• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভেকচিন নোলোৱা লোকসকলৰ ক্ষেত্ৰত ১৫ জানুৱাৰীৰ পৰা কঠোৰ হ’ব চৰকাৰ, কেনেধৰণৰ কঠোৰ ব্যৱস্থা?

ভেকচিনৰ প্ৰথম পালি গ্ৰহণ কৰা অথচ দ্বিতীয় পালিৰ সময় নোহোৱা লোকসকলৰ ক্ষেত্ৰত স্থিতি স্পষ্ট নহয় চৰকাৰৰ

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
January 14, 2022 5:55 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সমগ্ৰ দেশৰ লগতে অসমতো কোভিডৰ এতিয়া ভয়াৱহ ৰূপত সংক্ৰমণ ঘটিছে। এনে পৰিস্থিতিত কোভিডৰ পৰা ৰক্ষা পোৱাৰ একমাত্ৰ উপায় হিচাবে ভেকচিন গ্ৰহণকে মূল কথা হিচাবে গণ্য কৰা হৈছে।

ৰাজ্যৰ যিসকল লোকে এতিয়ালৈকে কোভিডৰ এটাও ভেকচিন লোৱা নাই বা যিসকলে সময় উকলি যোৱাৰ পিছতো কোভিডৰ দ্বিতীয়টো ভেকচিন ল’বলৈ হেলা কৰিছে তেনে লোকসকলৰ ক্ষেত্ৰত কাইলৈ অৰ্থাৎ ১৫ জানুৱাৰীৰ পৰা অধিক কঠোৰ হ’ব চৰকাৰ।

Apply Now

চৰকাৰী নিৰ্দেশনাত প্ৰকাশ পোৱামতে যিসকল লোকে এতিয়ালৈকে কোভিডৰ এটাও ভেকচিন লোৱা নাই বা যিসকলে সময় উকলি যোৱাৰ পিছতো কোভিডৰ দ্বিতীয়টো ভেকচিন গ্ৰহণ কৰা নাই তেনে লোকে বৈধ টিকাকৰণ প্ৰমাণপত্ৰ অবিহনে কাইলৈৰ পৰা কেৱল চিকিৎসালয়ক বাদ দি আন কোনো ৰাজহুৱা স্থানত উপস্থিত থাকিব নোৱাৰিব।

হোটেল, ৰেষ্টুৰেণ্ট, মল আদিত টিকাকৰণ নকৰা ব্যক্তিৰ প্ৰৱেশ নিষেধ আৰু এই ক্ষেত্ৰত কোনো বিসংগতি দেখিলে সংশ্লিষ্ট ব্যৱসায়িক প্ৰতিষ্ঠানৰ কৰ্তৃপক্ষক বৃহৎ মাত্ৰাত জৰিমনা বিহা হ’ব। যিসকল লোকে টিকাকৰণ কৰা নাই বা যিসকলে সময় হোৱা সত্বেও দ্বিতীয় পালি টিকা লোৱা নাই তেওঁলোকে চিকিৎসালয়ত ভৰ্তি হ’লে চৰকাৰে কোনো বিনামূলীয়া চিকিৎসা প্ৰদান নকৰে।

যিসকল চৰকাৰী কৰ্মচাৰীয়ে টিকাকৰণ কৰা নাই বা যিসকলে সময় হোৱা সত্বেও দ্বিতীয় পালি টিকা লোৱা নাই তেওঁলোকক কাৰ্যালয়ত উপস্থিত থাকিবলৈ দিয়া নহ’ব আৰু এনে অনুপস্থিতিৰ সময়ত তেওঁলোকৰ দৰ্মহা কৰ্তন কৰা হ’ব।

চৰকাৰে অৱশ্যে ভেকচিনৰ প্ৰথম পালি গ্ৰহণ কৰা অথচ দ্বিতীয় পালিৰ সময় নোহোৱা লোকসকলৰ ক্ষেত্ৰত কেনে ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব সেই বিষয়ত স্পষ্টকৈ একো কোৱা পৰিলক্ষিত হোৱা নাই।

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উদ্বিগ্ন পুটিন! ইউক্ৰেইনৰ ৰবট বাহিনীৰ তাণ্ডৱ; নিহত ৩ হাজাৰ ৰাছিয়ান সৈনিক

উদ্বিগ্ন পুটিন! ইউক্ৰেইনৰ ৰবট বাহিনীৰ তাণ্ডৱ; নিহত ৩ হাজাৰ ৰাছিয়ান সৈনিক

September 29, 2026 9:30 am
যুদ্ধ নহয়, কূটনীতিৰে বিবাদ নিষ্পত্তিৰ আহ্বান! ৰাষ্ট্ৰসংঘৰ মজিয়াত সৰৱ সংযুক্ত আৰৱ আমিৰশ্বাহী

যুদ্ধ নহয়, কূটনীতিৰে বিবাদ নিষ্পত্তিৰ আহ্বান! ৰাষ্ট্ৰসংঘৰ মজিয়াত সৰৱ সংযুক্ত আৰৱ আমিৰশ্বাহী

September 29, 2026 8:27 am
এইবাৰ জ্ঞানেশ কুমাৰৰ ‘বছ’ৰ পদত্যাগ দাবী কৰক; ককৰোচ জনতা পাৰ্টিলৈ আহ্বান প্ৰাক্তন মুখ্যমন্ত্ৰীৰ

এইবাৰ জ্ঞানেশ কুমাৰৰ ‘বছ’ৰ পদত্যাগ দাবী কৰক; ককৰোচ জনতা পাৰ্টিলৈ আহ্বান প্ৰাক্তন মুখ্যমন্ত্ৰীৰ

September 29, 2026 7:58 am
৪২ বছৰৰ অন্তত ভংগ পি টি উষাৰ অভিলেখ! এছিয়ান গেমছত ইতিহাস ৰচি ব্ৰঞ্জৰ পদক জয় বিদ্যা ৰামৰাজৰ

৪২ বছৰৰ অন্তত ভংগ পি টি উষাৰ অভিলেখ! এছিয়ান গেমছত ইতিহাস ৰচি ব্ৰঞ্জৰ পদক জয় বিদ্যা ৰামৰাজৰ

September 29, 2026 7:20 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উদ্বিগ্ন পুটিন! ইউক্ৰেইনৰ ৰবট বাহিনীৰ তাণ্ডৱ; নিহত ৩ হাজাৰ ৰাছিয়ান সৈনিক

উদ্বিগ্ন পুটিন! ইউক্ৰেইনৰ ৰবট বাহিনীৰ তাণ্ডৱ; নিহত ৩ হাজাৰ ৰাছিয়ান সৈনিক

September 29, 2026 9:30 am
যুদ্ধ নহয়, কূটনীতিৰে বিবাদ নিষ্পত্তিৰ আহ্বান! ৰাষ্ট্ৰসংঘৰ মজিয়াত সৰৱ সংযুক্ত আৰৱ আমিৰশ্বাহী

যুদ্ধ নহয়, কূটনীতিৰে বিবাদ নিষ্পত্তিৰ আহ্বান! ৰাষ্ট্ৰসংঘৰ মজিয়াত সৰৱ সংযুক্ত আৰৱ আমিৰশ্বাহী

September 29, 2026 8:27 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd