DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, February 7, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

গুগল আৰু এপ’লে মিলি বনোৱা এটা টেকনিকেৰে নিৰ্মাণ হ’ব ক’ৰ’নাৰ সতৰ্কতা দিব পৰা এপ

এন ই নাও নিউজ by এন ই নাও নিউজ
May 22, 2020 8:37 am
প্ৰতিনিধিত্বমূলক চিত্ৰ

প্ৰতিনিধিত্বমূলক চিত্ৰ

11.2k
VIEWS
Share on FacebookShare on Twitter

গুগল আৰু এপ’লে মিলি এটা টেকনিক মুকলি কৰিছে যাৰ দ্বাৰা মাৰাত্মক ৰীপ ধাৰণ কৰা ক’ৰ’না ভাইৰাছৰ সতৰ্কতা দিব পৰা এপ নিৰ্মাণ কৰিব পৰা যাব।

এই নতুন টেকনিকটোৰ জৰিয়তে নিৰ্মাণ কৰিব লগীয়া এপটোৱে ক’ৰ’না সংক্ৰমিত ব্যক্তিৰ সংস্পৰ্শলৈ অহাৰ পূৰ্বে সজাগ কৰি দিব।

এপ’লৰ চি ই অ’ টীম কুকে টুইটাৰৰ জৰিয়তে কয়, ‍‘আমাৰ এই টেকনিকে স্বাস্থ্য কৰ্মীসকলক ক’ৰ’না সংক্ৰমিত ব্যক্তিক চিনাক্ত কৰাত সহায় কৰিব। আমি গুগলৰ লগত মিলি এক্সপ’জাৰ নটিফিকেশ্যন টেকনিক তৈয়াৰ কৰিছো’।

তেওঁ লগতে জানিবলৈ দি কয়, ‍‘আমি এই টেকনিকটো অতি শীঘ্ৰে ব্যৱহাৰকাৰী সকলক উপলব্ধ কৰাম আৰু ইয়ে ব্যৱহাৰকাৰীৰ ডাটা সম্পূৰ্ণৰূপে সুৰক্ষিত ৰাখিব’।

ইফালে গুগলৰ চি ই অ’ সুন্দৰ পিচাইয়ে টুইট কৰি কয়, ‍‘এপ’লৰ লগত মিলি এই টেকনিকটো বনাইছো। এই এপটোৱে সংক্ৰমিত লোক চিনাক্ত কৰাত সহায় কৰিব’।

উল্লেখ্য যে এই টেকনিকটো ৱায়াৰলেছ টেকন’লজি ব্লুটুথত কাম কৰিব। এই টেকনিকটো ব্যৱহাৰ কৰি চৰকাৰী সংস্থা বা স্বাস্থ্য সংস্থা সমূহে নিজাববীয়াকৈ ক’ৰ’না সংক্ৰমিত ব্যক্তি চিনাক্ত কৰাৰ বাবে এপ নিৰ্মাণ কৰিব পাৰিব।

এই টেকনিকেৰে তৈয়াৰী এপটো গুগল বা এপ’ল প্লে’ ষ্টোৰৰ পৰা ডাউনল’ড কৰিব পাৰিব।

উল্লেখ্য যে, এটা সমীক্ষাত পোৱা তথ্য অনুসৰি সমগ্ৰ বিশ্বজুৰি ৩৮০ কোটি লোকে স্মাৰ্টফোন ব্যৱহাৰ কৰে।

Recent News

Rahul Gandhi

সংসদত প্ৰধানমন্ত্ৰী মোদী আৰু আদানীৰ পুৰণি ফটো! আক্ৰমণাত্মক ৰাহুল গান্ধী

chopper connectivity in Assam

ৰাজ্যৰ চাৰি জিলা সংযোগী ছটা পথত বুধবাৰৰ পৰা হেলিকপ্টাৰ সেৱা

Rhino found dead

গোলাঘাটত মৰ্মান্তিক মৃত্যু কাজিৰঙাৰ পৰা ওলাই অহা গঁড়ৰ

Fake encounter in Assam

ভুৱা এনকাউণ্টাৰ: দুই আৰক্ষী বিষয়াক ৭ লাখ টকাকৈ ক্ষতিপূৰণ আদায়ৰ দিয়াৰ নিৰ্দেশ মানৱ অধিকাৰ আয়োগৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd