DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, January 27, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

অমানৱীয় কাণ্ড; চলন্ত আল্ট্ৰা বাছৰ পৰা হেণ্ডিমেনে গতিয়ালে এগৰাকী মহিলাক

গুৰুতৰভাৱে আহত মহিলা গৰাকী সম্প্ৰতি চিকিৎসাধীন

উত্তম শইকীয়া by উত্তম শইকীয়া
September 11, 2020 4:09 pm
ফটো : নৰ্থ-ইষ্ট নাও

ফটো : নৰ্থ-ইষ্ট নাও

599
VIEWS
Share on FacebookShare on Twitter

বোকাখাতত শুকুৰবাৰে পুৱাই সংঘটিত হয় এক জঘন্য কাণ্ড৷ এখন চলন্ত আল্ট্ৰা বাছৰ পৰা হেণ্ডিমেনে ঠেলা মাৰি এগৰাকী মহিলাক পেলাই দিয়া ঘটনাই ৰাজ্যজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে।

মহিলা গৰাকীক ঠেলা মাৰি বাছখন পলাই যাবলৈ সক্ষম হয় যদিও কিছু সময় পিছতে কহঁৰা আৰক্ষীয়ে বাছখন জব্দ কৰে৷

গোলাঘাটৰ পৰা নগাঁৱলৈ বুলি অহা এ এছ ০৫ চি – ৫০৮৩ নম্বৰৰ মুচফিক নামৰ আল্ট্ৰা বাছখনত জামিনা বেগম নামৰ মহিলা গৰাকী বোকাখাতলৈ বুলি উঠি আহিছিল৷

বোকাখাতৰ মিলনপুৰ নিৱাসী মহিলা গৰাকীৰ হাতত ভাড়া নথকাত বোকাখাতত ৩৭ নং ঘাইপথৰ কাষতে থকা ঘৰৰ পৰা পইচা লৈ ভাড়া পৰিশোধ কৰাৰ কথা বাছৰ পৰিচালকক কৈছিল যদিও ভাড়া বিচাৰি মহিলা গৰাকীক ওৰেটো বাট ব্যতিব্যস্ত কৰিছিল বাছখনৰ পৰিচালক আৰু হেণ্ডিমেনে৷ 

বোকাখাতৰ মিলনপুৰৰ ওচৰত বাছখন ৰখাবৰ বাবে মহিলা গৰাকীয়ে কোৱাৰ পাছতো বাছখন নৰখোৱাৰ বাবে মহিলা গৰাকী গাড়ীৰ দৰ্জাৰ কাষলৈকে আহে৷

মিলনপুৰৰ নিজৰ বাসগৃহৰ পৰা প্ৰায় এক কিলোমিটাৰ পথ অতিক্ৰম কৰি  লতাবাৰীৰ ওচৰত মহিলা গৰাকীক চলন্ত অৱস্থাতেই ঠেলা মাৰি পেলাই দিয়ে আল্ট্ৰা বাছখনৰ হেণ্ডিমেন জনে৷

মহিলা গৰাকীক পেলায়েই বাছখনে পলায়ন কৰে যদিও কহঁৰা আৰক্ষীয়ে আল্ট্ৰা বাছখনক জব্দ কৰি বোকাখাত আৰক্ষীক গতাই দিয়ে৷

ইফালে গুৰুতৰভাৱে আহত মহিলাগৰাকীক ১০৮ সেৱাৰে বোকাখাতৰ ছহিদ কমলামিৰি অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়৷

Recent News

Sanjay Dutt

প্ৰিয় অভিনেতালৈ মৰমৰ চিন! সঞ্জয় দত্তৰ নামত অনুৰাগী মহিলাই উইল কৰি গ’ল ৭২ কোটি টকাৰ সম্পত্তি

Hath se Hath Jodo campaign

ভাৰত জোড়ো যাত্ৰাই দিছে মনোবল! এইবাৰ দেশজোৰা ‘হাথ ছে হাত জোড়ো’ অভিযান কংগ্ৰেছৰ

Bindaas Mudasir Ahmed Sheikh

শৌৰ্য চক্ৰৰে সন্মানিত শ্বহীদ ‘বিন্দাছ’: কোন এই ‘বিন্দাছ’ মুদাছিৰ আহমেদ শ্বেখ!

India invites Pak foreign minister

উদ্দেশ্য SCO বৈঠক: ১২ বছৰৰ পিছত ভাৰত ভ্ৰমণলৈ আমন্ত্ৰণ পাকিস্তানৰ বৈদেশিক মন্ত্ৰীক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd