• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

৩৪ কোটিৰো অধিক টকাৰ হৰলুকি কৰি গ্ৰেপ্তাৰ গুৱাহাটীৰ ব্যৱসায়ী ঋষিৰাজ বৰকটকী

অসমৰ মুখ্যমন্ত্ৰীৰ অতি ঘনিষ্ঠ বুলি ভুৱা পৰিচয় দি অৰুণাচল প্ৰদেশৰ এজন ব্যৱসায়ীক বৃহৎ পৰিমাণৰ ধন প্ৰতাৰণা কৰা গুৱাহাটীৰ ব্যৱসায়ী ঋষিৰাজ বৰকটকী অৱশেষত অৰুণাচল আৰক্ষীৰ জালত পৰিছে।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 23, 2026 3:40 pm
65
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ মুখ্যমন্ত্ৰীৰ অতি ঘনিষ্ঠ বুলি ভুৱা পৰিচয় দি অৰুণাচল প্ৰদেশৰ এজন ব্যৱসায়ীক বৃহৎ পৰিমাণৰ ধন প্ৰতাৰণা কৰা গুৱাহাটীৰ ব্যৱসায়ী ঋষিৰাজ বৰকটকী অৱশেষত অৰুণাচল আৰক্ষীৰ জালত পৰিছে। অভিযুক্ত ব্যৱসায়ীজনে নিজকে এগৰাকী প্ৰভাৱশালী ব্যক্তি হিচাপে প্ৰতিষ্ঠা কৰি অসমত এটা ভুৱা ইথানল উৎপাদন প্ৰকল্প স্থাপন কৰাৰ নামত অৰুণাচল প্ৰদেশৰ ব্যৱসায়ী ৰাজেশ আগৰৱালক প্ৰলোভন দিছিল। এই প্ৰকল্পত বিনিয়োগ কৰিলে বৃহৎ লাভ হ’ব বুলি সপোন দেখুৱাই যোৱা প্ৰায় চাৰি বছৰত তেওঁ ব্যৱসায়ীজনৰ পৰা ৩৪ কোটিতকৈও অধিক টকা লুটি লৈছিল। ইয়াৰ পিছতে ভুক্তভোগী ব্যৱসায়ীজনে অৰুণাচল প্ৰদেশৰ বান্দৰদেৱা থানাত যোৱা ৫ জুনত এখন লিখিত এজাহাৰ দাখিল কৰে। এজাহাৰ দাখিল হোৱাৰ মাত্ৰ চৈধ্য দিনৰ ভিতৰতে অৰুণাচল আৰক্ষীয়ে গোচৰটোৰ মূল অভিযুক্ত ঋষিৰাজ বৰকটকীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি যোৱা ২০ জুনত গুৱাহাটীৰ পৰা ঋষিৰাজ বৰকটকীক গ্ৰেপ্তাৰ কৰা হয়। সোমবাৰে এই সন্দৰ্ভত নাহৰলগুনৰ আৰক্ষী অধীক্ষক নিয়েলাম নেগাই জানিবলৈ দিয়ে যে অভিযুক্তজনে অৰুণাচলৰ ব্যৱসায়ীজনক প্ৰতাৰণা কৰিবলৈ বিভিন্ন ধৰণৰ প্ৰভাৱশালী জাল পেলাইছিল। তেওঁ নিজৰ ফেচবুক প্ৰফাইলত অসম চৰকাৰৰ মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়াৰ পৰা আৰম্ভ কৰি ৰাজ্যখনৰ বহুকেইগৰাকী নাম থকা বিশিষ্ট ব্যক্তি ক্ৰমে শ্যাম কানু মহন্ত, সঞ্জীৱ নাৰায়ণ আৰু ডক্টৰ ননী গোপাল মহন্ত আদিৰ সৈতে থকা ফটো প্ৰদৰ্শন কৰি নিজৰ প্ৰভাৱ বিস্তাৰ কৰিছিল। বিলাসী গাড়ী আৰু দামী ফোন ব্যৱহাৰ কৰা ঋষিৰাজে নিজকে মুখ্যমন্ত্ৰীৰ ইমানেই ঘনিষ্ঠ বুলি দেখুৱাইছিল যে তেওঁ চৰকাৰী অনুমোদনসমূহ অতি সহজে লাভ কৰাই দিব পাৰিব বুলি বিশ্বাস জন্মাইছিল।

Apply Now

আৰক্ষীৰ অনুসন্ধানত পোহৰলৈ আহিছে যে এই প্ৰতাৰণাৰ জালখন অধিক বিশ্বাসযোগ্য কৰিবলৈ ঋষিৰাজে কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ৰ নামতো ভুৱা নথিপত্ৰ প্ৰস্তুত কৰি ব্যৱহাৰ কৰিছিল। আনকি তেওঁ মুখ্যমন্ত্ৰীৰ সৈতে বাৰ্তালাপ হোৱা বুলি দাবী কৰা ভুৱা মেছেজ দেখুৱাইছিল আৰু ফোনযোগেও কথোপকথনৰ ব্যৱস্থা কৰি দিছিল। তদন্তকাৰী বিষয়াসকলে সন্দেহ প্ৰকাশ কৰিছে যে ভুক্তভোগী ব্যৱসায়ীজনক শুনোৱা মুখ্যমন্ত্ৰীৰ ফোন কলসমূহত কৃত্ৰিম বুদ্ধিমত্তা অৰ্থাৎ এআই প্ৰযুক্তিৰ জৰিয়তে সৃষ্টি কৰা নকল কণ্ঠস্বৰ ব্যৱহাৰ কৰা হৈছিল। অভিযানৰ সময়ত আৰক্ষীয়ে অভিযুক্তজনৰ পৰা এখন বিলাসী মাৰ্চিডিজ বেঞ্জ গাড়ী, পাঁচটাকৈ ম’বাইল ফোন আৰু আন বহুতো গুৰুত্বপূৰ্ণ সামগ্ৰী জব্দ কৰে। ইয়াৰে এটা ম’বাইল ফোন মুখ্যমন্ত্ৰীৰ কণ্ঠস্বৰ নকল কৰি ভুৱা ফোন কল কৰাৰ বাবে ব্যৱহাৰ কৰা হৈছিল বুলি সন্দেহ কৰা হৈছে আৰু বৰ্তমান ফোনটো ফৰেনছিক পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। গ্ৰেপ্তাৰ কৰা ঋষিৰাজ বৰকটকীক স্থানীয় আদালতত হাজিৰ কৰোৱাৰ পিছত আদালতে তেওঁক দহ দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিছে।

 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১০ বছৰত দুগুণ হ’ল খালী পদ, পুনৰ ফাদিল হ’ল বছৰি ২ কোটি চাকৰিৰ জুমলা; আধা কৰ্মচাৰীয়ে ঠিকাভিত্তিক

১০ বছৰত দুগুণ হ’ল খালী পদ, পুনৰ ফাদিল হ’ল বছৰি ২ কোটি চাকৰিৰ জুমলা; আধা কৰ্মচাৰীয়ে ঠিকাভিত্তিক

August 24, 2026 10:34 am
চিকিৎসালয়ত ভেন্টিলেটৰ বিস্ফোৰণত অগ্নিদগ্ধ হৈ ৩ টি শিশুৰ মৃত্যু; উদ্ধাৰ কৰা কেইবাটিও শিশুৰ অৱস্থাও সংকটজনক

চিকিৎসালয়ত ভেন্টিলেটৰ বিস্ফোৰণত অগ্নিদগ্ধ হৈ ৩ টি শিশুৰ মৃত্যু; উদ্ধাৰ কৰা কেইবাটিও শিশুৰ অৱস্থাও সংকটজনক

August 24, 2026 9:20 am
দিল্লীত কেন্দ্রীয় মন্ত্রীসকলৰ ঘৰ মেৰামতিত এবছৰতে ব্যয় ৯২.৩৫ কোটি টকা, আগতে কিমান আছিল?

দিল্লীত কেন্দ্রীয় মন্ত্রীসকলৰ ঘৰ মেৰামতিত এবছৰতে ব্যয় ৯২.৩৫ কোটি টকা, আগতে কিমান আছিল?

August 24, 2026 8:40 am
ইমৰাণৰ স্বাস্থ্যক লৈ উদ্বেগ! পাক প্ৰধানমন্ত্ৰীলৈ চিঠি লিখিলে বিশ্ব ক্ৰিকেটৰ ২২ গৰাকী প্ৰাক্তন অধিনায়কে

ইমৰাণৰ স্বাস্থ্যক লৈ উদ্বেগ! পাক প্ৰধানমন্ত্ৰীলৈ চিঠি লিখিলে বিশ্ব ক্ৰিকেটৰ ২২ গৰাকী প্ৰাক্তন অধিনায়কে

August 24, 2026 7:35 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১০ বছৰত দুগুণ হ’ল খালী পদ, পুনৰ ফাদিল হ’ল বছৰি ২ কোটি চাকৰিৰ জুমলা; আধা কৰ্মচাৰীয়ে ঠিকাভিত্তিক

১০ বছৰত দুগুণ হ’ল খালী পদ, পুনৰ ফাদিল হ’ল বছৰি ২ কোটি চাকৰিৰ জুমলা; আধা কৰ্মচাৰীয়ে ঠিকাভিত্তিক

August 24, 2026 10:34 am
চিকিৎসালয়ত ভেন্টিলেটৰ বিস্ফোৰণত অগ্নিদগ্ধ হৈ ৩ টি শিশুৰ মৃত্যু; উদ্ধাৰ কৰা কেইবাটিও শিশুৰ অৱস্থাও সংকটজনক

চিকিৎসালয়ত ভেন্টিলেটৰ বিস্ফোৰণত অগ্নিদগ্ধ হৈ ৩ টি শিশুৰ মৃত্যু; উদ্ধাৰ কৰা কেইবাটিও শিশুৰ অৱস্থাও সংকটজনক

August 24, 2026 9:20 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd