• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জে বি এফ (জাষ্ট বী ফ্ৰেণ্ডলি)-ৰ বিশ্ব বন্ধ্যাকৰণ দিৱস উদযাপন

এন ই নাও নিউজ by এন ই নাও নিউজ
February 25, 2020 4:56 pm
Guwahati-based JBF observes world spay day

প্ৰতীকী ছবি সৌজন্য-- টুইটাৰ।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এই বছৰৰ বিশ্ব বন্ধ্যাকৰণ দিৱস উপলক্ষে গুৱাহাটীস্থিত পশুকল্যাণকাৰী সামাজিক কল্যাণ সংস্থা জে বি এফ-এ মঙলবাৰে এক সজাগতামূলক কাৰ্য্যসূচীৰ আয়োজন কৰে।

কাৰ্য্যসূচীটোৰ অংশৰূপে জে বি এফ চেণ্টাৰ, পাঞ্জাবাৰী, গুৱাহাটীত বাট/ সমূহীয়া কুকুৰৰ এ বি চি-এ আৰ ভি (পশু জন্মনিয়ন্ত্ৰণকাৰী আৰু জলাতংকৰোধী প্ৰতিষেধক) প্ৰদানৰ নিয়মীয়া কাৰ্য্যকলাপো আছিল আৰু দৰ্শনাৰ্থীসকলক কেন্দ্ৰলৈ আহিবলৈ আৰু পুৱা ১১ বজাৰ পৰা বিয়লি ৩ বজালৈকে নিজ চকুৰে ব্যৱহাৰিক কামসমূহ চাবলৈ আদৰণি জনোৱাও হৈছিল।

Apply Now

একেদৰে, বন্ধ্যা/  খাচিকৰণ সন্দৰ্ভত প্ৰচাৰ আৰু জনসজাগতা সৃষ্টিৰ বাবে জে বি এফ-এ বিভিন্ন চ’চিয়েল মিডিয়া প্লেটফৰ্মত চ’চিয়েল মিডিয়া কেম্পেইনো চলাইছিল।

তাৰোপৰি, বিশ্ব বন্ধ্যাকৰণ দিৱস উপলক্ষে জে বি এফ সদস্যসকলে গুৱাহাটীৰ বিভিন্ন স্থানত তথ্যসমৃদ্ধ প্ৰচাৰপত্ৰিকাও বিতৰণ কৰিছিল।

ইয়াৰ লগতে জে বি এফ-এ গুৱাহাটীৰ পোহনীয়া জন্তুৰ গৰাকীসকলক তিনি মাহৰ বৈধতা থকা কুপন যোগানৰ এক উদ্যোগো গ্ৰহণ কৰিছিল। ইয়াৰ জৰিয়তে লোকসকলে হিয়াজ (পোহনীয়া জন্তুৰ ক্লিনিক আৰু অস্ত্ৰোপচাৰ কেন্দ্ৰ)ৰ সমৰ্থনত তেওঁলোকৰ মেকুৰী/ কুকুৰৰ বিনামূলীয়া বন্ধ্যা/ খাচিকৰণ কৰোৱাব পাৰিব।

তাৰোপৰি সজাগতা সৃষ্টিৰ উদ্দেশ্যে জে বি এফ সদস্যসকলে গুৱাহাটীৰ ক্লিনিক আৰু পেট শ্বপসমূহত তথ্যদায়ী ষ্টিকাৰ লগাইছিল।

“বিশ্ব বন্ধ্যাকৰণ দিৱস কেৱল ব্যতিক্ৰম হোৱাৰে নহয়, বৰং নিৰ্বীজকৰণ (বন্ধ্যা/ খাচি কৰণ)ৰ গুৰুত্ব আৰু উপকাৰিতাৰ বিষয়ে পোহনীয়া জন্তুৰ অভিভাৱক আৰু যতন লওঁতাসকলক শিক্ষিত কৰি তোলাৰো এক ডাঙৰ সুযোগ,” জে বি এফৰ বিবৃতিত প্ৰকাশ।

“ই পোহনীয়া জন্তুৰ অধিক সংখ্যাবৃদ্ধি নিয়ন্ত্ৰণ আৰু আমাৰ অঞ্চলসমূহত ঘৰহীন আৰু মৃত্যুমুখলৈ ঠেলা জন্তুৰ সংখ্যা কমোৱাৰ ক্ষেত্ৰত সহায়ক এক একক প্ৰচেষ্টাত বিশ্বৰ প্ৰতিজনকে একগোট কৰা এক উপলক্ষ। এনে এক মহান কিবা এটা, বিশ্বজুৰি উদযাপিত কিবা এটাৰ অংশ হোৱাটো বিস্ময়কৰ।”

জে বি এফ-এ সকলোকে শুভাকাংক্ষীৰূপে সমৰ্থন যোগোৱাৰ লগতে এই মহান উদ্দেশ্যৰ অংশ হ’বলৈ অনুৰোধ জনাইছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

Stay Connected

  • 117k Fans

Recent News

দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

July 30, 2026 3:37 pm
উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

July 30, 2026 3:02 pm
হকী দলৰ পৰা আঁতৰিল পৰিচিত ‘নীলা’ ৰং! ২০২৬ চনৰ বিশ্বকাপৰ পূৰ্বে হকী ইণ্ডিয়াৰ নতুন ‘গেৰুৱা’ জাৰ্চীক লৈ সৰৱ নেটিজেন 

হকী দলৰ পৰা আঁতৰিল পৰিচিত ‘নীলা’ ৰং! ২০২৬ চনৰ বিশ্বকাপৰ পূৰ্বে হকী ইণ্ডিয়াৰ নতুন ‘গেৰুৱা’ জাৰ্চীক লৈ সৰৱ নেটিজেন 

July 30, 2026 2:38 pm
চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

July 30, 2026 1:09 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

July 30, 2026 3:37 pm
উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

July 30, 2026 3:02 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd