• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

অধ্যক্ষক মন্ত্ৰী চুদাসামাৰ বিধান সভাৰ আসনখন শীঘ্ৰে শূণ্য কৰাৰ দাবী গুজৰাট কংগ্ৰেছৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
May 14, 2020 9:02 am
Bhupendrasinh-Chudasama-696x392

গুজৰাট ৰাজ্য চৰকাৰৰ মন্ত্ৰী ভূপেন্দ্ৰ সিং চুদাসামা

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গুজৰাট উচ্চ ন্যায়ালয়ে গুজৰাট ৰাজ্য চৰকাৰ মন্ত্ৰী ভূপেন্দ্ৰ সিংহ চুদাসামাৰ বিধান সভাৰ সদস্য পদ অবৈধ বুলি ঘোষণা কৰাৰ পিছত গুজৰাট কংগ্ৰেছে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

উল্লেখ্য যে যোৱা বুধবাৰে গুজৰাট চৰকাৰৰ মন্ত্ৰী চুদাসামাই নিৰ্বাচনত ক্ষমতাৰ অপব্যৱহাৰ কৰি জয়ী হৈছিল বুলি প্ৰমাণিত হোৱাৰ পিছত ন্যায়ালয়ে তেওঁৰ সদস্য পদক অবৈধ বুলি ঘোষণা কৰে।

Apply Now

ইয়াৰ পিছতে গুজৰাট ৰাজ্যিক কংগ্ৰেছে চুদাসামাই প্ৰতিনিধিত্ব কৰা ধ’লকা বিধান সভা আসনখন শূণ্য বুলি ঘোষণা কৰিবলৈ বিধান সভাৰ অধ্যক্ষলৈ পত্ৰ প্ৰেৰণ কৰি দাবী জনাইছে।

ন্যায়ালয়ৰ ৰায়ৰ পিছতে বিৰোধী দলপতি পৰেশ ধানানিয়ে বুধবাৰে বিধান সভাৰ অধ্যক্ষলৈ প্ৰেৰণ কৰা পত্ৰত কৈছে যে অতি শীঘ্ৰেই উক্ত আসনখন খালী বুলি ঘোষণা কৰিব লাগে।

তেওঁ লিখিছে যে উচ্চ ন্যায়ালয়ে চুদাসামাৰ স্থগিত ৰখাৰ আবেদন খাৰিজ কৰাৰ পিছত আসনখন শূণ্য বুলি ঘোষণা নকৰিলে ন্যায়ালয়ৰ নিৰ্দেশক অমান্য কৰা হ’ব।

উল্লেখ্য যে যোৱা ২০১৭ চনৰ গুজৰাট বিধান সভাৰ নিৰ্বাচনত আহমদাবাদ জিলাৰ ধ’লকা বিধান সভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী অশ্বিন ৰাথোড়ক ৩২৭ ভোটত পৰাস্ত কৰি চুদাসামাক বিজয়ী বুলি ঘোষণা কৰা হৈছিল।

এই ফলাফলত চুদাসামাই ক্ষমতা অপব্যৱহাৰ কৰাৰ অভিযোগ তুলি কংগ্ৰেছ প্ৰাৰ্থীগৰাকী উচ্চ ন্যায়ালয়ৰ দাৰস্থ হৈছিল। ইতিমধ্যে ন্যায়ালয়ে কংগ্ৰেছ প্ৰাৰ্থীগৰাকীৰ সপক্ষে ৰায়দান কৰিছে।

“উচ্চ ন্যায়ালয়ৰ আদেশৰ ভিত্তিত গুজৰাটৰ ধ’লকা বিধান সভাৰ আসনখন কোনো বিলম্ব নকৰাকৈ শূণ্য বুলি ঘোষণা কৰিবলৈ আপোনাক অনুৰোধ জনালো। কাৰণ ন্যায়ালয়ে ইতিমধ্যে চুদাসামাৰ স্থগিত ৰখাৰ আবেদন খাৰিজ কৰিছে আৰু তাৎক্ষণিকভাৱে ন্যায়ালয়ৰ আদেশ কাৰ্যকৰী কৰিব লাগে।” বিৰোধী দলপতি গৰাকীয়ে পত্ৰখনত এইদৰে কয়।

চুদাসামাই বৰ্তমান বিজয় ৰূপানী গুজৰাট চৰকাৰৰ মন্ত্ৰীসভাৰ শিক্ষা, আইন আৰু ন্যায়, সংসদীয় পৰিক্ৰমা আদি কেবাটাও দপ্তৰৰ দায়িত্বত আছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দিল্লী আৰক্ষীৰ বিৰুদ্ধে ভুৱা ‘এআই’ ভিডিঅ’ নিৰ্মাণ আৰু প্ৰচাৰৰ অভিযোগত গ্ৰেপ্তাৰ এজন যুৱক

দিল্লী আৰক্ষীৰ বিৰুদ্ধে ভুৱা ‘এআই’ ভিডিঅ’ নিৰ্মাণ আৰু প্ৰচাৰৰ অভিযোগত গ্ৰেপ্তাৰ এজন যুৱক

October 6, 2026 4:05 pm
ভাৰতীয় মহিলা ক্ৰিকেট দলৰ অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে; এইবাৰ টিম ইণ্ডিয়াৰ নেতৃত্বত কোন?

ভাৰতীয় মহিলা ক্ৰিকেট দলৰ অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে; এইবাৰ টিম ইণ্ডিয়াৰ নেতৃত্বত কোন?

October 6, 2026 1:20 pm
জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত উত্তপ্ত দিল্লী; বেৰিকেডৰ বাধাত ৰাজপথতে বহি পৰিল ‘ইণ্ডিয়া’ৰ সাংসদসকল

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত উত্তপ্ত দিল্লী; বেৰিকেডৰ বাধাত ৰাজপথতে বহি পৰিল ‘ইণ্ডিয়া’ৰ সাংসদসকল

October 6, 2026 12:33 pm
প্ৰসিদ্ধ লেখক, জনপ্ৰিয় ঔপন্যাসিক তথা ৰাজনীতিক জেফ্ৰি আৰ্চাৰৰ ৮৬ বছৰ বয়সত দেহাৱসান

প্ৰসিদ্ধ লেখক, জনপ্ৰিয় ঔপন্যাসিক তথা ৰাজনীতিক জেফ্ৰি আৰ্চাৰৰ ৮৬ বছৰ বয়সত দেহাৱসান

October 6, 2026 11:35 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দিল্লী আৰক্ষীৰ বিৰুদ্ধে ভুৱা ‘এআই’ ভিডিঅ’ নিৰ্মাণ আৰু প্ৰচাৰৰ অভিযোগত গ্ৰেপ্তাৰ এজন যুৱক

দিল্লী আৰক্ষীৰ বিৰুদ্ধে ভুৱা ‘এআই’ ভিডিঅ’ নিৰ্মাণ আৰু প্ৰচাৰৰ অভিযোগত গ্ৰেপ্তাৰ এজন যুৱক

October 6, 2026 4:05 pm
ভাৰতীয় মহিলা ক্ৰিকেট দলৰ অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে; এইবাৰ টিম ইণ্ডিয়াৰ নেতৃত্বত কোন?

ভাৰতীয় মহিলা ক্ৰিকেট দলৰ অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে; এইবাৰ টিম ইণ্ডিয়াৰ নেতৃত্বত কোন?

October 6, 2026 1:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd