• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আজি গুৱাহাটীত উপস্থিত হ’ব উপ ৰাষ্ট্ৰপতি ভেংকায়া নাইডু; যান-বাহন চলাচলৰ বাবে দিয়া হৈছে বিশেষ নিৰ্দেশনা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 3, 2021 9:57 am
Venkaiah-Naidu
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

Vice President’s visit to Assam: অসমত এলানি কাৰ্যসূচীত অংশগ্ৰহণৰ বাবে দেওবাৰে গুৱাহাটীত উপস্থিত হ’ব উপ ৰাষ্ট্ৰপতি ভেংকায়া নাইডু।

উপ ৰাষ্ট্ৰপতিগৰাকীয়ে গুৱাহাটীৰ পুৰণি উপায়ুক্তৰ বাংলোত ঐতিহ্য তথা সাংস্কৃতিক কেন্দ্ৰটো উদ্বোধন কৰিব।

অসম চৰকাৰে ৰাষ্ট্ৰীয় সংহতি তথা ৰাষ্ট্ৰীয় বৰঙণিৰ বাবে আগবঢ়োৱা লোকপ্ৰিয় গোপীনাথ বৰদলৈ বঁটা গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া এক বিশেষ অনুষ্ঠানত উপ ৰাষ্ট্ৰপতি নাইডুৱে প্ৰদান কৰিব।

Apply Now

নাইডুৱে সোমবাৰে পুৱা মেঘালয় ভ্ৰমণৰ বাবে শ্বিলঙলৈ বুলি ৰাওনা হ’ব।

আনহাতে, উপ ৰাষ্ট্ৰপতি ভেংকায়া নাইডুৰ অসম আগমণৰ বাবে মহানগৰীৰ যান-বাহন আৰক্ষীয়ে মহানগৰীত চলাচল কৰা যান-বাহনৰ বাবে কিছু বিশেষ নিৰ্দেশনা দাঙি ধৰিছে।

মহানগৰ যান-বাহন শাখাৰ উপ-আৰক্ষী আয়ুক্তই জাৰি কৰা এই নিৰ্দেশনা অনুসৰি ৩ অক্টোবৰত ৩৭ আৰু ২৭ নং ৰাষ্ট্রীয় ঘাইপথ বন্ধ থাকিব।

আৰু পঢ়ক: দালালৰ পৰা উৎকোচ লোৱাৰ গোচৰত গ্ৰেপ্তাৰ চক্ৰ বিষয়া বৰেণ্য ৰঞ্জন বৰঠাকুৰ

পুৱা ৮ৰ পৰা নিশা ৯ বজালৈ দুয়োটা পথত সকলো গধুৰ যান-বাহনৰ চলাচল বন্ধ থাকিব। ৪ অক্টোবৰতো ৩৭ আৰু ২৭ নং ৰাষ্ট্রীয় ঘাইপথ বন্ধ থাকিব।

পুৱা ৫ বজাৰ পৰা দুপৰীয়া ১২ বজালৈ সকলো গধুৰ যান-বাহন চলাচল বন্ধ থাকিব।

সেইদৰে, দেওবাৰৰ পুৱা ৬ বজাৰ পৰা কেইবাটাও পথত বাণিজ্যিক বাহনৰ চলাচল বন্ধ থাকিব। মহানগৰীৰ DG Road, MG Road, FC Road, তৈয়বুল্লা ৰ’ড, GNB Road, B Boruah Road, GS Road আৰু পাঞ্জাবাৰী পথত সকলো বাণিজ্যিক বাহন বন্ধ থাকিব।

লগতে পঢ়ক: আৰক্ষীৰ জিম্মাৰ পৰাই বিধায়ক শ্বেৰমানৰ দাবী সাম্প্ৰদায়িক মন্তব্যৰ বাবে গ্ৰেপ্তাৰ হ’ব লাগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

তদুপৰি, দেওবাৰে ভৰলুমুখৰ দিশৰ পৰা চানমাৰি দিশলৈ অহা বাহনৰ পথ সলনি কৰা হৈছে। বাহনসমূহ যশোৱন্ত ৰ’ড হৈ HB ৰ’ড আৰু NCB হলৰ দিশে যাব পাৰিব।

ইপিনে, উজান বজাৰৰ দিশৰ পৰা মাছখোৱাৰ পিনে যোৱা বাহনসমূহৰো গতি সলনি কৰা হৈছে। বাহনসমূহ DC Court হৈ কমিচনাৰ পইণ্টৰ দিশে যাব পাৰিব।

আনহাতে, DC Courtৰ দিশেৰ পৰা অহা বাহনসমূহ HB ৰ’ড, JC দাস ৰ’ড হৈ MG ৰ’ডৰ পিনে যাব পাৰিব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৫ অক্টোবৰৰ পৰা ইউপিআই লেনদেনত নতুন নিয়ম! তাৰ পূৰ্বেই ব্যৱহাৰকাৰীৰ অভিলেখ, লেনদেন বৃদ্ধি পালে ২৭ শতাংশ

১৫ অক্টোবৰৰ পৰা ইউপিআই লেনদেনত নতুন নিয়ম! তাৰ পূৰ্বেই ব্যৱহাৰকাৰীৰ অভিলেখ, লেনদেন বৃদ্ধি পালে ২৭ শতাংশ

October 3, 2026 4:15 pm
অখিল গগৈৰ আমৰণ অনশনৰ দ্বিতীয় দিন : বান সাহায্য আৰু চিবিআই তদন্তৰ দাবীৰে উত্তাল অসম বিধানসভা

অখিল গগৈৰ আমৰণ অনশনৰ দ্বিতীয় দিন : বান সাহায্য আৰু চিবিআই তদন্তৰ দাবীৰে উত্তাল অসম বিধানসভা

October 3, 2026 3:31 pm
এছিয়ান গেমছৰ ক্ৰিকেটত ভাৰতৰ আধিপত্য! পাকিস্তানক হৰুৱাই খিতাপ অক্ষুণ্ণ ৰাখিলে ভাৰতে

এছিয়ান গেমছৰ ক্ৰিকেটত ভাৰতৰ আধিপত্য! পাকিস্তানক হৰুৱাই খিতাপ অক্ষুণ্ণ ৰাখিলে ভাৰতে

October 3, 2026 3:03 pm
গুৱাহাটীৰ নাইট ক্লাবৰ ক’লা অধ্যায় : নিজাববীয়া গোচৰ ৰুজু কৰিলে আৰক্ষীয়ে

গুৱাহাটীৰ নাইট ক্লাবৰ ক’লা অধ্যায় : নিজাববীয়া গোচৰ ৰুজু কৰিলে আৰক্ষীয়ে

October 3, 2026 2:59 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৫ অক্টোবৰৰ পৰা ইউপিআই লেনদেনত নতুন নিয়ম! তাৰ পূৰ্বেই ব্যৱহাৰকাৰীৰ অভিলেখ, লেনদেন বৃদ্ধি পালে ২৭ শতাংশ

১৫ অক্টোবৰৰ পৰা ইউপিআই লেনদেনত নতুন নিয়ম! তাৰ পূৰ্বেই ব্যৱহাৰকাৰীৰ অভিলেখ, লেনদেন বৃদ্ধি পালে ২৭ শতাংশ

October 3, 2026 4:15 pm
অখিল গগৈৰ আমৰণ অনশনৰ দ্বিতীয় দিন : বান সাহায্য আৰু চিবিআই তদন্তৰ দাবীৰে উত্তাল অসম বিধানসভা

অখিল গগৈৰ আমৰণ অনশনৰ দ্বিতীয় দিন : বান সাহায্য আৰু চিবিআই তদন্তৰ দাবীৰে উত্তাল অসম বিধানসভা

October 3, 2026 3:31 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd