DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, May 18, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

“আমছু”ৰ বিৰুদ্ধে সৰৱ গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদ

পুলেন্দ্ৰ দাস by পুলেন্দ্ৰ দাস
September 22, 2020 5:21 pm
“আমছু”ৰ বিৰুদ্ধে সৰৱ গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদ

ফটো : নৰ্থ-ইষ্ট নাও

257
VIEWS
Share on FacebookShare on Twitter

সদৌ অসম সংখ্যালঘু ছাত্ৰ য়ুনিয়ন চমুকৈ “আমছু”ৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদ৷

পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক (সাংগঠনিক) হাছিফুল ইছলামে আজি বৰপেটাত “আমছু”ৰ বিৰুদ্ধে কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়।

খিলঞ্জীয়া গৰিয়া মৰিয়া দেশী সকলৰ ক্ষেত্ৰত “আমছু”য়ে দুমুখীয়া স্থিতি অৱলম্বন কৰা বুলি উল্লেখ কৰি গৰিয়া মৰিয়া দেশী সকলৰ সমস্যাক লৈ “আমছু”ৰ মাত মতাৰ অধিকাৰ নাই বুলি স্পষ্ট কৰি দিয়ে গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক গৰাকীয়ে।

সম্পাদক গৰাকীয়ে কয়, “আমি লক্ষ্য কৰিছো যে বিগত কিছুদিনৰ পৰা আমছুৱে খিলঞ্জীয়া ইছলামধৰ্মী ভূমিপুত্ৰ গৰিয়া মৰিয়া দেশীৰ পক্ষত ঠিয় দিয়া পৰিলক্ষিত হৈছে”।

“আমি আচৰিত হৈছো যে আমছুৰ জন্মৰ পিছৰে পৰা কেতিয়াও গৰিয়া মৰিয়াৰ হৈ মাত মতা দেখা নাই। আমছুৱে সকলো মুছলমানকে একাকাৰ কৰাৰ যি পৰিকল্পনা কৰিছিল তাৰ বিৰুদ্ধাচৰণতে গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ জন্ম হৈছিল’, এইদৰে কয় সাধাৰণ সম্পাদক ইছলামে।

সংগঠনটোৰ ফালৰ পৰা স্পষ্ট কৰি দিয়া হয় যে ভৱিষ্যতত আমছুৱে যাতে কোনো কাৰণতে তেওঁলোকৰ কামত হস্তক্ষেপ নকৰে।

Recent News

আৰক্ষীৰে কথা কটা-কটি: সাংবাদিকক গ্ৰেপ্তাৰ, আৰক্ষী বিষয়াৰ নিলম্বনৰ দাবীত সৰৱ সাংবাদিক সংগঠন

আৰক্ষীৰে কথা কটা-কটি: সাংবাদিকক গ্ৰেপ্তাৰ, আৰক্ষী বিষয়াৰ নিলম্বনৰ দাবীত সৰৱ সাংবাদিক সংগঠন

হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ ধ্বনিৰে উত্তাল তামুলপুৰ, কিয় দিলে ধ্বনি?

হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ ধ্বনিৰে উত্তাল তামুলপুৰ, কিয় দিলে ধ্বনি?

বিজেপিত যোগদান কৰিব নেকি গুজৰাটৰ কংগ্ৰেছ সভাপতি হাৰ্দিক পেটেলে? কি ক’লে পেটেলে?

দলৰ সকলো পদৰ পৰা পদত্যাগ কৰিলে গুজৰাট কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি হাৰ্দিক পেটেলে

Dima Hasao flood

ডিমা হাচাওত কি হৈছে?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd