• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

গুৱাহাটী এছিয়ান ফিল্ম ফেষ্টিভেলত উজলিল অসমীয়া ছবি ‘নৈ কথা’: বিষ্ণু খাৰঘৰীয়ালৈ জীৱনজোৰা সাধনা বঁটা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 28, 2026 8:03 am
39
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাষ্ট্ৰীয় আৰু আঞ্চলিক চিনেমাৰ স্বকীয়তা তথা উৎকৃষ্টতাক উদযাপন কৰি শেহতীয়াকৈ দ্বিতীয় গুৱাহাটী এছিয়ান ফিল্ম ফেষ্টিভেল (GAFF) ২০২৬ সম্পন্ন হৈ যায়। ১০ খন দেশৰ নিৰ্বাচিত ২৬ খন ছবিৰ প্ৰদৰ্শনেৰে মুখৰিত এই মহোৎসৱত বিশিষ্ট অভিনেতা বিষ্ণু খাৰঘৰীয়াক ‘জীৱনজোৰা সাধনা বঁটা’ৰে সন্মানিত কৰাৰ লগতে মালায়ালম ছবি ‘ভিক্টোৰিয়া’ক শ্ৰেষ্ঠ ছবিৰ বঁটা প্ৰদান কৰা হয়।

মহোৎসৱৰ অংশ হিচাপে আয়োজিত ‘ইণ্ডিয়ান শ্ব’কেচ এৱাৰ্ডছ’ত চলচ্চিত্ৰ নিৰ্মাণৰ উৎকৃষ্টতা, বৈচিত্ৰ্য আৰু কাহিনী কথনৰ গভীৰতাক প্ৰতিফলিত কৰা চলচ্চিত্ৰ নিৰ্মাতা তথা শিল্পীসকলক স্বীকৃতি প্ৰদান কৰা হয়। শিৱৰঞ্জিনীৰ দ্বাৰা পৰিচালিত মালায়ালম ছবি ‘ভিক্টোৰিয়া’ক ইয়াৰ আকৰ্ষণীয় কাহিনী আৰু শক্তিশালী দৃশ্যশৈলীৰ বাবে শ্ৰেষ্ঠ ছবিৰ বঁটা প্ৰদান কৰা হয়। ইয়াৰ উপৰিও, ছবিখনৰ চিনেমেট’গ্ৰাফাৰ আনন্দ ৰবিক তেওঁৰ ব্যতিক্ৰমী চিনেমেট’গ্ৰাফীৰ বাবে বিচাৰকৰ বিশেষ সন্মান আগবঢ়োৱা হয়।

Apply Now

আনহাতে, ত্ৰিবেণী ৰায়ৰ নেপালী ছবি ‘শ্বেপ অৱ মম’-ক সংবেদনশীল কাহিনী কথনৰ বাবে দ্বিতীয় শ্ৰেষ্ঠ ছবিৰ বঁটা প্ৰদান কৰা হয়। উত্তৰ-পূৰ্বাঞ্চলৰ আঞ্চলিক চিনেমাক প্ৰাধান্য দি পংকজ বৰাৰ দ্বাৰা পৰিচালিত অসমীয়া ছবি ‘নৈ কথা’ ক ‘এন ই স্পটলাইট’ (NE Spotlight) বঁটা প্ৰদান কৰা হয়।

জি এ এফ এফ-ৰ মহোৎসৱ সঞ্চালক মনিতা বৰগোহাঁইয়ে এই সন্দৰ্ভত কয় যে এই বঁটাসমূহে সাহসী কাহিনী কথন আৰু আঞ্চলিক বৈচিত্ৰ্যক উদযাপন কৰিছে। শক্তিশালী কাহিনীসমূহে বিভিন্ন সাংস্কৃতিক পটভূমিৰ পৰা আহিও কেনেকৈ বিশ্বজনীন আবেদন লাভ কৰিব পাৰে, বিজয়ী ছবিসমূহে তাকেই প্ৰমাণ কৰিছে বুলি তেওঁ মন্তব্য কৰে।

বিশিষ্ট চলচ্চিত্ৰ নিৰ্মাতা গিৰীশ কাচাৰাৱলীৰ অধ্যক্ষতাত গঠিত বিচাৰক মণ্ডলীত উৎপল বৰপূজাৰী আৰু অনুপমা বসুৱেও সদস্য হিচাপে সেৱা আগবঢ়ায়। ট্ৰেণ্ডিং নাও মিডিয়াৰ দ্বাৰা আয়োজিত এই দ্বিতীয় সংস্কৰণটো ৰাষ্ট্ৰীয় চলচ্চিত্ৰ উন্নয়ন নিগম (NFDC) আৰু ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ সহযোগত অনুষ্ঠিত হয়।

প্ৰতিষ্ঠিত প্ৰতিভাৰ লগতে উদীয়মান চলচ্চিত্ৰ নিৰ্মাতাসকলক এখন মঞ্চ প্ৰদানৰ লক্ষ্যৰে আয়োজিত এই মহোৎসৱতে জ্যেষ্ঠ অভিনেতা বিষ্ণু খাৰঘৰীয়াক ভাৰতীয় চিনেমাৰ প্ৰতি আগবঢ়োৱা অসাধাৰণ অৱদানৰ বাবে ‘জীৱনজোৰা সাধনা বঁটা’  প্ৰদান কৰা হয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নতুন বাণিজ্য যুদ্ধৰ আশংকা! ডিজিটেল কৰ আৰোপ কৰিলে ১০০ শতাংশ শুল্কৰ সকীয়নি ট্ৰাম্পৰ

নতুন বাণিজ্য যুদ্ধৰ আশংকা! ডিজিটেল কৰ আৰোপ কৰিলে ১০০ শতাংশ শুল্কৰ সকীয়নি ট্ৰাম্পৰ

June 27, 2026 11:29 am
ইতিহাস ৰচি বিশ্বকাপৰ নকআউটত কেপ ভাৰ্ডে; সপোনৰ দৌৰত সাধু যেন লগা কাহিনীৰ নতুন অধ্যায়

ইতিহাস ৰচি বিশ্বকাপৰ নকআউটত কেপ ভাৰ্ডে; সপোনৰ দৌৰত সাধু যেন লগা কাহিনীৰ নতুন অধ্যায়

June 27, 2026 10:15 am
বিশ্বকাপৰ মাজতেই জাৰ্মানী আৰু উৰুগুৱে দলত অশান্তি : প্ৰশিক্ষকৰ নিৰ্দেশ মানিবলৈ অস্বীকাৰ খেলুৱৈৰ

বিশ্বকাপৰ মাজতেই জাৰ্মানী আৰু উৰুগুৱে দলত অশান্তি : প্ৰশিক্ষকৰ নিৰ্দেশ মানিবলৈ অস্বীকাৰ খেলুৱৈৰ

June 27, 2026 9:40 am
শান্তি চুক্তি নিটিকিল! ইৰাণৰ ড্ৰোন আৰু মিছাইল ঘাটিত আমেৰিকাৰ এয়াৰ ষ্ট্ৰাইক; প্ৰত্যুত্তৰ তেহৰানৰো

শান্তি চুক্তি নিটিকিল! ইৰাণৰ ড্ৰোন আৰু মিছাইল ঘাটিত আমেৰিকাৰ এয়াৰ ষ্ট্ৰাইক; প্ৰত্যুত্তৰ তেহৰানৰো

June 27, 2026 9:10 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নতুন বাণিজ্য যুদ্ধৰ আশংকা! ডিজিটেল কৰ আৰোপ কৰিলে ১০০ শতাংশ শুল্কৰ সকীয়নি ট্ৰাম্পৰ

নতুন বাণিজ্য যুদ্ধৰ আশংকা! ডিজিটেল কৰ আৰোপ কৰিলে ১০০ শতাংশ শুল্কৰ সকীয়নি ট্ৰাম্পৰ

June 27, 2026 11:29 am
ইতিহাস ৰচি বিশ্বকাপৰ নকআউটত কেপ ভাৰ্ডে; সপোনৰ দৌৰত সাধু যেন লগা কাহিনীৰ নতুন অধ্যায়

ইতিহাস ৰচি বিশ্বকাপৰ নকআউটত কেপ ভাৰ্ডে; সপোনৰ দৌৰত সাধু যেন লগা কাহিনীৰ নতুন অধ্যায়

June 27, 2026 10:15 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd