• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ইচ্ছা কৰিলেই চৰকাৰে ব্যক্তিগত সম্পত্তি অধিগ্ৰহণ কৰিব নোৱাৰিব- উচ্চতম ন্যায়ালয়

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
November 5, 2024 5:34 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চৰকাৰে ব্যক্তিগত মালিকানাধীন সম্পত্তি অধিগ্ৰহণ কৰিব নোৱাৰে বুলি উচ্চতম ন্যায়ালয়ে ৰায় গ্ৰহণ কৰে। মঙলবাৰে উচ্চতম ন্যায়ালয়ৰ ৯ জনীয়া বিচাৰপীঠৰ ৮ জনেই এই মতামতৰ সপক্ষে নিৰ্দেশনা দিয়ে। আজিৰ দিনটোতে আদালতে কয় যে সংবিধানৰ ৩৯ (খ) অনুচ্ছেদ অনুসৰি চৰকাৰে নাগৰিকৰ প্ৰতিটো ব্যক্তিগত মালিকানাধীন সম্পত্তি অধিগ্ৰহণ কৰিব নোৱাৰে।

‘ৰাজহুৱা কল্যাণ’ৰ বাবে চৰকাৰে ব্যক্তিগত মালিকানাধীন সম্পত্তি অধিগ্ৰহণ কৰাৰ বাবে বহু ক্ষেত্ৰত জনসাধাৰণৰ প্ৰতিবাদ। অভিযোগ উত্থাপন হৈছে যে প্ৰশাসনে জনসাধাৰণক অন্ধকাৰত ৰাখি ৰাতিটোৰ ভিতৰতে উচ্ছেদ প্ৰক্ৰিয়া চলাইছে। হঠাৎ গৃহহীন হৈ অসহায় অৱস্থাত পৰিণত হৈছে মানুহ। কিন্তু ভাৰতীয় সংবিধানৰ ৩৯(খ) আৰু ৩১(গ) অনুচ্ছেদত ৰাজ্য চৰকাৰসমূহক ব্যক্তিগত মালিকানাধীন সম্পত্তি অধিগ্ৰহণ আৰু বিতৰণৰ ক্ষমতা প্ৰদান কৰা হৈছে। যদিও আজি সৰ্বোচ্চ ৰায়দানত স্পষ্ট কৰা হৈছে যে ব্যক্তিগত সম্পত্তি ইচ্ছামতে অধিগ্ৰহণ কৰিব নোৱাৰি, তথাপিও উপযুক্ত প্ৰয়োজন আৰু জনকল্যাণৰ বিষয়টো বিবেচনা কৰা হ’ব।

ব্যক্তিগত সম্পত্তিৰ ওপৰত সমাজৰ কিমানখিনি অধিকাৰ আছে সেই সন্দৰ্ভত মুম্বাইৰ সম্পত্তিৰ মালিক সন্থাই উচ্চতম ন্যায়ালয়ত গোচৰ ৰুজু কৰিছিল। ন্যায়াধীশ হৃষিকেশ ৰায়, ন্যায়াধীশ জে বি পাৰ্দিৱালা, ন্যায়াধীশ মনোজ মিশ্ৰ, ন্যায়াধীশ ৰাজেশ বিন্দল, ন্যায়াধীশ এছ চি শৰ্মা, ন্যায়াধীশ অগাস্টিন জৰ্জ মাছিহ আৰু মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ে ৰায়দান গ্ৰহণ কৰে।

Apply Now

আজিৰ ৰায়দানত স্পষ্ট কৰি দিয়া হৈছে যে, “এজন ব্যক্তিৰ মালিকানাধীন কোনো সম্পত্তি ৩৯ (খ) অনুচ্ছেদৰ অধীনত পৰে নে নহয় সেয়া কেইবাটাও প্ৰসংগৰ ওপৰত নিৰ্ভৰ কৰিব। সকলো ব্যক্তিগত সম্পত্তি ৰাজহুৱা সম্পত্তি বুলি গণ্য কৰা হ’ব, কিন্তু সকলো নহয়।” সম্পদৰ প্ৰকৃতি, বৈশিষ্ট্য, স্থানীয় সমাজত ইয়াৰ প্ৰভাৱ, সংকটৰ দিশসমূহো বিবেচনা কৰা হ’ব।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd