• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰাৰ্থী থিয় কৰোৱাৰ ক্ষেত্ৰত অসমৰ খিলঞ্জীয়া মুছলমানক অৱহেলা ৰাজনৈতিক দলসমূহৰ

জাহ্নৱী  বৰুৱা by জাহ্নৱী বৰুৱা
March 10, 2021 6:05 pm
a som
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰাৰ্থী থিয় কৰোৱাৰ ক্ষেত্ৰত অসমৰ খিলঞ্জীয়া মুছলমানক অৱহেলা কৰিছে ৰাজনৈতিক দলসমূহে।

আজি দিছপুৰ প্ৰেছ ক্লাৱত এক সংবাদমেল সম্বোধন কৰি এই গুৰুতৰ অভিযোগ তোলে গৰীয়া মৰিয়া দেশী জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক হাচিফুল ইছলামে।

Apply Now

সংবাদমেলত তেওঁ কয় “গৰিয়া-মৰিয়া দেশী সকল অসমীয়া জাতিৰ এটা অংগ অসমৰ জাতীয় জীৱনৰ অস্তিত্বৰ সংগ্ৰামত বিভিন্ন ক্ষেত্ৰত গৰিয়া-মৰিয়া সকলে আত্মবলিদান দি আহিছে।আজি কিন্তু ৰাজনৈতিক ক্ষেত্ৰ খনত গৰিয়া-মৰিয়া সকল লাঞ্ছিত-বঞ্চিত হৈ পৰিছে।”

অসমত গৰিয়া-মৰিয়া সকলে ১৪টা সমষ্টিত নিৰ্ণয়ক ভূমিকা গ্ৰহণ কৰিব পাৰে যদিও তেওঁলোকক বঞ্চিত কৰা হ’ল বুলি তেওঁ উল্লেখ কৰে।

তেওঁ আৰু কয় “আমি সকলো দলকে আহ্বান জনাইছিলোঁ যে এই সমষ্টি বোৰত গৰিয়া-মৰিয়া সকলক প্ৰাৰ্থিত্ব প্ৰদান কৰিবলৈ কিন্তু কোনো দলে আমাক সঁহাৰি নজনালে।”

“ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদক আমি বাদেই দিছোঁ কাৰণ তেখেত সকল নতুন দল আৰু তেওঁলোকৰ নিজৰ স্থিতিয়ে থৰক-বৰক অৱস্থা।” ইছলামে এইদৰে কয়।

কিন্তু কংগ্ৰেছ-বিজেপি দুয়োটা দলে ইমান দিনে চৰকাৰ থকাৰ সময়তও গৰিয়া-মৰিয়া সকলৰ বাবে এবাৰো নাভাবিলে বুলি দাবী কৰি তেওঁ লগতে কয় “নিৰ্বাচনৰ পূৰ্বে ওলোৱা তালিকাত কংগ্ৰেছে পূৰ্ব বঙ্গীয় প্ৰাৰ্থী হে দিলে কিন্তু গৰিয়া-মৰিয়াৰ প্ৰাৰ্থী এটাও নাই।কংগ্ৰেছে অকল মিঞা সকলক হে এৰি দিছে।কংগ্ৰেছ দলৰ পৰা আমি কেতিয়াও আশা কৰা নাছিলোঁ আৰু ভৱিষ্যতলৈও নকৰোঁ।”

“কিন্তু বিজেপি চৰকাৰে নিৰ্বাচনী ইস্তাহাৰত প্ৰকাশ কৰিছিল গৰিয়া-মৰিয়া সকলৰ কথা। আমি আশা কৰিছিলোঁ বিজেপি চৰকাৰৰ পৰা যিখন চৰকাৰে খিলঞ্জীয়া অসমীয়াৰ কথা, ভূমিপুত্ৰৰ,স্বাভিমান,জাতীয়তাবাদৰ কথা কয় এই চৰকাৰ খনক আমি সঁহাৰি জনাইছিলোঁ কিন্তু বিজেপি চৰকাৰেও আমাৰ কথা নাভাবি মিঞা সকলক প্ৰাৰ্থিত্ব প্ৰদান কৰিলে।” বিজেপিক কটাক্ষ কৰি এইদৰে কয় ইছলামে।

নামনি অসমত যদি গৰিয়া-মৰিয়া লোকক প্ৰাৰ্থিত্ব নিদিয়ে তেনেহলে তেওঁলোকে ইয়াৰ উচিত প্ৰত্যুত্তৰ দিব বুলি হুংকাৰ দিয়ে।

জাহ্নৱী  বৰুৱা

জাহ্নৱী বৰুৱা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd