DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, January 27, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কাৰিকৰী বিজুটি ঘটি এখন ৰাফেল যুদ্ধ বিমান ধ্বংস; মিছা টুইট সম্পৰ্কে স্পষ্টীকৰণ দিলে পি আই বিয়ে

এন ই নাও নিউজ by এন ই নাও নিউজ
September 11, 2020 6:55 pm
507
VIEWS
Share on FacebookShare on Twitter

আম্বালা বায়ু সেনা বাহিনী ঘাটিৰ ওচৰত প্ৰশিক্ষণৰ সময়ত এখন ৰাফেল যুদ্ধ বিমানৰ কাৰিকৰী বিজুতি ঘটি ধ্বংস হোৱা আৰু এগৰাকী পাইলটৰ মৃত্যু হোৱা ভূৱা টুইট সম্বন্ধে স্পষ্টীকৰণ দিছে কেন্দ্ৰীয় চৰকাৰে।

প্ৰেছ ইনফৰমেশ্যন ব্যুৰোই (পি আই বি) বায়ু সেনা বাহিনীৰ নাম লৈ প্ৰকাশ কৰা টুইটটো মিছা আৰু বায়ু সেনা বাহিনীয়ে কোনোধৰণৰ এনে টুইট কৰা নাই বুলি প্ৰকাশ কৰে।

”বৰ দুখজনক বাতৰি, আম্বালা বায়ু সেনা বাহিনী ঘাটিৰ ওচৰত প্ৰশিক্ষণৰ সময়ত কাৰিকৰী বিজুটি ঘটি এখন ৰাফেল যুদ্ধ বিমান ধ্বংস হয় আৰু এগৰাকী পাইলট শ্বহীদ হয়,” ভাৰতীয় বায়ু সেনা বাহিনীৰ নাম লৈ প্ৰকাশ কৰা টুইটটোত এনেদৰে উল্লেখ কৰা হৈছিল।

উল্লেখযোগ্য যে, ৰাফেল যুদ্ধ বিমান আৰু ভাৰতীয় বায়ুসেনা বাহিনীক বদনাম কৰাৰ বাবেই কোনো দুষ্ট চক্ৰই এনেধৰণে অপপ্ৰচাৰ চলাইছে বুলি সচেতন মহলে উল্লেখ কৰে।

১০ ছেপ্তেম্বৰত ফ্ৰান্সৰ পৰা ক্ৰয় কৰা ৰাফেল যুদ্ধবিমান আনুষ্ঠানিকভাৱে ভাৰতীয় বায়ু সেনা বাহিনীৰ অন্তৰ্ভূক্ত কৰা হৈছিল।

উক্ত অনুষ্ঠানত দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ লগতে ফ্ৰান্সৰ প্ৰতিৰক্ষা মন্ত্ৰীয়ো উপস্থিত আছিল।

Recent News

ডুবি যোৱা শিশুৰ মৃতদেহ ঘূৰাই দিলে কুম্ভীৰে! দেখি চকু কপালত উঠিল উদ্ধাৰকাৰীৰ

ডুবি যোৱা শিশুৰ মৃতদেহ ঘূৰাই দিলে কুম্ভীৰে! দেখি চকু কপালত উঠিল উদ্ধাৰকাৰীৰ

ইউক্ৰেইনত পুনৰ ৰাছিয়াৰ মিছাইল আক্ৰমণ; নিহত কমেও ১১ জন

ইউক্ৰেইনত পুনৰ ৰাছিয়াৰ মিছাইল আক্ৰমণ; নিহত কমেও ১১ জন

ফিটনেছৰ প্ৰমাণ! প্ৰত্যাৱৰ্তন কৰিয়েই এটা ইনিংছত ৭ উইকেট জাডেজাৰ

ফিটনেছৰ প্ৰমাণ! প্ৰত্যাৱৰ্তন কৰিয়েই এটা ইনিংছত ৭ উইকেট জাডেজাৰ

Sanjay Dutt

প্ৰিয় অভিনেতালৈ মৰমৰ চিন! সঞ্জয় দত্তৰ নামত অনুৰাগী মহিলাই উইল কৰি গ’ল ৭২ কোটি টকাৰ সম্পত্তি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd