• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 20, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

বহিঃ ৰাজ্যত আবদ্ধ শ্ৰমিকৰ বাবে সুখবৰ : দেশত চলি আছে ‘শ্ৰমিক বিশেষ ৰেইল’

Kalpa Saikia কল্পজ্যোতি শইকীয়া
গুৱাহাটী , May 17, 2020 4:01 pm

2 min read

nationalherald_2020-05_acc5ecf5-179f-4a26-8174-aee4d6f73415_PTI02_05_2020_000110B_1588520242
572
VIEWS
Share on FacebookShare on Twitter

কেন্দ্ৰীয় চৰকাৰে বহিঃৰাজ্যত আৱদ্ধ প্ৰব্ৰজিত শ্ৰমিকসকলৰ বাবে বিশেষ ৰে’লৰ ব্যৱস্থা  কৰিছে।

কেন্দ্ৰীয় ৰে’লমন্ত্ৰী পীয়ুস গোয়েলে এই ঘোষণা।

কালি এক টুইটযোগে ৰেইলৱে মন্ত্ৰী গোয়েলে ঘোষণা এই কথা ঘোষণা কৰি কয় যে, ‘মিছন ‘বেক হোম’ পূৰ্ণ ধাৰা : ১১৫০ খন শ্ৰমিক বিশেষ ৰে’লেৰে ১৫ লাখৰো অধিক লোকক যাত্ৰা কৰিছে।’

‘বিগত ৩ দিনত প্ৰতিদিনে ২ লাখৰো  অধিক লোকক ৰে’লেৰে পৰিবহণ কৰাল হৈছে।’ মন্ত্ৰীগৰাকীয়ে টুইটত কয়।

Mission “Back Home” in Full Steam: Railways has transported more than 15 lakh stranded people so far by running 1150 Shramik Special Trains.

During the last 3 days, Railways has transported more than 2 lakh people per day. pic.twitter.com/7YwXk4Ijrj

— Piyush Goyal (@PiyushGoyal) May 16, 2020

দেশৰ যিকোনো জিলাত থকা শ্ৰমিকসকলক নিজ গৃহলৈ যোৱাৰ বাবে এই “শ্ৰমিক বিশেষ” (Shramik Special) ৰে’ল চলিব বুলি তেওঁ সদৰী কৰে।

ইয়াৰ বাবে প্ৰতিখন জিলাৰ কালেক্টৰে অৱশিষ্ট শ্ৰমিকসকলৰ নাম আৰু ঠিকনাৰ তালিকা বনাই ৰাজ্যিক নোডেল বিষয়াৰ দ্বাৰা ৰেইলৱে বিভাগত আবেদন কৰিব পাৰিব বুলি তেওঁ কয়।

মন্ত্ৰীগৰাকীয়ে কৰা এই ঘোষণাৰ পাছতে সকাহ লাভ কৰিছে বহিঃৰাজ্যত আবদ্ধ শ্ৰমিকসকলে।

উল্লেখযোগ্য যে বহু হাজাৰ হাজাৰ শ্ৰমিকে ট্ৰেইন নাপাই খোজকাঢ়ি বা চাইকেল চলাই গৃহৰাজ্যলৈ যাত্ৰা কৰি আছে। তাৰ মাজতে বহু শ্ৰমিকে বিভিন্ন কাৰণত মৃত্যুকো আঁকোৱালি লৈছে।

Recent News

প্ৰতিবাদ; আধাৰশিলা স্থাপন নকৰাকৈয়ে উভতিবলগীয়া হ’ল বিধায়ক ভাস্কৰ শৰ্মা

প্ৰতিবাদ; আধাৰশিলা স্থাপন নকৰাকৈয়ে উভতিবলগীয়া হ’ল বিধায়ক ভাস্কৰ শৰ্মা

a bbbjjj

পুনৰ এবাৰ গতানুগতিক নিৰ্বাচনী ইস্তাহাৰৰে নিৰ্বাচনলৈ সাজু হ’ব নেকি বিজেপি?

পৰিত্যক্ত অৱস্থাত মূল্যবান চৰকাৰী ভূমি; সাংস্কৃতিক প্ৰকল্প স্থাপনৰ আহ্বান টীয়কবাসীৰ

পৰিত্যক্ত অৱস্থাত মূল্যবান চৰকাৰী ভূমি; সাংস্কৃতিক প্ৰকল্প স্থাপনৰ আহ্বান টীয়কবাসীৰ

সকলো বুথ পৰ্য্যায়ৰ কংগ্ৰেছ কৰ্মীয়ে নিজকে ৰিপুন বৰা বুলি ভাৱক : কংগ্ৰেছী মীৰা বৰঠাকুৰ

সকলো বুথ পৰ্য্যায়ৰ কংগ্ৰেছ কৰ্মীয়ে নিজকে ৰিপুন বৰা বুলি ভাৱক : কংগ্ৰেছী মীৰা বৰঠাকুৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd