• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চৰকাৰে দিয়া নাই ৩৩,১৬৭ গৰাকী সুলভ মূল্যৰ দোকানীৰ প্ৰাপ্য কমিছন আৰু বকেয়া ধন : DYFI  

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
July 17, 2024 7:41 pm
7
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যৰ ৬৬,২৭,৮৮১ টা ৰেচন কাৰ্ডধাৰী হিতাধিকাৰী পৰিয়ালক বিনামূলীয়া চাউল বিতৰণ কৰা ৩৩,১৬৭ গৰাকী সুলভ মূল্যৰ দোকানীৰ প্ৰাপ্য কমিছন আৰু বকেয়া ধন শীঘ্ৰে মোকলাই দিবলৈ ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেছন (ডি ৱাই এফ আই)ৰ অসম ৰাজ্যিক কমিটিয়ে দাবী জনাইছে।

ৰাজ্যৰ গৰিষ্ঠ সংখ্যক জনসাধাৰণলৈ খাদ্য যোগান ধৰি থকা সুলভ মূল্যৰ দোকানীসকলে ২০২৪ বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ পৰা জুন মাহলৈ অৰ্থাৎ ৬ মাহ ধৰি কমিছনৰ ধন পোৱা নাই।

Apply Now

আশ্চৰ্যকৰ বিষয় যে ২০১৫ চনৰ ডিচেম্বৰ মাহৰ পৰা ২০১৯ চনৰ মাৰ্চ মাহলৈ মুঠ ৪০ মাহৰ  বকেয়া ৰাজ্যখনৰ সুলভ মূল্যৰ দোকানীসকলে চৰকাৰৰ পৰা পাবলৈ বাকী আছে। প্ৰতি কুইন্টলত ৪২.৯০ টকাকৈ প্ৰায় ২৩২ টকা কোটি বকেয়া পাবলৈ বাকী আছে।

এই মূল দাবীকে ধৰি সৰ্বমুঠ ১১ টা দাবী সুলভ মূল্যৰ ব্যৱসায়ীসকলে উত্থাপন কৰিছে আৰু তিনিদিনীয়া প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। ডি ৱাই এফ আইয়ে ব্যৱসায়ীসকলৰ দাবীসমূহৰ প্ৰতি পূৰ্ণ সমৰ্থন আগবঢ়াইছে আৰু শীঘ্ৰে পূৰণ কৰাৰ বাবে চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিছে।

ডি ৱাই এফ আইয়ে কেৱল চাউলেই নহয়, দাইল, তেল, আটাকে ধৰি নিত্যপ্ৰয়োজনীয় সামগ্ৰীসমূহ সুলভ মূল্যৰ দোকানৰ যোগেদি যোগান ধৰিবলৈ দাবী কৰি আহিছে।

উল্লেখযোগ্য যে চৰকাৰে সুলভ মূল্যৰ দোকানৰ যোগেদি যোগান ধৰা সামগ্ৰীৰ এপদ এপদকৈ উঠাই কেৱল মাত্ৰ চাউল যোগানতে সীমাবদ্ধ ৰাখিছে। জনসাধাৰণক মূল্যবৃদ্ধি আৰু ভেজাল সামগ্ৰীৰ পৰা সুৰক্ষা দিবলৈ সুলভ মূল্যৰ দোকানৰ ব্যৱস্থাটো এক শক্তিশালী মাধ্যম কৰিব পাৰে যদিও চৰকাৰে সমগ্ৰ ব্যৱস্থা দুৰ্বল কৰি পেলাইছে। এয়া ৰাজ্যখনৰ জনসাধাৰণৰ স্বাৰ্থৰ পৰিপন্থী।

ডি ৱাই এফ আইয়ে এইটো উপলদ্ধি কৰে যে সুলভ মূল্যৰ দোকানী সন্থাই উত্থাপন কৰা দাবীসমূহ কেৱল সেই অংশৰ দোকানীসকলৰ স্বাৰ্থৰ লগত জড়িত বিষয়ে নহয়, ই হৈছে বৃহত্তৰ ৰাইজৰ স্বাৰ্থৰ লগত জড়িত বিষয়। সেয়ে ডি ৱাই এফ আইয়ে দাবী কৰিছে সুলভ মূল্য দোকানীসকলৰ দাবী মানি লৈ তেওঁলোকৰ সমস্যা সমাধান কৰাৰ মাজেৰে ৰাজ্যখনৰ বৃহত্তৰ জনগণৰ স্বাৰ্থ পূৰণ কৰক।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd