহিক অভিযানত বহু ড্ৰাগছ আসক্ত যুৱক-যুৱতী সহ  ড্ৰাগছ ব্যৱসায়ী আটক হৈছিল, তথাপি আৰক্ষীৰ চকুত ধুলি দি অন্য একাংশ  ড্ৰাগছ মাফিয়াই চলাই নিছিল ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায়।

পুনৰ কালি নিশাৰ ভাগত গোলাঘাটত ড্ৰাগছৰ  বিৰুদ্ধে কঠোৰ অভিযান চলালে গোলাঘাট আৰক্ষীয়ে l অভিযানত ২.৫ গ্ৰাম ড্ৰাগছ সহ এখন স্কুটী কৰায়ত্ত কৰিবলৈ সক্ষম হয় গোলাঘাট আৰক্ষী।

গোলাঘাট সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দীপক বৰা নেতৃত্বত যোৱা এটা আৰক্ষীৰ দলে গোলাঘাট নগৰস্থিত কুমাৰপট্টীৰ পৰা অভিষেক দাস নামৰ এটা ড্ৰাগছ ব্যৱসায়ীকো ড্ৰাগছসহ গ্ৰেপ্তাৰ কৰে l

উল্লেখযোগ্য যে, নগালেণ্ড সীমাত অৱস্থিত জিলাখনত দিনক দিনে ড্ৰাগছে ছানি ধৰাত এক  বিভীষিকাময় পৰিবেশৰ সৃষ্টি হৈছে।

প্ৰতিজন পিতৃ-মাতৃৰ চিন্তাৰ বিশেষ কাৰণ হৈ পৰা এই ড্ৰাগছৰ পৰা যুৱ প্ৰজন্মক উদ্ধাৰ কৰিবলৈ লোৱা আৰক্ষীৰ এই ধাৰাবাহিক আৰু জোৰদাৰ অভিযানক  সকলোৱে একেমুখে শলাগ লৈছে।

Recent News

Sikkim

প্ৰতি নৱজাতকৰ বিপৰীতে ১০০ টাকৈ গছপুলি: ছিকিম চৰকাৰৰ অভিনৱ পদক্ষেপ

ফেচবুক কৰ্ণাৰ: বাল্য বিবাহ মানেই অবৈধ নেকি

ফেচবুক কৰ্ণাৰ: বাল্য বিবাহ মানেই অবৈধ নেকি

বিবিচিৰ তথ্যচিত্ৰ নিষিদ্ধকৰণ : উচ্চতম ন্যায়ালয়ৰ ৰোষত মোদী চৰকাৰ!

বিবিচিৰ তথ্যচিত্ৰ নিষিদ্ধকৰণ : উচ্চতম ন্যায়ালয়ৰ ৰোষত মোদী চৰকাৰ!

Singapore Chief Justice In Supreme Court

উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠত মুখ্য ন্যায়াধীশ চন্দ্ৰচূড়ৰ লগতে বহিল ছিংগাপুৰৰ মুখ্য ন্যায়াধীশ সুন্দৰেশ মেনন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd