• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

থলুৱা উদ্যোগক বিশ্বমুখী কৰাৰ লক্ষ্যৰে ‘GUenARK 2026’ শীৰ্ষক অনুষ্ঠানৰ শুভাৰম্ভ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 2, 2026 7:11 pm
23
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

থলুৱা উদ্যোগ খণ্ডক শক্তিশালী আৰু সুসংগঠিত ৰূপত বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ লক্ষ্যৰে গুৱাহাটী বিশ্ববিদ্যালয়ত এক বিশেষ কাৰ্যসূচী আৰম্ভ হৈছে। উদীয়মান উদ্যোগপতি, ষ্টাৰ্টআপ আৰু নতুন চিন্তাধাৰাক সুযোগ প্ৰদানৰ লগতে সঠিক দিশ-নিৰ্দেশনা আগবঢ়োৱাৰ উদ্দেশ্যে বিশ্ববিদ্যালয়খনৰ ‘Innovation, Incubation and Startup Cell’ (IIS) ৰ উদ্যোগত সোমবাৰৰ পৰা দুদিনীয়াকৈ ‘GUenARK 2026’ শীৰ্ষক অনুষ্ঠানটিৰ আয়োজন কৰা হৈছে।

উদ্বোধনী ভাষণত গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ননী গোপাল মহন্তই উদ্ভাৱন, উদ্যোগশীলতা আৰু আত্মবিশ্বাসৰ ওপৰত আলোকপাত কৰে। তেওঁ উল্লেখ কৰে যে অসমৰ থলুৱা প্ৰতিভা আৰু উদ্ভাৱনী চিন্তাক সঠিক দিশ-নিৰ্দেশনা তথা এক উপযুক্ত মঞ্চ প্ৰদান কৰিব পাৰিলে ৰাজ্যখন উদ্যোগ-উদ্ভাৱনৰ এক শক্তিশালী কেন্দ্ৰ হিচাপে গঢ় লৈ উঠিব। ‘GUenARK 2026’ৰ দৰে পদক্ষেপে অসমৰ যুৱসমাজক আত্মবিশ্বাসী কৰি তোলাৰ লগতে থলুৱা উদ্যোগসমূহক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ পথ প্ৰশস্ত কৰিছে বুলি তেওঁ মত প্ৰকাশ কৰে।

Apply Now

অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি আই.এ.এছ. ড০ জীৱন বি (সচিব, উদ্ভাৱন আৰু ষ্টাৰ্টআপ বিভাগ)-এ উদ্যোগ খণ্ডৰ বিভিন্ন দিশত গুৰুত্ব আৰোপ কৰে। তেওঁৰ মতে, উদ্ভাৱনেই হৈছে আগন্তুক ভৱিষ্যতৰ পথ-প্ৰদৰ্শক। সঠিক নীতি, আধুনিক প্ৰযুক্তি আৰু প্ৰতিষ্ঠানিক সহায় লাভ কৰিলে অসমৰ যুৱ ব্যৱসায়ীসকলে নিজৰ ধাৰণা আৰু সপোনক বাস্তৱায়িত কৰিব পাৰিব বুলি তেওঁ কয়। লগতে তেওঁ উল্লেখ কৰে যে এই অনুষ্ঠানে শিক্ষানুষ্ঠান, চৰকাৰ আৰু উদ্যোগ জগতৰ মাজত সংযোগ স্থাপন কৰি থলুৱা উদ্যোগসমূহক ৰাষ্ট্ৰীয় আৰু বিশ্ব পৰিসৰত আগুৱাই নিয়াৰ বাবে এক শক্তিশালী ভিত্তি গঢ়ি তুলিব।

এই অনুষ্ঠানৰ বিভিন্ন কাৰ্যসূচীৰ ভিতৰত আইডিয়াথন(Ideathon)ত ৩৫ টা দল, হেকাথন (Hackathon)ত ৪০ টা দল আৰু ষ্টাৰ্টআপ শ্ব’কেচ (Startup Showcase)ত ৭৩ টা ষ্টাৰ্টআপে অংশগ্ৰহণ কৰিছে। শিক্ষাৰ্থী, উদ্ভাৱক আৰু ষ্টাৰ্টআপ প্ৰতিষ্ঠাপকসহ ১৫০০-তকৈ অধিক ব্যক্তিয়ে এই সমাৱেশত অংশ লৈছে।

উক্ত অনুষ্ঠানত সন্মানীয় অতিথিৰূপে ৰুৰেল ইনকিউবেচনৰ উপ-সভাপতি শ্ৰী সুবিৰ সিনহা উপস্থিত থাকে। ইয়াৰ উপৰি আই.আই.এছ.-ৰ অধ্যক্ষ অধ্যাপক ৰাতুল মহন্ত, বাণিজ্য আৰু ব্যৱস্থাপনা শাখাৰ ডীন অধ্যাপক প্ৰশান্ত শৰ্মা, বিজ্ঞান শাখাৰ ডীন অধ্যাপক কুমানন্দ টায়ুং সমন্বিতে বহু বিশিষ্ট ব্যক্তি, গৱেষক শিক্ষাৰ্থী আৰু ছাত্ৰ-ছাত্ৰী অনুষ্ঠানত উপস্থিত থাকে।

GUenARK 2026

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সুদীৰ্ঘ ৩৫ বছৰৰ অপেক্ষাৰ অন্ত! গ্ৰেপ্তাৰ ১৯৯১ চনৰ জম্মু ৰেল ষ্টেচন বিস্ফোৰণৰ মূল অভিযুক্ত

সুদীৰ্ঘ ৩৫ বছৰৰ অপেক্ষাৰ অন্ত! গ্ৰেপ্তাৰ ১৯৯১ চনৰ জম্মু ৰেল ষ্টেচন বিস্ফোৰণৰ মূল অভিযুক্ত

August 14, 2026 3:46 pm
‘ডিৰেক্টৰ অফ ক্ৰিকেট’ হ’বলৈ আগবাঢ়িছে ভিভিএছ লক্ষ্মণ; নতুন ভূমিকাত কি হ’ব তেওঁৰ দায়িত্ব?

‘ডিৰেক্টৰ অফ ক্ৰিকেট’ হ’বলৈ আগবাঢ়িছে ভিভিএছ লক্ষ্মণ; নতুন ভূমিকাত কি হ’ব তেওঁৰ দায়িত্ব?

August 14, 2026 2:44 pm
‘দেশত বৃহৎ পৰিৱৰ্তনৰ প্ৰয়োজন’, স্বাধীনতা দিৱসৰ পূৰ্বে ‘শান্তিপূৰ্ণ বিপ্লৱ’ৰ আহ্বান সোণম ৱাংচুকৰ

‘দেশত বৃহৎ পৰিৱৰ্তনৰ প্ৰয়োজন’, স্বাধীনতা দিৱসৰ পূৰ্বে ‘শান্তিপূৰ্ণ বিপ্লৱ’ৰ আহ্বান সোণম ৱাংচুকৰ

August 14, 2026 12:45 pm
অৰুণাচলৰ চাংলাঙৰ আছাম ৰাইফলছৰ চকীত উগ্ৰপন্থীৰ আক্ৰমণ; তালাচী অভিযান অব্যাহত

অৰুণাচলৰ চাংলাঙৰ আছাম ৰাইফলছৰ চকীত উগ্ৰপন্থীৰ আক্ৰমণ; তালাচী অভিযান অব্যাহত

August 14, 2026 11:43 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সুদীৰ্ঘ ৩৫ বছৰৰ অপেক্ষাৰ অন্ত! গ্ৰেপ্তাৰ ১৯৯১ চনৰ জম্মু ৰেল ষ্টেচন বিস্ফোৰণৰ মূল অভিযুক্ত

সুদীৰ্ঘ ৩৫ বছৰৰ অপেক্ষাৰ অন্ত! গ্ৰেপ্তাৰ ১৯৯১ চনৰ জম্মু ৰেল ষ্টেচন বিস্ফোৰণৰ মূল অভিযুক্ত

August 14, 2026 3:46 pm
‘ডিৰেক্টৰ অফ ক্ৰিকেট’ হ’বলৈ আগবাঢ়িছে ভিভিএছ লক্ষ্মণ; নতুন ভূমিকাত কি হ’ব তেওঁৰ দায়িত্ব?

‘ডিৰেক্টৰ অফ ক্ৰিকেট’ হ’বলৈ আগবাঢ়িছে ভিভিএছ লক্ষ্মণ; নতুন ভূমিকাত কি হ’ব তেওঁৰ দায়িত্ব?

August 14, 2026 2:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd