• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

লোকসভা নিৰ্বাচন ২০২৪: থোৰতে গুৱাহাটী লোকসভা সমষ্টি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 6, 2024 4:24 pm
Lok Sabha election
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কাষ চাপি আহিছে ২০২৪ৰ লোকসভা নিৰ্বাচন। সমগ্ৰ দেশৰ লগতে ৰাজ্যৰ ১৪ টা লোকসভা নিৰ্বাচন্ৰ বাবেও পূৰ্ণ প্ৰস্তুতি চলিছে। নিৰ্বাচনী ৰণত সম্পূৰ্ণ ৰূপে নামি পৰিছে শাসক-বিৰোধী সকলো দল।

ৰাজ্যৰ ১৪ টা লোকসভা নিৰ্বাচনৰ ভিতৰত অন্যতম এটা সমষ্টি গুৱাহাটী লোকসভা সমষ্টি। ১৯৫১ চনত দেশৰ প্ৰথমটো সাধাৰণ নিৰ্বাচনৰ সময়ত গঠন হৈছিল এই ঐতিহাসিক সমষ্টিটো।

Apply Now

ভাৰতীয় নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি, ২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ সময়ত গুৱাহাটী লোকসভা সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা ২,১৮১,৩১৯ গৰাকী। ইয়াৰে ১,১০৩,৩৭৬ জন পুৰুষ ভোটাৰ, ১,০৭৭,৮৬৫ গৰাকী মহিলা ভোটাৰ।

লগতে ৭৮ গৰাকী তৃতীয় লিংগ ভোটাৰ আছে সমষ্টিটোত। সংসদীয় সমষ্টিটোৱে দহটা বিধানসভা খণ্ড ক্ৰমে- দুধনৈ, বকো, ছয়গাঁও, পলাসবাৰী, জালুকবাৰী, দিছপুৰ, গুৱাহাটী পূব, গুৱাহাটী পশ্চিম, হাজো, আৰু বৰক্ষেত্ৰী (সীমা নিৰ্ধাৰণৰ পূৰ্বে) সামৰি লৈছে।

উল্লেখযোগ্য যে এই সমষ্টিত বিজেপি আৰু কংগ্ৰেছেই মূলতঃ আটাইতকৈ সফল দল হিচাপে পৰিগণিত হৈ আহিছে। বিজেপিয়ে চাৰিবাৰ আৰু কংগ্ৰেছে পাঁচবাৰকৈ এই আসন দখল কৰিছে।

আনহাতে ২০০৯ চনৰ লোকসভা নিৰ্বাচনৰ পিছৰে পৰা গুৱাহাটী লোকসভা সমষ্টিত ধাৰাবাহিকভাৱে বিজেপিয়ে জয়লাভ কৰি আহিছে।

আগন্তুক নিৰ্বাচনত বিজেপিয়ে বিজুলী কলিতা মেধিক প্ৰাৰ্থী হিচাপে মনোনীত কৰাৰ বিপৰীতে কংগ্ৰেছে মীৰা বৰঠাকুৰক প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে।

২০১৯ চনৰ লোকসভা নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থী কুইন ওজাই ৩৪৫,৬০৬ টা ভোটৰ যথেষ্ট ব্যৱধানেৰে সমষ্টিটোত জয়লাভ কৰিছিল।

ওজাই ১,০০৮,৯৩৬টা ভোট (৫৭.২০% ভোট) লাভ কৰাৰ বিপৰীতে তেওঁৰ নিকটতম প্ৰতিদ্বন্দী কংগ্ৰেছৰ ববিতা শৰ্মাই ৬৬৩,৩৩০টা ভোট (৩৭.৬০% ভোট) লাভ কৰিছিল।

উক্ত নিৰ্বাচনত মুঠ বৈধ ভোটদান হৈছিল ১,৭৬৩,৭৫৭টা, সামগ্ৰিকভাৱে ভোটদানৰ হাৰ আছিল ৮০.৮৬%। ১০,৪৬৬ জন ভোটাৰে (০.৫৯%) নোটাৰ জৰিয়তে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিছিল।

২০২১ চনৰ বিধানসভা নিৰ্বাচনৰ ফলাফল অনুসৰি সম্প্ৰতি সংসদীয় সমষ্টিটোত অগপৰ এজন বিধায়ক, বিজেপিৰ পাঁচজন বিধায়ক আৰু কংগ্ৰেছৰ চাৰিজন বিধায়ক আছে।

সমষ্টিটো পূৰ্বে জয়ী হোৱা প্ৰাৰ্থীসকলঃ–

বিজয়া চক্ৰৱৰ্তী (বিজেপি): ২০১৪

বিজয়া চক্ৰৱৰ্তী (বিজেপি): ২০০৯

কিৰিপ চলিহা (কংগ্ৰেছ): ২০০৪

বিজয়া চক্ৰৱৰ্তী (বিজেপি): ১৯৯৯

ভুৱনেশ্বৰ কলিতা (কংগ্ৰেছ): ১৯৯৮

প্ৰবীণ চন্দ্ৰ শৰ্মা (অগপ): ১৯৯৬

কিৰিপ চলিহা (কংগ্ৰেছ): ১৯৯১

দীনেশ গোস্বামী (নিৰ্দলীয়): ১৯৮৫

ৰেনুকা দেৱী বৰকটকী (বিএলডি): ১৯৭৭

দীনেশ গোস্বামী (কংগ্ৰেছ): ১৯৭১

ধীৰেশ্বৰ কলিতা (চিপিআই): ১৯৬৭

হেম বৰুৱা (প্ৰজা ছ’চিয়েলিষ্ট পাৰ্টি): ১৯৬২

হেম বৰুৱা (প্ৰজা ছ’চিয়েলিষ্ট পাৰ্টি): ১৯৫৭

দেৱেন্দ্ৰ নাথ শৰ্মা (কংগ্ৰেছ): ১৯৫৬

ৰোহিনী কুমাৰ চৌধুৰী (কংগ্ৰেছ): ১৯৫২

আনহাতে অসম আন্দোলনৰ পৰিপ্ৰেক্ষিতত ১৯৮৯ চনত ৰাজ্যত লোকসভা নিৰ্বাচন অনুষ্ঠিত হোৱা নাছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

July 7, 2026 8:43 pm
প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

July 7, 2026 8:41 pm
তাজমহল আচলতে হিন্দু মন্দিৰ ‘তেজো মহালয়’ নেকি? কেন্দ্ৰীয় চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

তাজমহল আচলতে হিন্দু মন্দিৰ ‘তেজো মহালয়’ নেকি? কেন্দ্ৰীয় চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

July 7, 2026 8:22 pm
পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

July 7, 2026 7:33 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

July 7, 2026 8:43 pm
প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

July 7, 2026 8:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd