DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, June 29, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ত্ৰিপুৰাৰ মহিলা সাংবাদিক গ্ৰেপ্তাৰ-জামিন; নিৰপেক্ষ তদন্তৰ আহ্বান গুৱাহাটী প্ৰেছ ক্লাৱৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 16, 2021 7:44 am
Tripura_4-740x375
617
VIEWS
Share on FacebookShare on Twitter

ধৰ্মীয় উত্তেজনা বিয়পোৱাৰ অভিযোগত ত্ৰিপুৰাৰ দুই মহিলা সাংবাদিক গ্ৰেপ্তাৰ হোৱা ঘটনাত গুৱাহাটী প্ৰেছ ক্লাৱে গভীৰ উদ্বেগ প্ৰকাশ কৰিছে। অৱশ্যে গোমটি জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে সাংবাদিক দুগৰাকীৰ জামিন মঞ্জুৰ কৰাত স্বস্তি প্ৰকাশ কৰে গুৱাহাটী প্ৰেছ ক্লাৱে।

সোমবাৰে এক বিবৃতি যোগে গুৱাহাটী প্ৰেছ ক্লাৱৰ সভাপতি মনোজ কুমাৰ নাথ আৰু সম্পাদক সঞ্জয় ৰায়ে দুই সাংবাদিকৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰৰ নিৰপেক্ষ তদন্তৰো দাবী জনায়।

বিবৃতিটোত গুৱাহাটী প্ৰেছ ক্লাৱৰ সভাপতি আৰু সম্পাদকে স্পষ্ট কৰি দি কয় যে কোনো কাৰণতেই সংবাদ মাধ্যমৰ স্বাধীনতা খৰ্ব হ’ব নালাগিব।

Also Read: ত্ৰিপুৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা দুই মহিলা সাংবাদিকৰ জামিন

উল্লেখ্য যে ত্ৰিপুৰা আৰক্ষীয়ে দেওবাৰে গ্ৰেপ্তাৰ কৰা দুগৰাকী মহিলা সাংবাদিকক সোমবাৰে স্থানীয় আদালতে জামিন প্ৰদান কৰে। ৰাজ্যখনত শেহতীয়াকৈ সংঘটিত সাম্প্ৰদায়িক হিংসাৰ বিষয়ে প্ৰতিবেদন দিয়াৰ বাবে গ্ৰেপ্তাৰ কৰা হৈছিল সাংবাদিক দুগৰাকীক।

এইচডব্লিউ নিউজ নেটৱৰ্কত কৰ্মৰত সাংবাদিক সমৃদ্ধি চাকুনিয়া আৰু স্বৰ্ণ ঝাক উদয়পুৰ চিজেএম আদালতে ৭৫,০০০ টকাৰ জামিন বণ্ডত জামিন প্ৰদান কৰে।

অসম আৰক্ষীয়ে দেওবাৰে কৰিমগঞ্জত সাংবাদিক দুজনক ত্ৰিপুৰাৰ পৰা শিলচৰলৈ যোৱাৰ পথত আটক কৰিছিল।

Also Read: ভাৰতীয় ভেকচিন প্ৰমাণপত্ৰক স্বীকৃতি দিয়া দেশৰ নাগৰিকক কোৱাৰাণ্টাইন মুক্ত ভ্ৰমণৰ অনুমতি ভাৰতৰ

ত্ৰিপুৰাৰ ফতিক্ৰয় আৰক্ষী থানাত বিশ্ব হিন্দু পৰিষদৰ সমৰ্থকে দাখিল কৰা অভিযোগৰ ভিত্তিত ত্ৰিপুৰা আৰক্ষীয়ে তেওঁলোকক গ্ৰেপ্তাৰ কৰিছিল।

ত্ৰিপুৰাৰ গোষ্ঠী সংঘৰ্ষকলৈ মহিলা সাংবাদিক দুগৰাকীয়ে চৰকাৰ আৰু একাংশ হিন্দুত্ববাদী সংগঠনক সমালোচনা কৰি ধাৰাবাহিকভাবে বাতৰি পৰিবেশন কৰি আহিছিল। 

Recent News

Uddhav Thackeray resigns উচ্চতম ন্যায়ালয়ে আস্থাভোটৰ নিৰ্দেশ দিয়াৰ পিছতে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেৰ পদত্যাগ

Uddhav Thackeray resigns উচ্চতম ন্যায়ালয়ে আস্থাভোটৰ নিৰ্দেশ দিয়াৰ পিছতে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেৰ পদত্যাগ

AAgrY_SupremeCourtofIndia-750x375-1

No-Trust Vote উচ্চতম ন্যায়ালয়ত মুখ থেকেচা উদ্ধৱ থাকৰে শিবিৰৰ, বৃহস্পতিবাৰেই অনুষ্ঠিত হ’ব মহাৰাষ্ট্ৰৰ আস্থা ভোট

Seven Left-Youth Organizations Demand: বানাক্ৰান্তক পৰ্যাপ্ত সাহায্য আৰু ক্ষতিপূৰণৰ দাবী; সাত বাঁওপন্থী যুৱ-ছাত্ৰ সংগঠনৰ মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ

Seven Left-Youth Organizations Demand: বানাক্ৰান্তক পৰ্যাপ্ত সাহায্য আৰু ক্ষতিপূৰণৰ দাবী; সাত বাঁওপন্থী যুৱ-ছাত্ৰ সংগঠনৰ মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ

Agnipath Scheme: অগ্নিপথৰ বিৰোধিতা; টীয়কত প্ৰতিবাদ সাব্যস্ত কৰিলে কংগ্ৰেছে

Agnipath Scheme: অগ্নিপথৰ বিৰোধিতা; টীয়কত প্ৰতিবাদ সাব্যস্ত কৰিলে কংগ্ৰেছে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd