• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

গুৱাহাটীত নতুনকৈ মুকলি কৰা উদ্যানৰ জনসমাগমে সৃষ্টি কৰিছে তীব্ৰ যান-জঁটৰ

 এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 17, 2025 6:31 pm
52
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উজানবজাৰত নতুনকৈ মুকলি কৰা সতী ৰাধিকা শান্তি উদ্যানত দেওবাৰে সন্ধিয়াৰ ভিৰে গুৱাহাটীৰ বৃহৎ অংশত তীব্ৰ যান-জঁটৰ সৃষ্টি কৰে। ব্ৰহ্মপুত্ৰৰ পাৰত অৱস্থিত উদ্যানখনলৈ সোমাবলৈ অপেক্ষাত থকা লোকৰ দীঘলীয়া শাৰীৰ ফলত উজানবজাৰ, খাৰঘুলি, চেনিকুঠী, বৰোয়াৰী আৰু ওচৰৰ অঞ্চলসমূহত ঘণ্টাৰ পিছত ঘণ্টা যান-জঁট অব্যাহত থাকে।

উল্লেখযোগ্য যে ৭ নৱেম্বৰত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নির্মলা সীতাৰমণে উদ্বোধন কৰা এই উদ্যানখন মহানগৰখনৰ নতুন আকৰ্ষণ হিচাপে পৰিগণিত হৈছে। এপ্ৰিল মাহলৈকে বিনামূলীয়া প্ৰৱেশ উপলব্ধ হোৱাৰ ফলত প্ৰতিদিনে বিশেষকৈ সন্ধিয়া লোকসমাগম বৃদ্ধি পাইছে, যাৰ প্ৰভাৱ সংযোগী পথসমূহত পৰি যাতায়ত প্ৰায়ই ব্যাহত হৈ পৰিছে।

Apply Now

১৬ নৱেম্বৰ, দেওবাৰে আলতাব হুছেইন গৰিয়াই ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰা এটা ভিডিঅ’ত উদ্যানৰ বাহিৰত বৃহৎ ভিৰৰ দৃশ্য দেখা গৈছে। স্থানীয় বাসিন্দাসকলে জনাইছে যে সপ্তাহৰ শেষৰ দিনটোত ব পৰিস্থিতি অধিক জটিল হৈ পৰে, যাৰ ফলত বহু যাত্ৰী ঘণ্টা ঘণ্টা ধৰি পথত আবদ্ধ হৈ থাকে।

স্থানীয় লোকসকলে “দুৰ্বল পৰিকল্পনা” আৰু “যাতায়ত ব্যৱস্থাপনাৰ সম্পূৰ্ণ অভাৱ”ৰ বাবে হতাশা প্ৰকাশ কৰিছে।

উজানবজাৰৰ বাসিন্দা উপাসনা দাসে প্ৰশ্ন কৰে, “নদীৰ পাৰৰ উদ্যানখনে আমাৰ বাবে যি যান-বাহন আৰু প্ৰদূষণৰ সমস্যা সৃষ্টি কৰিছে, সেই বিষয়ে আপোনালোকে সচেতন নে?”

খাদ্য ষ্টলৰ ওচৰত আবর্জনা পেলোৱা ঠাইৰ অভাৱ আৰু শৃংখলাবদ্ধতাৰ অভাৱৰ অভিযোগ তুলি তেওঁ আহ্বান জনায়, “দৰ্শনাৰ্থীসকলে ভিৰ অলপ কমাই আৰু দায়িত্বশীল আচৰণ কৰিলে পৰিস্থিতি নিয়ন্ত্ৰণত সহায় হ’ব।”

আন এজন বাসিন্দা ৰিপুঞ্জয় ডেকাই কৰ্তৃপক্ষক সমালোচনা কৰি কয়, “চহৰখন এতিয়া অত্যন্ত বেয়া প্রশাসন আৰু যাতায়ত ব্যৱস্থাপনাৰ অভাৱৰ সন্মুখীন। কোনো অনুষ্ঠানৰ আগতেই যথাযথ ভাবে জনসাধাৰণক সতর্ক কৰা নহয়। নাগৰিকে সমস্যাত পৰিলেও কৰ্তৃপক্ষই যেন উৎসাহিত হৈ পৰে।”

৯ নৱেম্বৰত মাচখোৱা এয়াৰ শ্ব’ৰ দিনটোত কেন্দ্ৰীয় গুৱাহাটীত অভূতপূৰ্ব যান-জঁট সৃষ্টি হৈছিল। মুখ্যমন্ত্ৰী, ৰাজ্যপাল আৰু ভিভিআইপি সমূহে সভাস্থলীৰ পৰা ওলাই অহাত অসুবিধাৰ সন্মুখীন হৈছিল। জ্যেষ্ঠ আৰক্ষী বিষয়া আৰু ট্ৰেফিক কৰ্মীসকলে হাতেৰে পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা কৰিছিল।

এজন ট্ৰেফিক কনিষ্টেবলে মন্তব্য কৰে যে, “ট্ৰেফিক প্লেনিং কেৱল অফিছেৰে কৰি লাভ নাই; মাটিৰ অভিজ্ঞতাসম্পন্ন বিষয়াসকলক প্ৰক্ৰিয়াত জড়িত কৰাটো অত্যাবশ্যক।”

ইয়াৰ বিপৰীতে, সতী ৰাধিকা শান্তি উদ্যানৰ ব্ৰহ্মপুত্ৰৰ সৌন্দৰ্য, পদপথ, বহাৰ ঠাই আৰু শিশুবোৰৰ খেলপথাৰেৰে হাজাৰ হাজাৰ লোকক আকর্ষণ কৰি আছে, যাৰ ফলত উদ্যানখনৰ জনপ্ৰিয়তা দিনেদিনে বৃদ্ধি পাইছে।

কিন্তু বাসিন্দাসকলৰ মতে, ভিৰ আৰু যান-বাহন নিয়ন্ত্ৰণৰ উপযুক্ত ব্যৱস্থা গ্ৰহণ নকৰালৈকে গুৱাহাটী বিশেষকৈ ছুটিৰ দিনত এইধৰণৰ যান-জঁট অব্যাহত থাকিব।

 এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গহপুৰত গ্ৰীষ্মকালীন কৰ্মশালাৰ শুভাৰম্ভ

গহপুৰত গ্ৰীষ্মকালীন কৰ্মশালাৰ শুভাৰম্ভ

July 16, 2026 8:44 pm
কি ঘটনা? দেশৰ সৰ্ববৃহৎ পাৰমাণৱিক শক্তি কেন্দ্ৰৰ তথ্য ফাদিল, ডাৰ্ক ৱেবত ১৯ হাজাৰ ফাইল

কি ঘটনা? দেশৰ সৰ্ববৃহৎ পাৰমাণৱিক শক্তি কেন্দ্ৰৰ তথ্য ফাদিল, ডাৰ্ক ৱেবত ১৯ হাজাৰ ফাইল

July 16, 2026 7:59 pm
খিলঞ্জীয়াৰ মাটি ৰক্ষাৰ সংকল্প: কাৰাৰুদ্ধ নেতাসকলৰ মুক্তিৰ দাবীত গুৱাহাটীত গুৰুত্বপূৰ্ণ নাগৰিক সভা

খিলঞ্জীয়াৰ মাটি ৰক্ষাৰ সংকল্প: কাৰাৰুদ্ধ নেতাসকলৰ মুক্তিৰ দাবীত গুৱাহাটীত গুৰুত্বপূৰ্ণ নাগৰিক সভা

July 16, 2026 7:43 pm
সোণম ৱাংচুকৰ অনশনৰ ১৯ দিন: ৯ কেজিতকৈও অধিক ওজন হ্ৰাস, স্বাস্থ্যৰ অৱনতিক লৈ উদ্বেগ

সোণম ৱাংচুকৰ অনশনৰ ১৯ দিন: ৯ কেজিতকৈও অধিক ওজন হ্ৰাস, স্বাস্থ্যৰ অৱনতিক লৈ উদ্বেগ

July 16, 2026 6:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গহপুৰত গ্ৰীষ্মকালীন কৰ্মশালাৰ শুভাৰম্ভ

গহপুৰত গ্ৰীষ্মকালীন কৰ্মশালাৰ শুভাৰম্ভ

July 16, 2026 8:44 pm
কি ঘটনা? দেশৰ সৰ্ববৃহৎ পাৰমাণৱিক শক্তি কেন্দ্ৰৰ তথ্য ফাদিল, ডাৰ্ক ৱেবত ১৯ হাজাৰ ফাইল

কি ঘটনা? দেশৰ সৰ্ববৃহৎ পাৰমাণৱিক শক্তি কেন্দ্ৰৰ তথ্য ফাদিল, ডাৰ্ক ৱেবত ১৯ হাজাৰ ফাইল

July 16, 2026 7:59 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd