• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, March 1, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ঋণ বিচৰাসকলৰ বাবে ভাল খৱৰ! SBIয়ে গ্ৰাহকক দিছে এই সুবিধা

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , September 29, 2020 1:38 pm

1 min read

SBI-4-660x375
83.1k
VIEWS
Share on FacebookShare on Twitter

বেংকৰ পৰা ঋণ ল’ব বিচৰাসকলৰ বাবে এটা ভাল খৱৰ আনিছে দেশৰ বৃহৎ ৰাজহুৱা খণ্ডৰ বেংক এছ বি আইয়ে।

বেংকটোৰ ফালৰ পৰা সোমবাৰে কোৱা হয় যে ইয়াৰ ডিজিটেল প্লেটফৰ্ম YONOৰ জৰিয়তে খুচুৰা ঋণৰ বাবে আবেদন কৰিলে গ্ৰাহকক প্ৰচেছিং ফী ৰেহাই দিয়াৰ লগতে সুতৰ হাৰতো ৰেহাই দিয়া হ’ব।

‘’বেংকটোৱে  YONOৰ জৰিয়তে গাড়ী, সোণ আৰু পাৰ্ছনেল লোনৰ বাবে আবেদন কৰা সকলো গ্ৰাহককে প্ৰচেছিং ফী এশ শতাংশই ৰেহাই দিয়াৰ কথা ঘোষণা কৰিছে,’’-এছ বি আইয়ে কয়।

বেংকটোৱে কাৰ লোনত নিৰ্বাচিত মডেলত আৰম্ভণি ৭.৫শতাংশ সুতৰ সৈতে অন ৰ’ড ১০০শতাংশই ফাইনেন্সৰ অফাৰ আগবঢ়াইছে।

ইয়াৰ উৎসৱৰ অফাৰৰ অংশ হিচাপে, SBIয়ে গ্ৰাহকৰ ক্ৰেডিট স্কোৰ আৰু ঋণৰ পৰিমানৰ ওপৰত ভিত্তি কৰি সুতৰ হাৰৰ ওপৰত ১০ বেছিছ পইন্টলৈকে বিশেষ ৰেহাই আগবঢ়াইছে।

তদুপৰি, গ্ৰাহকে যদি YONOৰ জৰিয়তে গৃহ ঋণৰ বাবে আবেদন কৰে তেতিয়াহ’লে গৃহ ক্ৰয় কৰিব খোজা গ্ৰাহকসকলে পাঁচ বেছিছ পইন্ট সুত ৰেহাইৰ সুবিধা গ্ৰহণ কৰিব পাৰে।

ইয়াৰ পূৰ্বে এছ বি আইয়ে পাঁচৰ পৰা দহ বেছিছ পইন্টেৰে হ্ৰস্ব ম্যাদী ঋণৰ বাবে MCLR হ্ৰাস কৰিছিল। অৱশ্যে, ইয়াৰ এবছৰীয়া MCLR  সাত শতাংশতে অপৰিৱৰ্তিত আছে।

Recent News

Screenshot_20210227_203328

মাৰ্ঘেৰিটা সমষ্টিত অনুষ্ঠিত হ’ব লগা প্ৰথম পৰ্য্যায়ৰ নিৰ্বাচন সৰ্ম্পকে মহকুমাধিপতি কাৰ্যালয়ত সাংবাদিকৰে সভা

PM-Modi-750x375

ডিঙিত গামোচালৈ কোভিড ভেকচিন গ্ৰহণ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

bhaba

কলিয়াবৰত নৱ নিৰ্মিত নামঘৰৰ গুৰু আসন প্ৰতিষ্ঠা মহোৎসৱ অনুষ্ঠিত

Priyanka-Gandhi-750x375

অসমত উপস্থিত কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী, পোনে পোনে গ’ল কামাখ্য মন্দিৰলৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd