• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বেদান্তৰ প্ৰকল্পৰ বাবে গিবন অভয়াৰণ্যত খননৰ অনুমতি অসম চৰকাৰৰ; তীব্ৰ সমালোচনা গৌৰৱ গগৈৰ

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
August 28, 2024 10:07 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৰহাটৰ হোলোংগাপাৰ গিবন বন্যপ্ৰাণী অভয়াৰণ্যক সামৰি লোৱা অঞ্চলত বেদান্তৰ সহযোগী প্ৰতিষ্ঠান কেয়াৰ্ন অইল এণ্ড গেছৰ নতুন খনন প্ৰকল্পৰ বাবে অনুমোদন প্ৰদান কৰিছে অসম চৰকাৰে। এই অভয়াৰণ্যখন বিপন্ন গিবন আৰু বন্য হাতীৰ বাবে এক সুৰক্ষিত বাসস্থান।

পূৰ্বতে গিবন বন্যপ্ৰাণী অভয়াৰণ্য বা হোলোঙাপাৰ সংৰক্ষিত বনাঞ্চল হিচাপে স্বীকৃতি লাভ কৰা হোলোঙাপাৰ গিবন অভয়াৰণ্য অসমৰ যোৰহাটৰ পূব অংশত অৱস্থিত এখন ঘন চিৰসেউজ অৰণ্য। ১৯৯৭ চনত অভয়াৰণ্য হিচাপে স্থাপিত হোৱা এইখন চৰকাৰী অনুমোদিত শ্ৰেণীৰ অন্তৰ্গত আৰু মূলতঃ ১৮৮১ চনত ইয়াক সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰা হৈছিল, য’ত পাটকাই পৰ্বতমালাৰ পাদদেশলৈকে বিস্তৃত ফল আৰু বিভিন্ন প্ৰজাতিৰ গছ আছে।

তেতিয়াৰ পৰাই বছৰ বছৰ ধৰি এই অভয়াৰণ্যখন চাহ বাগিচা আৰু অঞ্চলটোক আগুৰি থকা সৰু সৰু গাঁওবোৰৰ দ্বাৰা বিচ্ছিন্ন হৈ চেপাঁ খাই পৰিছে। যোৱা শতিকাৰ আৰম্ভণিতে পৰিৱৰ্তিত বাসস্থানত পুনৰ বনানীকৰণৰ প্ৰচেষ্টাৰ সময়ত এক অতি আকৰ্ষণীয় জীৱকূলৰ জনসংখ্যাৰ বিকাশ ঘটিছিল। এই অঞ্চলত ভাৰতৰ একমাত্ৰ বান্দৰ গিবন আৰু উত্তৰ-পূব ভাৰতৰ একমাত্ৰ নিশাচৰ প্ৰাইমেট বংগ স্লো লৰিছৰ দৰে প্ৰজাতিৰ আশ্ৰয় পোৱা যায়।

Apply Now

কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰালয়ৰ বন পৰামৰ্শদাতা সমিতিৰ পৰা অনুমোদনৰ বাবে অপেক্ষা কৰি থকা ৪.৪৯ হেক্টৰ বনাঞ্চলৰ ভূমিৰ ডাইভাৰচনৰ সৈতে জড়িত এই প্ৰকল্পটোৱে বন্যপ্ৰাণী বিশেষজ্ঞ আৰু পৰিৱেশবিদৰ এক গোটৰ পৰাও ক্ষোভ লাভ কৰিছে যিয়ে অনুভৱ কৰে যে এই আঁচনিখনে অভয়াৰণ্যখনৰ সুৰক্ষাৰ প্ৰতি ভয়াৱহ ভাবুকি কঢ়িয়াই আনিছে৷

এই বিষয়ত বক্তব্য দি মুখ্য বন্যপ্ৰাণী ৱাৰ্ডেন সন্দীপ কুমাৰে কয় যে যিহেতু অভয়াৰণ্যখনে বন্যহস্তীৰ বাবে এক গুৰুত্বপূৰ্ণ কৰিড’ৰ গঠন কৰিছিল, সেয়েহে এই অভয়াৰণ্যখন গুৰুত্বপূৰ্ণ।

তদুপৰি, প্ৰকল্পটোৱে বন্যপ্ৰাণী সংৰক্ষণৰ বাবে আৰু মানৱ-প্ৰাণীৰ সংঘাত সমাধানৰ ক্ষেত্ৰত ২ শতাংশ অৰিহণা যোগাব লাগিব, অভয়াৰণ্যখনৰ সুক্ষ্ম পৰিৱেশ তন্ত্ৰটোক যিবোৰ অস্থায়ী উন্নয়নৰ সন্মুখীন হ’ব, তাৰ পৰা ৰক্ষা কৰাৰ বাবে পৰ্যাপ্ত ব্যৱস্থা গ্ৰহণ কৰাটো নিশ্চিত কৰিব লাগিব ৷

অসম কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈয়ে ৰাষ্ট্ৰীয় সংবাদ মাধ্যম ইণ্ডিয়া টুডেৰ এন ইৰ সৈতে হোৱা এক সাক্ষাৎকাৰত কয় যে বন্যপ্ৰাণী আৰু অন্যান্য পৰিৱেশ বিষয়ক লৈ অসম চৰকাৰে দ্বৈত প্ৰচাৰ চলাই আহিছে। তেওঁ অভিযোগ কৰে যে চৰকাৰে বন্যপ্ৰাণী সুৰক্ষাৰ কথা ক’লেও একে সময়তে খিলঞ্জীয়া জনগোষ্ঠী আৰু পৰিৱেশৰ স্বাৰ্থৰ বাবে আমূলভাৱে ক্ষতিকাৰক পৰিস্থিতিৰ সৃষ্টিোক।ৰিব

প্ৰায় ২০৯৮.৬২ হেক্টৰ ভূমি সামৰি এই বিচ্ছিন্ন বনাঞ্চলখনৰ পৰিবেশগত ক্ষতি হ’ব পাৰে বুলি গগৈয়ে গুৰুতৰ অভিযোগ উত্থাপন কৰে।

গগৈয়ে আৰু দুবছৰৰ পাছত অনুষ্ঠিত হ’বলগীয়া ৰাজ্যিক নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত খনন কোম্পানীসমূহৰ সৈতে গোপন চুক্তি কৰিব পাৰে বুলি বিজেপিৰ উদ্দেশ্যক লৈ সন্দেহ প্ৰকাশ কৰিছে।

গগৈয়ে এই প্ৰকল্পৰ বিৰোধিতা কৰি বিলুপ্তপ্ৰায় হোলোং গিবনকে ধৰি বহু প্ৰজাতিৰ বিপন্ন হোৱাৰ কাৰণ উল্লেখ কৰে। এই প্ৰকল্পই পৰিৱেশ, ভূগৰ্ভস্থ পানী, বায়ুৰ গুণাগুণ আৰু আৱৰ্জনা ব্যৱস্থাপনাৰ বাবে এক চিন্তনীয় বিপদৰ সৃষ্টি কৰিছে।

আনকি তেওঁ অসম বন্যপ্ৰাণী বিভাগক এই অবৈধ কাৰ্যকলাপক সমৰ্থন কৰা বুলি খবৰ পোৱাৰ বাবে তীব্ৰ সমালোচনা কৰি কয়- “বিভাগে পৰিৱেশ সুৰক্ষা নকৰি, ৰাজনৈতিক নেতাৰ মালিকানাধীন বন মাফিয়া আৰু ব্যক্তিগত ৰিজ’ৰ্টসমূহৰ সুবিধা প্ৰদান কৰি আহিছে। তেওঁলোকে আমাৰ পৰিৱেশ ৰক্ষাৰ বাবে একোৱেই কৰা নাই”।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১ অক্টোবৰৰ পৰা এছ বি আইৰ নতুন নিয়ম : এটিএম ব্যৱহাৰৰ বাবে ভৰিব লাগিব অতিৰিক্ত ধন

১ অক্টোবৰৰ পৰা এছ বি আইৰ নতুন নিয়ম : এটিএম ব্যৱহাৰৰ বাবে ভৰিব লাগিব অতিৰিক্ত ধন

August 20, 2026 12:02 pm
শ্বিলঙত খাচী ছাত্ৰ সন্থাৰ হিংসাত্মক বাইক ৰেলী : অসমৰ যান-বাহন আৰু পথচাৰীক লক্ষ্য কৰি আক্ৰমণ

শ্বিলঙত খাচী ছাত্ৰ সন্থাৰ হিংসাত্মক বাইক ৰেলী : অসমৰ যান-বাহন আৰু পথচাৰীক লক্ষ্য কৰি আক্ৰমণ

August 20, 2026 10:35 am
৫১ বছৰৰ পাছত মহাৰাষ্ট্ৰত পুনৰ পুৰণি নিয়ম : মন্ত্ৰীৰ সিদ্ধান্তত হস্তক্ষেপ কৰিব পাৰিব মুখ্যমন্ত্ৰীয়ে

৫১ বছৰৰ পাছত মহাৰাষ্ট্ৰত পুনৰ পুৰণি নিয়ম : মন্ত্ৰীৰ সিদ্ধান্তত হস্তক্ষেপ কৰিব পাৰিব মুখ্যমন্ত্ৰীয়ে

August 20, 2026 9:32 am
জেন-জি’ৰ মনৰ কথা শুনিবলৈ প্ৰতিদিনে বিশ্ববিদ্যালয়লৈ যাব মোদী চৰকাৰৰ মন্ত্ৰী

জেন-জি’ৰ মনৰ কথা শুনিবলৈ প্ৰতিদিনে বিশ্ববিদ্যালয়লৈ যাব মোদী চৰকাৰৰ মন্ত্ৰী

August 20, 2026 8:35 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১ অক্টোবৰৰ পৰা এছ বি আইৰ নতুন নিয়ম : এটিএম ব্যৱহাৰৰ বাবে ভৰিব লাগিব অতিৰিক্ত ধন

১ অক্টোবৰৰ পৰা এছ বি আইৰ নতুন নিয়ম : এটিএম ব্যৱহাৰৰ বাবে ভৰিব লাগিব অতিৰিক্ত ধন

August 20, 2026 12:02 pm
শ্বিলঙত খাচী ছাত্ৰ সন্থাৰ হিংসাত্মক বাইক ৰেলী : অসমৰ যান-বাহন আৰু পথচাৰীক লক্ষ্য কৰি আক্ৰমণ

শ্বিলঙত খাচী ছাত্ৰ সন্থাৰ হিংসাত্মক বাইক ৰেলী : অসমৰ যান-বাহন আৰু পথচাৰীক লক্ষ্য কৰি আক্ৰমণ

August 20, 2026 10:35 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd