• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

২৫ ফেব্ৰুৱাৰিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ ‘গো বিজ্ঞান’ পৰীক্ষা অনুষ্ঠিত কৰিব চৰকাৰে

NE NOW NEWS
গুৱাহাটী , January 6, 2021 1:27 pm

1 min read

২৫ ফেব্ৰুৱাৰিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ ‘গো বিজ্ঞান’ পৰীক্ষা অনুষ্ঠিত কৰিব চৰকাৰে

প্ৰতিনিধিত্বমূলক চিত্ৰ

239
VIEWS
Share on FacebookShare on Twitter

অহা ২৫ ফেব্ৰুৱাৰিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ ‘গো বিজ্ঞান’ পৰীক্ষা অনুষ্ঠিত কৰিব চৰকাৰে। এই ঘোষণা কৰিছে ৰাষ্ট্ৰীয় কামধেনু আয়োগে।

গো-কল্যাণৰ বাবে গঠন কৰা এক চৰকাৰী সংস্থা হৈছে ৰাষ্ট্ৰীয় কামধেনু আয়োগ।

এই পৰীক্ষা দেশজুৰি অনলাইন পদ্ধতিত হ’ব বুলি জনাইছে আয়োগে।

উল্লেখ্য যে পৰীক্ষাটো ১০০টা একাধিক পচন্দৰ প্ৰশ্ন থকা অবজেক্টিভ প্ৰকাৰৰ হ’ব।

এই পৰীক্ষাৰ বাবে কোনো ধৰণৰ মাচুল সংগ্ৰহ কৰা নহয় আৰু পৰীক্ষাৰ সময়সীমা ১ ঘণ্টা হ’ব।

প্ৰথমবাৰৰ বাবে আয়োজিত এই পৰীক্ষাৰ নাম দিয়া হৈছে– ‘কামধেনু গো বিজ্ঞান প্ৰসাৰ প্ৰচাৰ পৰীক্ষা’।

ৰাষ্ট্ৰীয় কামধেনু আয়োগৰ অধ্যক্ষ বল্লবভাই কাঠৰিয়াই কজানিবলৈ দি কয় যে প্ৰথমবাৰৰ বাবে আয়োজিত এই পৰীক্ষা প্ৰতিবছৰে অনুষ্ঠিত কৰা হ’ব।

উল্লেখ্য যে ইংৰাজী, হিন্দীৰ লগতে ১২টা অন্য ভাষাতো এই পৰীক্ষাটো অনুষ্ঠিত হ’ব বুলি জনাইছে।

আনহাতে চাৰিটা শাখাত অনুষ্ঠিত হ’ব এই পৰীক্ষা

১. প্ৰাথমিক পৰ্যায়ৰ পৰা অষ্টম শ্ৰেণীলৈ

২. নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ

৩. মহাবিদ্যালয়ৰ পৰ্যায়লৈকে

৪. সাধাৰণ লোক

পৰীক্ষাৰ ফলাফল ৰাষ্ট্ৰীয় কামধেনু আয়োগৰ ৱেবছাইটত উল্লেখ কৰা হ’ব। সকলোকে প্ৰমাণপত্ৰ দিয়াৰ লগতে বিশেষভাৱে কৃতকাৰ্যতা লাভ কৰা সকলক বিভিন্ন পুৰস্কাৰেৰে সন্মানিত কৰা হ’ভ বুলিও জনাইছে।

Recent News

Jerenga Modi

ইতিহাস প্ৰসিদ্ধ জেৰেঙা পথাৰক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিবনে প্ৰধান মন্ত্ৰী মোদীয়ে?

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

Ajmal VS muminul

ৰং সলাইছে নেতাই! বদৰুদ্দিন আজমল এজন সাম্প্ৰদায়িক মানুহ :মুমিনুল আৱাল

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd