• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নতুন সিদ্ধান্ত।। এ টি এম নহ’লেও তেল পোৱাৰ ব্যৱস্থা গুৱাহাটীৰ পে’ট্ৰল পাম্পত

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
April 19, 2019 11:03 am
Guwahati petrol pump: Buyers to get fuel for cash
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এ টি এমৰ জৰিয়তে লেনদেনতহে গুৱাহাটীৰ পে’ট্ৰল পাম্পত তেল দিয়াৰ সিদ্ধান্ত বাতিল হৈছে।

জিলা উপায়ুক্ত আৰু তেল ডিপো মালিক সন্থাৰ মাজত হোৱা বৈঠকৰ পাছতে বৃহস্পতিবাৰে গ্ৰহণ কৰা হৈছে এই সিদ্ধান্ত।

Apply Now

এতিয়াৰ পৰা নগদ ধন আৰু কাৰ্ড দুয়োটা মাধ্যমেৰে তেল ভৰাব পাৰিব গ্ৰাহকসকলে।

নিৰ্বাচনৰ মাজত অসম তথা উত্তৰ-পূবত হিচাপহীন অবৈধ নগদ ধন সৰবৰাহৰ প্ৰতি লক্ষ্য ৰাখি মালিক সন্থাই এই সিদ্ধান্ত লৈছিল। কিন্তু ৰাইজৰ মাজত সৃষ্টি হোৱা হাহাকাৰলৈ লক্ষ্য ৰাখি সিদ্ধান্তটো বাতিল কৰা হৈছে বুলি জনাইছে গুৱাহাটী পে’ট্ৰল পাম্প মালিক সন্থাই।

“আমি আজি জিলা উপায়ুক্তৰ সৈতে আলোচনাত মিলিত হ’লো। তেওঁ আমাক দুটা ৱটচএপ নম্বৰ দিছে। সেই নম্বৰ দুটাত বেংকলৈ ধন নিয়াৰ পূৰ্বে মেনেজাৰৰ পৰিচয় পত্ৰ আৰু বেংকৰ টকা জমা কৰা ৰচিদ ফটো মাৰি প্ৰেৰণ কৰিব লাগিব।” নৰ্থ ইষ্ট নাও-ক জনায় মালিক সন্থাৰ সভাপতি ৰাজীৱ গোস্বামীয়ে।

উল্লেখযোগ্য যে যোৱা ১৭ এপ্ৰিলত আৰক্ষী আৰু নিৰ্বাচনী ফ্লাইং স্কুৱাডৰ দলে নুনমাটিৰ চূণচালিত অমৃত চন্দ্ৰ ডেকা নামৰ এজন লোকৰ পৰা ২৫.১১ লাখ টকা জব্দ কৰিছিল।

আৰক্ষীয়ে জব্দ কৰা ধনখিনি আছিল বাইহাটা চাৰিআলিৰ এটা পে’ট্ৰল ডিপোৰ। ৰঙালী বিহুৰ বাবে বেংক বন্ধ থকাত বুধবাৰে বেংকত ধন জমা দিবলৈ আহোতে আৰক্ষীয়ে টকাখিনি জব্দ কৰিছিল।

এই ঘটনাৰ পিছতে সন্থাটোৱে ২৩ এপ্ৰিল পৰ্যন্ত নগদ ধনৰ বিনিময়ত পে’ট্ৰল বা ডিজেল গ্ৰাহকক যোগান নধৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am
লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am
লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd