DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, February 7, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অসমীয়া চলচ্চিত্ৰ জগতলৈ সুখবৰ: কংকন ডেকাৰ উপসৰ্গলৈ ৰাষ্ট্ৰীয় স্বীকৃতি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 17, 2023 12:50 pm
Upasharga Assamese film
114
VIEWS
Share on FacebookShare on Twitter

বছৰটিৰ আৰম্ভণিতে অসমবাসীৰ তথা চলচ্চিত্ৰ প্ৰেমীৰ বাবে এটি অতি গৌৰৱ তথা আনন্দৰ খবৰ। ২০২২ বৰ্ষৰ দিল্লীস্থিত বেচৰকাৰী ভাৰতীয় চলচ্চিত্ৰ প্ৰতিষ্ঠান(ইণ্ডিয়ান ফিল্ম ইনষ্টিটিউট)ৰ দহখন শ্ৰেষ্ঠ ভাৰতীয় চিনেমাৰ তালিকাত স্থান লাভ কৰিছে প্ৰযোজক, পৰিচালক কংকন ডেকাৰ ছবি ‘উপসৰ্গ’ই।

গত বৰ্ষত মুক্তিপ্ৰাপ্ত উপসৰ্গ, সচেতন দৰ্শক, চিনেৰসিকৰ দ্বাৰা যথেষ্ট উচ্চ-প্ৰশংসিত হৈছিল। ছয়গৰাকী বিশিষ্ট চলচ্চিত্ৰ সমালোচক তথা ছবি নিৰ্মাতাৰ দ্বাৰা নিৰ্বাচিত ছবিসমূহৰ ভিতৰত উপসৰ্গই স্থান পোৱাতো নিশ্চয়কৈ এক সুখবৰেই।

বিশিষ্ট চলচ্চিত্ৰ সমালোচক ভৰদ্বাজ ৰংগণ, এম, কে ৰাঘৱেন্দ্ৰ, স্বপন মাল্লিক, উৎপল দত্ত(অসম), মুৰ্তজা আলী খান আৰু খ্ৰীষ্টফাৰ ডেল্টন(আমেৰিকা)এই নিৰ্বাচকমণ্ডলীত আছিল। এই তালিকাখনত বহুচৰ্চিত কান্টাৰা, পি এচ-১, ৰকাট্ৰি দা নাম্বি ইফেক্ট আদি ছবিও অন্তৰ্ভুক্ত।

উল্লেখ্য যে, গত ১০ জানুৱাৰী, ২০২৩ ত অনুষ্ঠিত হৈ যোৱা পঞ্চম শৈলধৰ বৰুৱা চলচ্চিত্ৰ বঁ‌টা অনুষ্ঠানতো উপসৰ্গই জুৰীৰ বিশেষ উল্লেখৰ স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছিল। “বিউটিফুল লাইভছ”ৰ পিছত প্ৰযোজক, পৰিচালক কংকন ডেকাৰ দ্বিতীয়খন বাস্তৱধৰ্মী ছবি আছিল উপসৰ্গ।

কংকন ডেকা
পৰিচালক কংকন ডেকা

অসমৰ পটভূমিতেই একেবাৰেই সাধাৰণ তথা খাটি খোৱা মানুহৰ অভাৱক্লীষ্ট অৱস্থাই তেওঁ‌লোকক কিদৰে এক অপৰাধমুখীতাৰ দিশলৈ আগুৱাই নিয়ে, তাৰেই এখন সঁ‌চা ছবি উপসৰ্গ। দৰঙীয়া ভাষাত(দৰং জিলাৰ কথিত ভাষা)ত নিৰ্মিত ছবিখন এক ৰুঢ়, তিক্ত বাস্তৱৰ ছবি।

চলচ্চিত্ৰ খনৰ আৱহ সংগীতত ওজাপালিৰ সুন্দৰ ব্যৱহাৰ এক উল্লেখনীয় দিশ, যিদৰে কাহানিও অভিনয় নকৰা দুজন ব্যক্তিক মূখ্য চৰিত্ৰত সম্পূৰ্ণ সহজ অভিনয় কৰোৱা পৰিচালকৰ আন এক প্ৰশংসনীয় দিশ।

Recent News

তিনিদিন পূৰ্বেই আহিছিল তুৰস্ক-চিৰিয়াত ভয়ংকৰ ভূমিকম্পৰ পূৰ্বানুমান? ভাইৰেল গৱেষকৰ পোষ্ট

তিনিদিন পূৰ্বেই আহিছিল তুৰস্ক-চিৰিয়াত ভয়ংকৰ ভূমিকম্পৰ পূৰ্বানুমান? ভাইৰেল গৱেষকৰ পোষ্ট

প্ৰচাৰৰ মায়াজাল! কেন্দ্ৰই প্ৰতিখন বিদ্যালয়ত কৰা খৰচতকৈ বহু বেছি ব্যয় মোডীৰ ‘পৰীক্ষা পে চৰ্চা’ত!

প্ৰচাৰৰ মায়াজাল! কেন্দ্ৰই প্ৰতিখন বিদ্যালয়ত কৰা খৰচতকৈ বহু বেছি ব্যয় মোডীৰ ‘পৰীক্ষা পে চৰ্চা’ত!

চৌদিশে কেৱল মৃত্যু! তুৰস্ক-চিৰিয়াত ভূমিকম্পত নিহতৰ সংখ্যা ৪,০০০ অতিক্ৰম

চৌদিশে কেৱল মৃত্যু! তুৰস্ক-চিৰিয়াত ভূমিকম্পত নিহতৰ সংখ্যা ৪,০০০ অতিক্ৰম

একাধিক স্থানত চিবিআইৰ অভিযান; উৎকোচৰ গোচৰত গ্ৰেপ্তাৰ এন এফ ৰে’লৱেৰ দুই বিষয়া, ঠিকাদাৰ

একাধিক স্থানত চিবিআইৰ অভিযান; উৎকোচৰ গোচৰত গ্ৰেপ্তাৰ এন এফ ৰে’লৱেৰ দুই বিষয়া, ঠিকাদাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd