• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চাপৰ চাহ বাগিচাৰ ‘জি, ই ,এল গীৰ্জা’ৰ অতিথিশালা উদ্বোধন, ‘পেৰিছ সভা’ সম্পন্ন

তিলক চন্দ্ৰ প্ৰসাদ, চাপৰ by তিলক চন্দ্ৰ প্ৰসাদ, চাপৰ
November 21, 2021 9:17 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

“বাগিচা অঞ্চললৈ আহিলেই বাগিচাৰ সেউজীয়াই মনটোক এক অম্লান শান্তি দিয়ে,কাম কৰাৰ অদম্য, প্ৰেৰণা দিয়ে। যোৱা পাঁচ বছৰৰ মোৰ বিধায়কৰ কাৰ্যকালত আমাৰ তিনিখন চাহবাগিচাৰ উন্নয়নৰ কাৰণে সাধ্যানুসাৰে কৰাৰ চেষ্টা কৰিছোঁ।আমাৰ সমাজৰ সকলো শ্ৰেণীৰ সম উন্নয়নেই আমাৰ লক্ষ্য ।পিছপৰা শ্ৰেণীৰ উন্নয়ন আৰু অগ্ৰগতিকেই মূল উদ্দেশ্য কৰিছোঁ আৰু কৰি থাকিম।” এই মন্তব্য বিলাসীপাৰা পূব সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা অসম ৰাজ্যিক বিপণন নিগমৰ অধ্যক্ষ অশোক কুমাৰ সিংহীৰ।

আজি ধুবুৰী জিলাৰ চাপৰ চাহ বাগিচাস্থিত জি, ই ,এল গীৰ্জা প্ৰাংগণত সম্পন্ন অতিথিশালা উদ্ঘাটন আৰু পেৰিছ সভা অনুষ্ঠানত অংশগ্ৰহণ কৰি প্ৰাক্তন বিধায়ক সিংহীয়ে এইদৰে কয়।

Apply Now

উল্লেখ্য যে অসম চৰকাৰৰ ২০১৯-২০ বৰ্ষৰ ‘অসম দৰ্শন’ আঁচনিৰ অধীনত উক্ত গীৰ্জাৰ আন্ত:গাঁথনি উন্নয়ন আৰু অতিথিশালা নিৰ্মাণ কৰা হয়।এই আঁচনিৰ অধীনত নিৰ্মিত এই অতিথি শালা গৃহটোৰে আজি উদ্ঘাটন কৰাৰ লগতে পেৰিছ সভা উদযাপন কৰা হয়।

আজিৰ এই অনুষ্ঠানত প্ৰাক্তন বিধায়ক গৰাকীৰ লগতে ধুবুৰীৰ উপায়ুক্ত অন্বমুথন এম, পি ও উপস্থিত থাকি বাগিচা অঞ্চলৰ উন্নতিৰ ক্ষেত্ৰত শিক্ষাৰ গুৰুত্বৰ কথা ব্যাখ্যা কৰে।

উপায়ুক্ত গৰাকীয়ে ভাষণ প্ৰসংগত চাপৰ চাহ বাগিচাত অসম চৰকাৰে স্থাপন কৰিবলৈ লোৱা আদৰ্শ হাইস্কুল নিৰ্মাণৰ স্থানৰ ক্ষেত্ৰত বাগিচা কৰ্তৃপক্ষই বিধিপথালি দিয়াৰ কথা উল্লেখ কৰি কয় যে বিদ্যালয় খন পূৰ্ব নিৰ্ধাৰিত স্থানতে হব ।

‘আছা’ৰ কেন্দ্ৰীয় উপ সভাপতি ৰেজন হৰ’ৱে আঁত ধৰা অনুষ্ঠানটোত উত্তৰ-পূব ডায়াছিছ জি, ই ,এল, চি ৰ বিশ্বপ নিৰাল ভূঞাই অংশগ্ৰহণ কৰি ভাষণ প্ৰসংগত এক আধ্যাত্মিক বাৰ্তা প্ৰেৰণ কৰে।

প্ৰভু য়ীছু খ্ৰীষ্টৰ মধুৰ বাণীৰে দুদিনীয়া কাৰ্যসূচীৰে মৰনৈ পেৰিছৰ অন্তৰ্গত চাপৰ মণ্ডলীত পবিত্ৰ পেৰিছ সভা উলহ মালহৰে পালন কৰা হয়। আজি বিভিন্ন অনুষ্ঠানৰ লগতে গীত মাত, কুইজ, বাইবেল মুখস্থ আদি প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়।

জানিব পৰা মতে চাপৰ মণ্ডলীত আয়োজিত এই পবিত্ৰ অনুষ্ঠানত মৰনৈ, দুমনি সাধু পাৰা, বাশবাৰী , বীৰঝোৰা আদি মণ্ডলীৰ পৰা বহু সংখ্যক পুৰুষ- মহিলা, যুৱক- যুৱতী , তথা বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

উল্লেখযোগ্য যে এই অনুষ্ঠানৰ অন্তিম পৰ্বত আছা কেন্দ্ৰীয় কমিটিৰ উপ- সভাপতি ৰেজন হৰোই নিজৰ ভাষণত কয় যে বিগত কালছোৱাত প্ৰাক্তন বিধায়ক অশোক কুমাৰ সিংঘীৰ বলিষ্ঠ পদক্ষেপৰ বাবেই চাপৰ অঞ্চলৰ তিনি খন চাহ বাগিচাত ৰাস্তা- ঘাট কে ধৰি শিক্ষা দীক্ষা , চিকিৎসা আদি বিভিন্ন ক্ষেত্ৰত এক লেখতলবলগীয়া উন্নতি হৈছে ।

এনে কাম বিগত পঞ্চাছ বছৰৰ ভিতৰত হোৱা নাছিল বুলিও তেওঁ কয় ।

তিলক চন্দ্ৰ প্ৰসাদ, চাপৰ

তিলক চন্দ্ৰ প্ৰসাদ, চাপৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কেৱল ভৌগোলিক মাপকাঠিৰে আৰাৱলীৰ পৰিসীমা নিৰ্ধাৰণ অসম্ভৱ: উচ্চতম ন্যায়ালয়ৰ কমিটীৰ প্ৰতিবেদন

কেৱল ভৌগোলিক মাপকাঠিৰে আৰাৱলীৰ পৰিসীমা নিৰ্ধাৰণ অসম্ভৱ: উচ্চতম ন্যায়ালয়ৰ কমিটীৰ প্ৰতিবেদন

September 6, 2026 3:16 pm
‘মোৰ ঘৰলৈ আহা, তাৰপিছত…’, একাধিক শিক্ষাৰ্থীৰ বিস্ফোৰক অভিযোগ; অধ্যাপকৰ কাণ্ডত উত্তাল JNU

‘মোৰ ঘৰলৈ আহা, তাৰপিছত…’, একাধিক শিক্ষাৰ্থীৰ বিস্ফোৰক অভিযোগ; অধ্যাপকৰ কাণ্ডত উত্তাল JNU

September 6, 2026 1:58 pm
উইকেণ্ড পাৰ্টিত সুৰাৰ আড্ডা, ইজনৰ পিছত সিজনকৈ ৯ জন লোকৰ মৃত্যু; আঁৰত বিষাক্ত মদ?

উইকেণ্ড পাৰ্টিত সুৰাৰ আড্ডা, ইজনৰ পিছত সিজনকৈ ৯ জন লোকৰ মৃত্যু; আঁৰত বিষাক্ত মদ?

September 6, 2026 12:41 pm
হঠাৎ হাৰ্ট এটেক! মৃত্যুৰ কোলাত ঢলি পৰিল ৫৬ বছৰীয়া ঝাৰখণ্ডৰ মন্ত্ৰী সুদীব্য

হঠাৎ হাৰ্ট এটেক! মৃত্যুৰ কোলাত ঢলি পৰিল ৫৬ বছৰীয়া ঝাৰখণ্ডৰ মন্ত্ৰী সুদীব্য

September 6, 2026 11:39 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কেৱল ভৌগোলিক মাপকাঠিৰে আৰাৱলীৰ পৰিসীমা নিৰ্ধাৰণ অসম্ভৱ: উচ্চতম ন্যায়ালয়ৰ কমিটীৰ প্ৰতিবেদন

কেৱল ভৌগোলিক মাপকাঠিৰে আৰাৱলীৰ পৰিসীমা নিৰ্ধাৰণ অসম্ভৱ: উচ্চতম ন্যায়ালয়ৰ কমিটীৰ প্ৰতিবেদন

September 6, 2026 3:16 pm
‘মোৰ ঘৰলৈ আহা, তাৰপিছত…’, একাধিক শিক্ষাৰ্থীৰ বিস্ফোৰক অভিযোগ; অধ্যাপকৰ কাণ্ডত উত্তাল JNU

‘মোৰ ঘৰলৈ আহা, তাৰপিছত…’, একাধিক শিক্ষাৰ্থীৰ বিস্ফোৰক অভিযোগ; অধ্যাপকৰ কাণ্ডত উত্তাল JNU

September 6, 2026 1:58 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd