• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ক’ৰ’নাতংকৰ মাজতে এটা ভাল খবৰ : এ’প’ল হাস্পতালে নিৰ্মাণ কৰিছে এক বিশেষ চিকিৎসা সঁজুলি

দীপজ্যোতি শৰ্মা by দীপজ্যোতি শৰ্মা
May 24, 2020 6:30 pm
index.jpgিু
7
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কৰ’নাৰ এই প্ৰত্যাহ্বানমূলক সময়ছোৱাত ৰাজ্যৰ সকলো কোভিড আক্ৰান্ত ৰোগী তথা ইয়াৰ সৈতে জড়িত হৈ থকা চিকিৎসক সকলৰ কাৰণে গুৱাহাটীস্থিত এপ’ল’ হস্পিতাল কৰ্তৃপক্ষই নিৰ্মাণ কৰি উলিয়াইছে এক অত্যাধুনিক বাকচ।

এপ’ল’ হস্পিতালৰ বায়’মেডিকেল ইঞ্জিনিয়াৰিং বিভাগে বিশেষ প্ৰযুক্তি ব্যৱহাৰ কৰি নিৰ্মাণ কৰি উলিয়াই ইউ ভি ষ্টেৰিলাইজেচন বাকচ৷ লগতে এই ইউ ভি ষ্টেৰিলাইজেচন বাকচৰ সমান্তৰালভাৱে তেওলোকে নিৰ্মাণ কৰি উলিয়াই এইৰ’চ’ল এক্ৰিলিক বাকচ।

Apply Now

এই এইৰ’চ’ল এক্ৰিলিক বাকচটো আই চি ইউ আৰু অ’ টিৰ চিকিৎসকসকলৰ বাবে সুবিধাজনক হ’ব৷

যাৰ জৰিয়তে ৰোগীসকলৰ মুখৰ পৰা নিৰ্গত হোৱা বিষাক্ত এইৰ’চ’লৰ পৰা চিকিৎসকসকলে নিজকে সুৰক্ষা কৰিব পাৰিব।

ইউ ভি ষ্টেৰিঅ’লাইজড বাকচটো নিৰ্মাণ কৰোতে ইউ ভি জি আই ডিচইনফেক্টেড প্ৰক্ৰিয়াৰ ব্যৱহাৰ কৰা হয়। এই প্ৰক্ৰিয়াৰ জৰিয়তে সুক্ষ্ম জীৱাণুসমূহ ধ্বংস কৰিব পৰা যায়।

উল্লেখ্য যে এই বাকচটোৰ ভিতৰত চিকিৎসাত ব্যৱহাৰ হোৱা ষ্টেট’স্ক’প, গ্লাচ, মাস্ক, কাগজ পত্ৰ, টকা পইচা তথা মোবাইল ফোনৰ দৰে সঁজুলিসমুহ কিছু সময়ৰ বাবে বাকচটোত ৰাখি চেনিটাইজ কৰিব পৰা যায়।

এই এইৰ’চ’ল এক্ৰিলিক বাকচবোৰ চিকিৎসক আৰু অস্ত্ৰোপচাৰক সকলৰ বাবে সংক্ৰমণ ৰোধৰ এক বিশেষ তথা তেওলোকৰ ব্যক্তিগত আহিলা।

এই সঁজুলিবিধৰ দ্বাৰা আই চি ইউ আৰু অ’ টিত স্বাস্থ্যকৰ্মী সকলে ইনটিউকেশ্যনৰ সময়ছোৱাত পি পি ই কিট পৰিধান নকৰিলেও কোনোধৰণৰ অসুবিধাৰ সন্মুখীন নহয়।

এই বাকচ দুটাৰ জৰিয়তে কোনোধৰণৰ বায়ু প্ৰদূষিত নহয়৷ এপ’ল হস্পিতাল গুৱাহাটীয়ে এই নিৰ্মাণৰ জৰিয়তে চাফ চিকুণতা একেবাৰে বৰ্তাই ৰখাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে ৷

দীপজ্যোতি শৰ্মা

দীপজ্যোতি শৰ্মা

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

দিল্লীৰ পৰা পেৰিছলৈকে ভাৰতৰ চমক! কিয় বিশ্বৰ বাবে ঈৰ্ষাৰ কাৰণ হৈ পৰিছে ভাৰতৰ ইউ পি আই?

দিল্লীৰ পৰা পেৰিছলৈকে ভাৰতৰ চমক! কিয় বিশ্বৰ বাবে ঈৰ্ষাৰ কাৰণ হৈ পৰিছে ভাৰতৰ ইউ পি আই?

August 26, 2026 11:13 am
‘ভাৰত আৰু চীন প্ৰতিদ্বন্দ্বী নহয়, সহযোগীহে’: বেইজিঙৰ বৈঠকত অজিত ডোভাল, ব্ৰিকছ সন্মিলনলৈ আহিব পাৰে জিনপিং

‘ভাৰত আৰু চীন প্ৰতিদ্বন্দ্বী নহয়, সহযোগীহে’: বেইজিঙৰ বৈঠকত অজিত ডোভাল, ব্ৰিকছ সন্মিলনলৈ আহিব পাৰে জিনপিং

August 26, 2026 9:33 am
মেঘালয়ত কয়লা খননৰ বাবে কেন্দ্ৰই প্ৰস্তুত কৰিব বিশেষ নীতি, বিধানসভাত ঘোষণা মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ

মেঘালয়ত কয়লা খননৰ বাবে কেন্দ্ৰই প্ৰস্তুত কৰিব বিশেষ নীতি, বিধানসভাত ঘোষণা মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ

August 26, 2026 8:33 am
কম বয়সতে চুলি পকিছে নেকি? ইয়াৰ আঁৰত থাকিব পাৰে এইসমূহ পুষ্টিকৰ উপাদানৰ অভাৱ

কম বয়সতে চুলি পকিছে নেকি? ইয়াৰ আঁৰত থাকিব পাৰে এইসমূহ পুষ্টিকৰ উপাদানৰ অভাৱ

August 26, 2026 7:33 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দিল্লীৰ পৰা পেৰিছলৈকে ভাৰতৰ চমক! কিয় বিশ্বৰ বাবে ঈৰ্ষাৰ কাৰণ হৈ পৰিছে ভাৰতৰ ইউ পি আই?

দিল্লীৰ পৰা পেৰিছলৈকে ভাৰতৰ চমক! কিয় বিশ্বৰ বাবে ঈৰ্ষাৰ কাৰণ হৈ পৰিছে ভাৰতৰ ইউ পি আই?

August 26, 2026 11:13 am
‘ভাৰত আৰু চীন প্ৰতিদ্বন্দ্বী নহয়, সহযোগীহে’: বেইজিঙৰ বৈঠকত অজিত ডোভাল, ব্ৰিকছ সন্মিলনলৈ আহিব পাৰে জিনপিং

‘ভাৰত আৰু চীন প্ৰতিদ্বন্দ্বী নহয়, সহযোগীহে’: বেইজিঙৰ বৈঠকত অজিত ডোভাল, ব্ৰিকছ সন্মিলনলৈ আহিব পাৰে জিনপিং

August 26, 2026 9:33 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd