DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 17, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

গুৱাহাটী ৰে’ল ষ্টেশ্যনত নিচাযুক্ত টেবলেটসহ আটক দুজন সৰবৰাহকাৰী

এন ই নাও নিউজ by এন ই নাও নিউজ
November 16, 2018 1:00 pm
ef1adbae-cdf8-45f8-bcdb-b1cff4b69bf9

গুৱাহাটী ৰে'ল ষ্টেশ্যনত নিচাযুক্ত টেবলেট সহ শুকুৰবাৰে ৰে'ল আৰক্ষীয়ে আটক কৰা সৰবৰাহকাৰী দুজন।

166
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটী ৰে’ল ষ্টেশ্যনত আজি পুৱা প্ৰায় ১০-৩০ বজাত ৰে’ল আৰক্ষীয়ে বহু পৰিমাণৰ নিচাযুক্ত টেবলেটসহ দুজন সৰবৰাহকাৰীক আটক কৰে। ষ্টেশ্যনৰ ২নং প্লেটফৰ্মৰ পৰা ৰে’ল আৰক্ষীয়ে এগৰাকী মহিলাৰ লগতে আছতুল হক (২২) নামৰ যুৱকজনক আটক কৰে।

ৰে’ল আৰক্ষীয়ে আটক কৰা উক্ত সৰবৰাহকাৰী দুজন কলকাতাৰ পৰা উজনিমুৱা শৰাইঘাট এক্সপ্ৰেছ যোগে আহি নামিছিল বুলি জানিব পৰা গৈছে।

আৰক্ষীয়ে আটক কৰা মহিলা গৰাকীক ৰেহেনা খুলাকপাম (৩০) বুলি চিনাক্ত কৰা হৈছে। মনিপুৰৰ ইম্ফল পূব জিলাৰ মহিলাগৰাকীৰ স্বামীৰ নাম কৰিমুদ্দিন কিয়ামগেই।

আনহাতে আটক হোৱা আছতুল হক নলবাৰী জিলাৰ মুকালমুৱা থানাৰ অন্তৰ্গত লাওতোলাৰ ঘোগাৰ বাবুল আলীৰ পুত্ৰ বুলি জানিব পৰা গৈছে।

ৰে’ল আৰক্ষীয়ে সৰবৰাহকাৰী দুজনৰ পৰা তিনিখন বেগত কঢ়িয়াই অনা ১,০২,০০ টা এছপিএম-পিআৰএক্স কেপছুল আৰু ৭,৫০০ টা নাইট্ৰাজেপাম টেবলেট উদ্ধাৰ কৰে।

আৰক্ষীয়ে এই সন্দৰ্ভত তদন্ত কৰি পৰৱৰ্তী কাৰ্যব্যৱস্থা গ্ৰহণ কৰিব।

Recent News

ৰাজ্যৰ ৫০ৰো অধিক স্থানত ভূমিস্খলন:বৰাক উপত্যকাকে ধৰি ত্ৰিপুৰা, মিজোৰামত তীব্ৰ খাদ্য সংকটৰ আশংকা

এফচিআইৰ গাফিলতি: হাফলঙত মাত্ৰ দুদিনৰ বাবেহে মজুত আছে খাদ্য!

কোচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত কৰক: আক্ৰাছু

কোচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত কৰক: আক্ৰাছু

হাজোত বৰলীয়া নৈৰ কোৱাল সোঁতে উটুৱাই নিলে কাঠৰ দলং

হাজোত বৰলীয়া নৈৰ কোৱাল সোঁতে উটুৱাই নিলে কাঠৰ দলং

filmmaker Avinash Das booked

আইএএছ বিষয়াৰ সৈতে গৃহমন্ত্ৰী অমিত শ্বাহৰ ফটো শ্বেয়াৰ কৰি গ্ৰেপ্তাৰ হ’ল চলচ্চিত্ৰ নিৰ্মাতা অৱিনাশ দাস

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd