• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 20, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মহানগৰীৰ ভূতনাথত বাঁহৰ বজাৰ আৰু পুৰণি ছাগলীৰ বজাৰত প্ৰশাসনৰ উচ্ছেদ

NE NOW NEWS দীপজ্যোতি শৰ্মা
গুৱাহাটী , May 7, 2020 1:49 pm

1 min read

60.9k
VIEWS
Share on FacebookShare on Twitter

আজি গুৱাহাটী পৌৰ নিগমে মহানগৰীৰ ভূতনাথত অবৈধভাৱে বহি অহা বাঁহৰ বজাৰ আৰু পুৰণি ছাগলীৰ বজাৰত উচ্ছেদ অভিযান চলায়।

বাঁহৰ বজাৰৰ লগতে ছাগলীৰ বজাৰৰ অবৈধ গৃহ সমূহত প্ৰশাসনে বুলড’জাৰ ব্যৱহাৰ কৰি ভাঙি পেলায়।

বজাৰ দুখনৰ উপৰি অঞ্চলটোত অবৈধ ভাৱে গঢ়ি উঠিছিল মানুহৰ বসতি। অবৈদভাৱে বাহৰ পতা লোকসকলৰ ঘৰ সমূহো প্ৰশাসনে উচ্ছেদ কৰে।

উল্লেখ্য যে আজি উচ্ছেদ অভিযান চলোৱা স্থানতেই নিৰ্মাণ হৈ আছে মহাবাহু ব্ৰহ্মপুত্ৰৰ ওপৰত নতুন দলং।

এছ পি চিংলাৰ নেতৃত্বত দলংখনৰ নিৰ্মাণ চলি আছে যদিও এই স্থান সমূহত অবৈধভাৱে গঢ়ি উঠা বজাৰ সমূহৰ বাবে দলং নিৰ্মাণত বাধা আহিছিল। আৰু সেয়ে আজি প্ৰশাসনে উচ্ছেদৰ কাৰ্যসূচী গ্ৰহণ কৰে।

উচ্ছেদ চলোৱা সময়ত ঘটনাস্থলত উপস্থিত থকা প্ৰশাসনৰ লোকে জনোৱা অনুসৰি ২০২৩ ত সম্পূৰ্ণ হ’ব পৰাকৈ লগতে দলঙৰ নিৰ্মাণৰ গতিত যাতে কোনো বাধা নাহে সেই কথা লক্ষ্য কৰিয়েই উচ্ছেদ চলোৱা হৈছে।

উল্লেখ্য যে আজি উচ্ছেদ চলোৱা স্থানত ৯ টা পৰিয়ালে বাহৰ পাতি আছিল।

Recent News

পথ সুৰক্ষা সপ্তাহ : সজাগতাৰ লক্ষ্যৰে বিশ্বনাথত বাইক ৰেলী

পথ সুৰক্ষা সপ্তাহ : সজাগতাৰ লক্ষ্যৰে বিশ্বনাথত বাইক ৰেলী

press meet of chief election commissioner at Guwahati

২০২১ ৰ নিৰ্বাচনত প্ৰাৰ্থী আৰু ভোটাৰৰ বাবে কি কি নিয়ম প্ৰযোজ্য হ’ব? জনালে মুখ্য নিৰ্বাচনী আয়ুক্তই

Imran-1

অৰুণাচলৰ পৰা অপহৃত দুই অইলৰ বিষয়াৰ মুক্তিৰ প্ৰসংগত ভিডিঅ’ প্ৰেৰণ আলফাৰ

Imran-1

চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণে ভাবুকি মাতিছে টীয়কৰ পৌৰাণিক কীৰ্তি চিহ্নলৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd