• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

মোদীৰ ৰাজ্যত হাৰ্ট এটেকত মৃত্যু BLO-ৰ! SIR-ৰ কামৰ বোজাক লৈ বিৰোধীৰ সমালোচনা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 28, 2025 7:30 pm
26
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

SIR চলি থকাৰ মাজতে দেশত ইটোৰ পিছত সিটোকৈ লোক অসুস্থ হৈ পৰাৰ ঘটনা সংঘটিত হৈছে। তাৰ ভিতৰত বহুতো বিএলঅ’ আছে। কৰ্মবোজাৰ বাবে আত্মহত্যাৰ ঘটনাও পোহৰলৈ আহিছে। উত্তৰ প্ৰদেশতো একে ঘটনা সংঘটিত হৈছে। এইবাৰ প্ৰধানমন্ত্ৰীৰ নিজৰ ৰাজ্য গুজৰাটত হাৰ্ট এটেকত আক্ৰান্ত হৈ এজন বি এল অ’ৰ মৃত্যু হৈছে। কামৰ বোজা চম্ভালিব নোৱাৰাৰ বাবেই তেওঁৰ মৃত্যু হোৱা বুলি বিৰোধীয়ে দাবী কৰিছে। অৱশ্যে এই মৃত্যুৰ SIRৰ সৈতে সম্পৰ্ক থকা বুলি আৰক্ষীয়ে অস্বীকাৰ কৰিছে।

গুজৰাটৰ মেহছানা জিলাত ভোটাৰ তালিকাৰ বিশেষ নিবিড় পুনৰীক্ষণৰ সময়ত এজন বুথ পৰ্যায়ৰ বিষয়াৰ মৃত্যু হৈছে। জানিব পৰা মতে, মৃত বি এল অ’জন বিদ্যালয়ৰ শিক্ষক আছিল। শুকুৰবাৰে পুৱা হাৰ্ট এটেকত আক্ৰান্ত হৈ তেওঁৰ মৃত্যু হয়। যদিও বিৰোধী কংগ্ৰেছ আৰু শিক্ষক সন্থাই বিএলঅ’ৰ মৃত্যুৰ বাবে অত্যধিক কৰ্মবোজা আৰু সা-সুবিধাৰ অভাৱৰ বাবে দোষাৰোপ কৰিছে, তথাপিও আৰক্ষীয়ে এই অভিযোগ অস্বীকাৰ কৰিছে।

Apply Now

সতলাসনা আৰক্ষী থানাৰ উপ-পৰিদৰ্শক উদয়সিং জালাই জনোৱা মতে, বৃহস্পতিবাৰে মাজনিশা সুদাসনা গাঁৱৰ বাসিন্দা দীনেশ ৰাভালৰ হাৰ্ট এটেকত নিজৰ ঘৰতে মৃত্যু হয়। গাঁৱৰ চৰকাৰী প্ৰাথমিক বিদ্যালয়ত শিক্ষক আছিল। শেহতীয়াকৈ তেওঁক এছ আই আৰৰ কামৰ বাবে বি এল অ’ হিচাপে নিযুক্তি দিয়া হৈছে বুলিও তেওঁ কয়। জালাই লগতে কয়, “ৰাভালক ঘৰতে স্বাস্থ্যৰ অৱনতি ঘটাত ভদনগৰৰ চৰকাৰী চিকিৎসালয়লৈ লৈ যোৱা হৈছিল। মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত হাৰ্ট এটেকক মৃত্যুৰ কাৰণ বুলি উল্লেখ কৰা হৈছে।এতিয়ালৈকে তেওঁৰ পৰিয়াল বা সহকৰ্মীয়ে কাৰো বিৰুদ্ধে কোনো অভিযোগ দাখিল কৰা নাই।”

অৱশ্যে কংগ্ৰেছৰ মুখপাত্ৰ মনীষ দোশীয়ে অভিযোগ কৰে যে বিএলঅ’ৰ ওপৰত নিৰ্ধাৰিত কাম সময়মতে সম্পূৰ্ণ কৰিবলৈ হেঁচা পৰিছে। সেইবাবেই এনে ঘটনা সংঘটিত হৈছে। আনহাতে গুজৰাট ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্থাৰ সভাপতি দিগ্বিজয় সিং জাদেজাই কয় যে আন শিক্ষকসকলে তেওঁক কয় যে ৰাভাল বিএলঅ’ হিচাপে কামৰ বোজাৰ বাবে মানসিক চাপত পৰিছে। জাদেজাই কয়, ‘মই চৰকাৰক বিকল্প বিচাৰি উলিয়াবলৈ অনুৰোধ কৰিছো কাৰণ বিএলঅ’ হিচাপে নিযুক্তি পোৱা শিক্ষকসকলৰ ওপৰত যথেষ্ট হেঁচা পৰিছে।তেওঁলোকে গোটেই বছৰটো শিক্ষক হিচাপে আৰু বিএলঅ’ হিচাপে কাম কৰিবলগীয়া হয়।কিছুমানে কাম সম্পূৰ্ণ কৰিবলৈ নিশাটোৰ ভিতৰতে কাম কৰি আছে।”

প্ৰসংগক্ৰমে যোৱা ২০ নৱেম্বৰত গুজৰাটৰ খেৰা জিলাত ব্লক লেভেল অফিচাৰ হিচাপে কৰ্মৰত স্কুলৰ শিক্ষক ৰমেশভাই পাৰমাৰৰ হাৰ্ট এটেকত মৃত্যু হয়। তেওঁৰ পৰিয়ালে দাবী কৰে যে এছ আই আৰৰ “অত্যধিক কামৰ বোজা”ৰ বাবেই এই কাণ্ড সংঘটিত হৈছে। পিছদিনা গুজৰাটৰ গীৰ সোমনাথ জিলাৰ বি এল অ’ স্কুলৰ শিক্ষক অৰবিন্দ বাধেৰে আত্মহত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে। তেওঁৰ পৰিয়ালে কয় যে তেওঁ নিজৰ চুইচাইড নোটত এছ আই আৰৰ পৰা হেঁচা দিয়াৰ কথা উল্লেখ কৰিছে।

আনহাতে, শুকুৰবাৰে উত্তৰ প্ৰদেশত চাৰিজন লোকক গ্ৰেপ্তাৰ কৰা হয়। এল অ’ৰ কামত বাধা দিয়াৰ অভিযোগ উত্থাপন হৈছে। আৰক্ষীয়ে জনোৱা মতে, নগ্ৰাম আৰক্ষী থানা এলেকাত এছ আই আৰ হিচাপে কাম কৰা বি এল অ’ৰ কামত বাধা দিয়াৰ অভিযোগত চাৰিওজনক গ্ৰেপ্তাৰ কৰা হৈছে। ষ্টেচন বিষয়াগৰাকীয়ে কয়, “বৃহস্পতিবাৰে এই ঘটনা সংঘটিত হৈছে চেলেমপুৰ আচাকা গাঁৱত। বিএলঅ’ৰ একাংশ লোকৰ সৈতে কাজিয়া হৈছিল।”

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অৰুণাচল প্ৰদেশক লৈ ভাৰতৰ ডাঙৰ পদক্ষেপ! মানচিত্ৰত ২৭ টা স্থান চিহ্নিত, চীনলৈ ডাঙৰ বাৰ্তা

অৰুণাচল প্ৰদেশক লৈ ভাৰতৰ ডাঙৰ পদক্ষেপ! মানচিত্ৰত ২৭ টা স্থান চিহ্নিত, চীনলৈ ডাঙৰ বাৰ্তা

August 8, 2026 10:10 am
বিদেশী অনুদান নিয়ন্ত্ৰণ বিধেয়কক লৈ সৰৱ আমেৰিকা! ‘আমেৰিকায়ো নিয়ন্ত্ৰণ কৰে’, ভাৰতৰ কঠোৰ উত্তৰ

বিদেশী অনুদান নিয়ন্ত্ৰণ বিধেয়কক লৈ সৰৱ আমেৰিকা! ‘আমেৰিকায়ো নিয়ন্ত্ৰণ কৰে’, ভাৰতৰ কঠোৰ উত্তৰ

August 8, 2026 9:24 am
অসম ৰাজ্যিক অভিলেখাগাৰত ইয়েলৰ গৱেষক পণ্ডিতৰ অসমীয়াত লিখা বিদায়ী টোকাই জয় কৰিলে অন্তৰ

অসম ৰাজ্যিক অভিলেখাগাৰত ইয়েলৰ গৱেষক পণ্ডিতৰ অসমীয়াত লিখা বিদায়ী টোকাই জয় কৰিলে অন্তৰ

August 8, 2026 8:54 am
মেডিকেল ডিগ্ৰী লৈ গাঁৱত চিকিৎসা কৰাটো বাধ্যতামূলক? দেশত অভিন্ন নিয়মৰ পক্ষত উচ্চতম ন্যায়ালয়

মেডিকেল ডিগ্ৰী লৈ গাঁৱত চিকিৎসা কৰাটো বাধ্যতামূলক? দেশত অভিন্ন নিয়মৰ পক্ষত উচ্চতম ন্যায়ালয়

August 8, 2026 7:50 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অৰুণাচল প্ৰদেশক লৈ ভাৰতৰ ডাঙৰ পদক্ষেপ! মানচিত্ৰত ২৭ টা স্থান চিহ্নিত, চীনলৈ ডাঙৰ বাৰ্তা

অৰুণাচল প্ৰদেশক লৈ ভাৰতৰ ডাঙৰ পদক্ষেপ! মানচিত্ৰত ২৭ টা স্থান চিহ্নিত, চীনলৈ ডাঙৰ বাৰ্তা

August 8, 2026 10:10 am
বিদেশী অনুদান নিয়ন্ত্ৰণ বিধেয়কক লৈ সৰৱ আমেৰিকা! ‘আমেৰিকায়ো নিয়ন্ত্ৰণ কৰে’, ভাৰতৰ কঠোৰ উত্তৰ

বিদেশী অনুদান নিয়ন্ত্ৰণ বিধেয়কক লৈ সৰৱ আমেৰিকা! ‘আমেৰিকায়ো নিয়ন্ত্ৰণ কৰে’, ভাৰতৰ কঠোৰ উত্তৰ

August 8, 2026 9:24 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd