• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

গুৱাহাটীৰ জ্ঞানদাভিৰাম বৰুৱা আইন মহাবিদ্যালয়ত বিত্তীয় কেলেংকাৰী! অধ্যক্ষ, অধ্যাপকসহ গাণনিকক নিলম্বন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 4, 2024 3:05 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গুৱাহাটী মহানগৰীৰ অগ্রণী আইনী শিক্ষা প্রতিষ্ঠান জ্ঞানদাভিৰাম বৰুৱা আইন মহাবিদ্যালয়ৰ অধ্যক্ষ ড° মালৱিকা তালুকদাৰ, অধ্যাপক ৰঞ্জনজ্যোতি দাস আৰু প্রদীপ বেজবৰুৱা নামৰ এজন গাণনিকক তৎকালীনভাবে কার্যকৰী হোৱাকৈ চাকৰিৰ পৰা নিলম্বন কৰা হৈছে। আইনৰ উল্লেখযোগ্য শিক্ষানুষ্ঠানখনত পৰহি অনুষ্ঠিত পৰিচালনা কমিটীৰ বৈঠকে তিনিওজনকে নিলম্বন কৰে বুলি মহাবিদ্যালয়খনৰ এটা সূত্রই আজি সদৰী কৰিছে।

জেবি আইন মহাবিদ্যালয়ত সংঘটিত বৃহৎ বিত্তীয় খেলিমেলিৰ অভিযোগত এই তিনিওগৰাকীৰ নাম সাঙোৰ খাই পৰাত পৰিচালনা কমিটীয়ে পৰহি এই সিদ্ধান্ত গ্রহণ কৰে বুলি জানিব পৰা গৈছে। শিক্ষানুষ্ঠানখনৰ বিত্তীয় হিচাব পৰীক্ষা আৰু পৰৱৰ্তী সময়ত পাঁচজনীয়া কমিটীয়ে কৰা স্ক্রীনিঙৰ প্ৰতিবেদনৰ ভিত্তিত এই সিদ্ধান্ত গ্রহণ কৰা বুলি জানিব পৰা গৈছে।

ইফালে বিত্তীয় কেলেংকাৰীৰ গোটেই বিষয়টো তদন্ত কৰিবলৈ শীঘ্রে এখন উচ্চপর্যায়ৰ কমিটী গঠন কৰাৰ কথাও পৰহিৰ বৈঠকে সিদ্ধান্ত গ্রহণ কৰে। তদন্ত সমিতিখনত অৱসৰপ্ৰাপ্ত ন্যায়াধীশ আৰু অৱসৰপ্ৰাপ্ত আই এ এছ বিষয়াসহ বিত্ত বিভাগৰ জ্যেষ্ঠ তথা অভিজ্ঞ লোকক সন্নিবিষ্ট কৰাৰ কথা উল্লেখ কৰা হৈছে।

Apply Now

উল্লেখ্য যে, বিত্তীয় কেলেংকাৰীৰ বাবেই এই শিক্ষানুষ্ঠানখনৰ ইয়াৰ পূৰ্বৰ  অধ্যক্ষ জে এন শৰ্মাই কলেজ এৰি যাবলৈ বাধ্য হৈছিল। একেখন শিক্ষানুষ্ঠানতে পুনৰ বিত্তীয় কেলেংকাৰীৰ অভিযোগত্ অধ্যক্ষসহ তিনিজনক নিলম্বন কৰিবলগা হোৱা ঘটনাত শিক্ষানুষ্ঠানৰ এটা মহলে গভীৰ উদ্বিগ্নতা প্রকাশ কৰিছে। বিত্তীয় আৰু শৈক্ষিক কেলেংকাৰী সংঘটিত কৰি কোনো যাতে সাৰি যাব নোৱাৰে, সেইটো কর্তৃপক্ষই নিশ্চিত কৰা প্রয়োজন বুলি শিক্ষানুষ্ঠানখনৰ একাংশ শুভাকাংক্ষীয়ে তথা বৰ্তমান একাংশ শিক্ষাৰ্থীয়ে মন্তব্য কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘শচীন আৰু কোহলীকো চেৰ পেলাব পাৰে’- বৈভৱক লৈ ডাঙৰ মন্তব্য এইগৰাকী প্ৰসিদ্ধ ক্ৰিকেটাৰৰ

‘শচীন আৰু কোহলীকো চেৰ পেলাব পাৰে’- বৈভৱক লৈ ডাঙৰ মন্তব্য এইগৰাকী প্ৰসিদ্ধ ক্ৰিকেটাৰৰ

June 13, 2026 1:00 pm
যোৰহাটৰ বায়ুসেনা ষ্টেচনত দুৰ্ঘটনাত পতিত বিমান; বিস্ফোৰণ ঘটি লাগিল জুই

যোৰহাটৰ বায়ুসেনা ষ্টেচনত দুৰ্ঘটনাত পতিত বিমান; বিস্ফোৰণ ঘটি লাগিল জুই

June 13, 2026 11:49 am
প্ৰতি নিশা ৩ বজাত হঠাৎ টোপনি ভাঙে নেকি? এই লক্ষণ হ’ব পাৰে আপোনাৰ শৰীৰৰ এক গুৰুত্বপূৰ্ণ সংকেত

প্ৰতি নিশা ৩ বজাত হঠাৎ টোপনি ভাঙে নেকি? এই লক্ষণ হ’ব পাৰে আপোনাৰ শৰীৰৰ এক গুৰুত্বপূৰ্ণ সংকেত

June 13, 2026 11:30 am
‘ভাৰত ভাগ্য বিধাতা’ই সলনি কৰিব নোৱাৰিলে কংগনাৰ ভাগ্য! প্ৰথম দিনাৰ আয় কিমান? প্ৰতিদ্বন্দ্বিতাত আন দুখন ছবি

‘ভাৰত ভাগ্য বিধাতা’ই সলনি কৰিব নোৱাৰিলে কংগনাৰ ভাগ্য! প্ৰথম দিনাৰ আয় কিমান? প্ৰতিদ্বন্দ্বিতাত আন দুখন ছবি

June 13, 2026 11:14 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘শচীন আৰু কোহলীকো চেৰ পেলাব পাৰে’- বৈভৱক লৈ ডাঙৰ মন্তব্য এইগৰাকী প্ৰসিদ্ধ ক্ৰিকেটাৰৰ

‘শচীন আৰু কোহলীকো চেৰ পেলাব পাৰে’- বৈভৱক লৈ ডাঙৰ মন্তব্য এইগৰাকী প্ৰসিদ্ধ ক্ৰিকেটাৰৰ

June 13, 2026 1:00 pm
যোৰহাটৰ বায়ুসেনা ষ্টেচনত দুৰ্ঘটনাত পতিত বিমান; বিস্ফোৰণ ঘটি লাগিল জুই

যোৰহাটৰ বায়ুসেনা ষ্টেচনত দুৰ্ঘটনাত পতিত বিমান; বিস্ফোৰণ ঘটি লাগিল জুই

June 13, 2026 11:49 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd