• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পুনৰ ড’নাল্ড ট্ৰাম্পক লক্ষ্য কৰি চলিল গুলী! কথমপি ৰক্ষা, এজনক গ্ৰেপ্তাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 16, 2024 8:49 am
ফটোঃ সংগ্ৰহীত।

ফটোঃ সংগ্ৰহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এবাৰ ৰাজহুৱা সভাত ভাষণ দি থকাৰ সময়ত তেওঁৰ ওপৰত আক্ৰমণ চলোৱা হৈছিল। কাণ স্পৰ্শ কৰি পাৰ হৈ গৈছিল গুলী। এইবাৰ আকৌ এবাৰ আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক লক্ষ্য কৰি গুলীচালনাৰ ঘটনা সংঘটিত হৈছে। কিন্তু এইবাৰ ৰাজহুৱা সভাত নহয়, ফ্ল’ৰিডাৰ এখন গ’ল্ফ কোৰ্চতহে। আৰক্ষীৰ সূত্ৰ অনুসৰি এই ঘটনাত এজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।

ৰাষ্ট্ৰপতি নিৰ্বাচনৰ পূৰ্বে প্ৰচাৰত এতিয়া ব্যস্ত প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প। মাজতে তেওঁ গলফ কোৰ্চত ব্যক্তিগত সময় কটাইছিল। সূত্ৰ অনুসৰি তাতেই  গুলীৰ শব্দ শুনা যায়। লগে লগে ট্ৰাম্পৰ নিৰাপত্তাৰক্ষীয়ে তেওঁক ‘ছেফ জ’ন’লৈ লৈ যায়। তেওঁ নিৰাপদ বুলি কোৱা হৈছে। আনহাতে, গলফ কোৰ্চৰ ভিতৰত থকা এটা জোপোহাৰ পৰা এ কে ৪৭ ৰাইফল উদ্ধাৰ হোৱা বুলি জানিব পৰা গৈছে।

ধৃত ব্যক্তিজনেই এই ঘটনাৰ সৈতে জড়িত আছিল নে আন কোনো লোক জড়িত আছিল সেয়া নিশ্চিত কৰিব পৰা নাই আৰক্ষীয়ে। কিন্তু ড’নাল্ড ট্ৰাম্পক হত্যা কৰিবলৈকে যে  গুলী চলোৱা হৈছে সেয়া তেওঁলোকে স্পষ্টকৈ ধৰিব পাৰিছে। এফ বি আইয়ে জনোৱা মতে, গুলী চলোৱা ঠাইৰ পৰা ৫০০ মিটাৰৰ ভিতৰত আছিল ট্ৰাম্প। কমেও চাৰিবাৰ গুলী চলোৱা হৈছিল বুলি দাবী কৰা হৈছে।

Apply Now

লগতে পঢ়কঃ মাত্ৰ সাত দিনতে কমিব ২ৰ পৰা ৩ কেজি ওজন; গৰমত চৰ্বি কমাবলৈ পালন কৰক এই টিপছ

ইফালে ট্ৰাম্পৰ পুত্ৰই ছ’চিয়েল মিডিয়াত দাবী কৰে যে ট্ৰাম্প গ’ল্ফ কোৰ্চত থকা অঞ্চলৰ অতি ওচৰৰ জোপোহাৰ পৰা বন্দুকটো উদ্ধাৰ কৰা হৈছে। কিয় গুলীচালনা কৰা হৈছিল সেয়া স্পষ্ট হৈ পৰিছে।

ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা সন্দেহযুক্ত লোকজন হৈছে ৰিয়ান ৱেছলী ৰাউথ। বন্দুকটোৰ বাহিৰেও তেওঁৰ পৰা উদ্ধাৰ কৰা হৈছে ‘গো-প্ৰো’ কেমেৰা। আৰক্ষীৰ সূত্ৰ অনুসৰি ৰাউথে শ্ৰমিক হিচাপে কাম কৰে যদিও তেওঁ সেনাবাহিনীত যোগদান কৰিব বিচাৰিছিল। তেওঁ ৰাছিয়া-ইউক্ৰেইন যুদ্ধতো অংশগ্ৰহণ কৰিব বিচাৰিছিল। কেৱল সেয়াই নহয়, যুদ্ধৰ পৰিস্থিতিৰ বিষয়ে ছ’চিয়েল মিডিয়াত তেওঁৰ একাধিক পোষ্ট আছে।

Again folks!

SHOTS FIRED at Trump Golf Course in West Palm Beach, Florida.

An AK-47 was discovered in the bushes, per local law enforcement. The Trump campaign has released a statement confirming former President Trump is safe.

A suspect has reportedly been apprehended. pic.twitter.com/FwRfrO3v6y

— Donald Trump Jr. (@DonaldJTrumpJr) September 15, 2024

অৱশ্যে এইবাৰেই প্ৰথমবাৰৰ বাবে গ্ৰেপ্তাৰ হোৱা নাই ৰাউথ। ইয়াৰ পূৰ্বে ২০০২ চনত অটোমেটিক বন্দুকসহ তেওঁ ধৰা পৰিছিল। অৱশ্যে কেতিয়া কেনেকৈ মুকলি কৰি দিয়া হৈছিল সেয়া স্পষ্ট হোৱা নাই। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিশ্বৰ আটাইতকৈ বয়সীয়াল ১৯৪ বছৰীয়া কাছক খাদ্য খুৱালে প্ৰধানমন্ত্ৰীয়ে

বিশ্বৰ আটাইতকৈ বয়সীয়াল ১৯৪ বছৰীয়া কাছক খাদ্য খুৱালে প্ৰধানমন্ত্ৰীয়ে

June 27, 2026 11:23 pm
কেতনৰ সৈতে আঙুঠি পিন্ধোৱা পৰ্বৰ কেইদিনমান আগতেই চেতনৰ সৈতে ৰাজস্থানত পাঁচ দিন কটাই আহিছিল চিয়াই! কিয় কৰিলে হত্যা, পোহৰলৈ আহিল নতুন তথ্য

কেতনৰ সৈতে আঙুঠি পিন্ধোৱা পৰ্বৰ কেইদিনমান আগতেই চেতনৰ সৈতে ৰাজস্থানত পাঁচ দিন কটাই আহিছিল চিয়াই! কিয় কৰিলে হত্যা, পোহৰলৈ আহিল নতুন তথ্য

June 27, 2026 10:42 pm
‘আমাৰ সৈতে অন্যায় হৈছে’, ফিফাক ক্ষুৰধাৰ সমালোচনা ইৰানৰ প্ৰশিক্ষক আৰু অধিনায়কৰ

‘আমাৰ সৈতে অন্যায় হৈছে’, ফিফাক ক্ষুৰধাৰ সমালোচনা ইৰানৰ প্ৰশিক্ষক আৰু অধিনায়কৰ

June 27, 2026 9:34 pm
ভাৰতৰ হাতৰ পৰা ওলাই গ’ল মংলা বন্দৰৰ প্ৰকল্প! প্ৰথমখন বিদেশ ভ্ৰমণত চীনৰ সৈতে গুৰুত্বপূৰ্ণ চুক্তিত স্বাক্ষৰ বাংলাদেশৰ প্ৰধানমন্ত্ৰীৰ

ভাৰতৰ হাতৰ পৰা ওলাই গ’ল মংলা বন্দৰৰ প্ৰকল্প! প্ৰথমখন বিদেশ ভ্ৰমণত চীনৰ সৈতে গুৰুত্বপূৰ্ণ চুক্তিত স্বাক্ষৰ বাংলাদেশৰ প্ৰধানমন্ত্ৰীৰ

June 27, 2026 9:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিশ্বৰ আটাইতকৈ বয়সীয়াল ১৯৪ বছৰীয়া কাছক খাদ্য খুৱালে প্ৰধানমন্ত্ৰীয়ে

বিশ্বৰ আটাইতকৈ বয়সীয়াল ১৯৪ বছৰীয়া কাছক খাদ্য খুৱালে প্ৰধানমন্ত্ৰীয়ে

June 27, 2026 11:23 pm
কেতনৰ সৈতে আঙুঠি পিন্ধোৱা পৰ্বৰ কেইদিনমান আগতেই চেতনৰ সৈতে ৰাজস্থানত পাঁচ দিন কটাই আহিছিল চিয়াই! কিয় কৰিলে হত্যা, পোহৰলৈ আহিল নতুন তথ্য

কেতনৰ সৈতে আঙুঠি পিন্ধোৱা পৰ্বৰ কেইদিনমান আগতেই চেতনৰ সৈতে ৰাজস্থানত পাঁচ দিন কটাই আহিছিল চিয়াই! কিয় কৰিলে হত্যা, পোহৰলৈ আহিল নতুন তথ্য

June 27, 2026 10:42 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd