• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বাংলাদেশত বিমান অপহৰণ কৰিছে বন্দুকধাৰীয়ে

বিমানখন (বিজি ১৪৭)ৰ সকলো যাত্ৰীয়েই নামি আহিছে, কিন্তু অভিযুক্ত বন্দুকধাৰীজনৰ লগতে দুজন ক্ৰু সদস্য এতিয়াও বিমানখনতে আছে।

এন ই নাও নিউজ by এন ই নাও নিউজ
February 24, 2019 7:46 pm
Bangladesh flight hijacked

অৱতৰণৰ পিছত বিমান বাংলাদেশৰ বিমানখন। ছবি সৌজন্য-- Dhaka Tribune|

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বাতৰি মতে এগৰাকী “বন্দুকধাৰী”ৰ অপহৰণৰ ফলত এখন যাত্ৰীবাহী বিমানে জৰুৰী অৱতৰণ কৰিছে।

দে’ইলি স্তাৰ-ৰ বাতৰি মতে, সন্দেহযুক্ত ব্যক্তিজনে বিমানখনৰ এজন কেবিন ক্ৰু সদস্যক অভিযোগমতে গুলী চলাইছিল আৰু ডুবাই অভিমুখী বিমান বাংলাদেশ এয়েৰলাইনছ বিমানখনৰ ককপিতত প্ৰৱেশৰ চেষ্টা চলাইছিল।

Apply Now

অৱশ্যে পাইলটজনে বাংলাদেশৰ চিতাগংস্থিত শ্বাহ আমানত আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত জৰুৰী অৱতৰণ কৰিবলৈ সক্ষম হৈছে।

বাতৰিটোত প্ৰকাশ, ডুবাইলৈ চিতাগং হৈ ঢাকাৰ পৰা গৈ থকা বিমানখনে শ্বাহ আমানত আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত ইউ কে’ৰ দুপৰীয়াৰ সময়ৰ ঠিক পূৰ্বে (বাংলাদেশৰ সময় আবেলি ৫:৪০) অৱতৰণ কৰে।

এইটোও প্ৰকাশিত হৈছে যে বিমানখন (বিজি ১৪৭)ৰ সকলো যাত্ৰীয়েই নামি আহিছে, কিন্তু অভিযুক্ত বন্দুকধাৰীজনৰ লগতে দুজন ক্ৰু সদস্য এতিয়াও বিমানখনতে আছে।

ঢাকাৰ হজৰত শ্বাহজালাল আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ পৰা উৰণৰ পিছতে এজন বন্দুকধাৰীয়ে ককপিত নিয়ন্ত্ৰণ কৰিব খুজিছিল বুলি নাম প্ৰকাশ নকৰাৰ চৰ্তত বিমান বন্দৰৰ এজন বিষয়াৰ উদ্ধৃতিৰে ঢাকা ত্ৰিবিউন-এ এটা বাতৰি প্ৰকাশ কৰিছে।

আনহাতে বিমান বাংলাদেশৰ বিমানবন্দৰৰ ষ্টে’চন মেনে’জাৰ মহফুজুল আলমে বিদিনিউজ২৪.কম-ক নিশ্চিত কৰিছে যে বিমানখন অপহৰণ কৰা হৈছিল, কিন্তু তেওঁ অধিক মন্তব্য কৰিবলৈ অস্বীকাৰ কৰিছে।

আৰক্ষী, ৰেপিদ এক্সন বেতেলিয়ন আৰু সশস্ত্ৰ আৰক্ষী বেতেলিয়নে, বাতৰি মতে, এলেকাটো অৱৰোধ কৰিছে আৰু ৰানৱে’ত বিমানখন ঘেৰি ৰাখিছে। বিমানবন্দৰটোৰ কাম-কাজ বাতিল কৰা হৈছে।

বিমানখনতে থকা চিতাগং ৮ৰ সাংসদ আৰু জাতীয় সমাজতান্ত্ৰিক দলৰ গোটৰ নেতা মইন উদ্দিন বাদলে সময় টিভি-ক কয় যে বন্দুকধাৰীজনে গুলীচালনা কৰিছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মানসজ্যোতি চেতিয়া ফুকনৰ ৰহস্যজনক মৃত্যু; এক উচ্চপৰ্যায়ৰ আৰু নিৰপেক্ষ তদন্তৰ দাবী দেবব্ৰত শইকীয়াৰ

মানসজ্যোতি চেতিয়া ফুকনৰ ৰহস্যজনক মৃত্যু; এক উচ্চপৰ্যায়ৰ আৰু নিৰপেক্ষ তদন্তৰ দাবী দেবব্ৰত শইকীয়াৰ

August 27, 2026 7:17 pm
নেপালৰ প্ৰলয়ংকাৰী বান! ২৮৮ জন ভাৰতীয়ৰ সৈতে যোগাযোগ বিছিন্ন, বাঢ়িছে উদ্বেগ

নেপালৰ প্ৰলয়ংকাৰী বান! ২৮৮ জন ভাৰতীয়ৰ সৈতে যোগাযোগ বিছিন্ন, বাঢ়িছে উদ্বেগ

August 27, 2026 5:59 pm
ঘৰত প্ৰৱেশ কৰি ২১ বছৰীয়া যুৱতীক হত্যা! জিম প্ৰশিক্ষকৰ পিনে অভিযোগৰ আঙুলি

ঘৰত প্ৰৱেশ কৰি ২১ বছৰীয়া যুৱতীক হত্যা! জিম প্ৰশিক্ষকৰ পিনে অভিযোগৰ আঙুলি

August 27, 2026 5:08 pm
পুনৰ ভাৰতীয় দলত ছেহৱাগ-দ্ৰাবিড়; তেওঁলোকৰ পিতৃৰ পিছত এইবাৰ নীলা জাৰ্চিত আৰ্যবীৰ-অন্বয়

পুনৰ ভাৰতীয় দলত ছেহৱাগ-দ্ৰাবিড়; তেওঁলোকৰ পিতৃৰ পিছত এইবাৰ নীলা জাৰ্চিত আৰ্যবীৰ-অন্বয়

August 27, 2026 3:55 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মানসজ্যোতি চেতিয়া ফুকনৰ ৰহস্যজনক মৃত্যু; এক উচ্চপৰ্যায়ৰ আৰু নিৰপেক্ষ তদন্তৰ দাবী দেবব্ৰত শইকীয়াৰ

মানসজ্যোতি চেতিয়া ফুকনৰ ৰহস্যজনক মৃত্যু; এক উচ্চপৰ্যায়ৰ আৰু নিৰপেক্ষ তদন্তৰ দাবী দেবব্ৰত শইকীয়াৰ

August 27, 2026 7:17 pm
নেপালৰ প্ৰলয়ংকাৰী বান! ২৮৮ জন ভাৰতীয়ৰ সৈতে যোগাযোগ বিছিন্ন, বাঢ়িছে উদ্বেগ

নেপালৰ প্ৰলয়ংকাৰী বান! ২৮৮ জন ভাৰতীয়ৰ সৈতে যোগাযোগ বিছিন্ন, বাঢ়িছে উদ্বেগ

August 27, 2026 5:59 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd