DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 26, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

গুৱাহাটী ৰে’ল ষ্টেশ্যনত ৫০ কেজি গাঞ্জা জব্দ ৰে’ল আৰক্ষীৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
November 27, 2018 11:45 am
b7a9e544-4d35-4b55-a44a-6eeae66ac83f

গুৱাহাটী ৰে'ল ষ্টেশ্যনত মঙলবাৰে পুৱা ৰে'ল আৰক্ষীয়ে জব্দ কৰা গাঞ্জাৰ সৈতে সৰবৰাহকাৰী দুজন।

372
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটী ৰে’ল ষ্টেশ্যনত আজি পুৱা ৭ বজাত ৰে’ল আৰক্ষীয়ে অভিযান চলাই প্ৰায় ৫০ কেজি পৰিমানৰ গাঞ্জা জব্দ কৰে। ১২৪২৩ নম্বৰ নামনিমুৱা ৰাজধানী এক্সপ্ৰেছৰ কোচ নং এ’ৰ আসন নং ১/৩ৰ দুজন যাত্ৰীৰ জিম্মাৰ পৰা গাঞ্জাখিনি জব্দ কৰা হয়।

উক্ত লোক দুজনে ডিমাপুৰৰ পৰা নতুন দিল্লীলৈ গাঞ্জাখিনি নিয়াৰ সময়তে আৰক্ষীয়ে জব্দ কৰে। জিআৰপিএছৰ এটা তালাচী বাহিনীয়ে চলোৱা নিয়মিত তালাচীৰ সময়তে ধৰা পৰে ঘটনাতো।

ৰে’ল আৰক্ষীয়ে এই সন্দৰ্ভত আটক কৰা লোক দুজনক উত্তৰ-পশ্চিম দিল্লীৰ মংগলপুৰীৰ চিত্তৰঞ্জন গুপ্তা (৫৫) আৰু পশ্চিম দিল্লীৰ সৰস্বতী বিহাৰৰ মধু গুপ্তা বুলি চিনাক্ত কৰা হৈছে।

এই সন্দৰ্ভত ৰে’ল আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি অনুসন্ধান অব্যাহত ৰাখিছে।

উল্লেখযোগ্য যে শেহতীয়াকৈ উত্তৰ-পূৰ্বাঞ্চলৰ পৰা দেশৰ বাকী অংশলৈ ৰে’ল যোগে এনেধৰণৰ নিষিদ্ধ দ্ৰব্য সৰবৰাহৰ কেইবাটাও ঘটনা ৰে’ল আৰক্ষীয়ে ধৰা পেলাবলৈ সক্ষম হৈছে।

Recent News

হিমন্ত বিশ্ব শৰ্মাই দাবী কৰিছিল গুৱাহাটীত “কৃত্ৰিম বান নোহোৱা হ’ল” পিছে এজাক বৰষুণতে এয়া কি?

হিমন্ত বিশ্ব শৰ্মাই দাবী কৰিছিল গুৱাহাটীত “কৃত্ৰিম বান নোহোৱা হ’ল” পিছে এজাক বৰষুণতে এয়া কি?

মানুহৰ নহয়, কুকুৰৰ জীৱনহে ভালপায় জাপানৰ টাকোৱে, সেয়ে কৰিলে এনে কাম!

মানুহৰ নহয়, কুকুৰৰ জীৱনহে ভালপায় জাপানৰ টাকোৱে, সেয়ে কৰিলে এনে কাম!

যোৰাবাট আৰক্ষীৰ জালত ৫ জনীয়া ডকাইতৰ দল, চোকা অস্ত্ৰ জব্দ

যোৰাবাট আৰক্ষীৰ জালত ৫ জনীয়া ডকাইতৰ দল, চোকা অস্ত্ৰ জব্দ

হাজোত ৮ লাখ টকাৰ বাৰ্মিজ চুপাৰী চুৰিত ব্যৱহৃত বলেৰ’ পিকআপ ভান জব্দ, দুজনক আটক

হাজোত ৮ লাখ টকাৰ বাৰ্মিজ চুপাৰী চুৰিত ব্যৱহৃত বলেৰ’ পিকআপ ভান জব্দ, দুজনক আটক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd