• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ডেভলপমেণ্ট নহয়, ডেভিলপমেণ্ট: গুৱাহাটীৰ ধ্বংসাত্মক আন্তঃগাঁথনিৰ তীব্ৰ সমালোচনা দত্তত্ৰেয় টি দেৱৰেৰ

বিপাশা ভট্টাচাৰ্য by বিপাশা ভট্টাচাৰ্য
July 15, 2025 9:22 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গুৱাহাটীৰ প্ৰাগজ্যোতি আইটিএ সাংস্কৃতিক কেন্দ্ৰত দেওবাৰে (১৩ জুলাই) বেংগালুৰুৰ বিশিষ্ট পৰিৱেশকর্মী দত্তাত্রেয় টি দেৱৰে ‘আন্তঃগাঁথনি নিৰ্মাণৰ বাবে গছ ধ্বংস উন্নয়ন আৰু পৰিৱেশতন্ত্ৰৰ ভাৰসাম্যতা ৰক্ষা’ শীর্ষক তথ্যপূৰ্ণ বক্তৃতা প্ৰদান কৰে।

গুৱাহাটীৰ সচেতন নাগৰিকৰ দ্বাৰা আয়োজন কৰা এই বক্তৃতাত অনুষ্ঠানত প্ৰসংগ ক্ৰমে বক্তাই আন্তঃগাঁথনিৰ নামত পৰিৱেশৰ অবাধ ধ্বংস ডেভলপমেণ্ট নহয়, ডেভিলপমেণ্ট বুলি আখ্যা দিয়ে। বেংগালুৰুৰ বিস্তৃত অভিজ্ঞতাৰ আধাৰত দেৱাৰে অসংখ্য উদাহৰণ দাঙি ধৰে।  

Apply Now

তেওঁৰ ভাষণৰ বিশেষ অংশত দেৱাৰে কিছুমান আন্তঃগাঁথনি প্ৰকল্পৰ ওপৰত তীব্ৰ অভিযোগ কৰি নিৰ্দ্বিধায় সেইবোৰক ডেভিলপমেণ্ট বুলি অভিহিত কৰে। দেৱাৰে কয়, প্ৰগতি হিচাপে প্ৰচাৰ কৰা প্ৰকল্পসমূহে কেনেকৈ পৰিৱেশৰ অপৰিৱৰ্তনীয় ক্ষতি কৰিব পাৰে আৰু সম্প্ৰদায়সমূহক স্থানচ্যুত কৰিব পাৰে।

অসমত বৃক্ষ আইনৰ অনুপস্থিতিত উদ্বেগ প্ৰকাশ কৰি তেওঁ শক্তিশালী বৃক্ষ আইনৰ জৰুৰী প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ ব্যাখ্যা কৰে যে এনে আইনসমূহে গছ সুৰক্ষা, প্ৰতিস্থাপন আৰু জবাবদিহিতাৰ বাবে এক গুৰুত্বপূৰ্ণ আইনী কাঠামো প্ৰদান কৰে।

তেওঁ অপৰিকল্পিত তথা বিবেচনাহীন উন্নয়নে কি দৰে পৰিৱেশৰ ওপ্ৰত প্ৰভাৱ পেলাব পাৰে বা পেলাইছে তাৰ বিশদ বিশ্লেষণ দাঙি ধৰে আৰু ২০১৬ চনত প্ৰস্তাৱিত উৰণীয়া সেতুৰ বিৰুদ্ধে বহুলভাৱে প্ৰচাৰিত প্ৰতিবাদকে ধৰি বেংগালুৰুত বিভিন্ন ৰাজহুৱা প্ৰতিবাদত অংশগ্ৰহণ কৰাৰ উদাহৰণ দাঙি ধৰে। আৰু বহনক্ষম নগৰ উন্নয়নৰ সমাধান সন্দৰ্ভত আলোকপাত কৰে।

তেওঁ সমস্যাবোৰৰ ওপৰত আলোকপাত কৰাৰ লগতে ব্যৱহাৰিক সমাধানো আগবঢ়াইছিল। তেওঁ নিৰ্বিচাৰ গছ কটা  বন্ধ কৰিবলৈ গুৱাহাটীৰ নাগৰিক আৰু কৰ্তৃপক্ষই গ্ৰহণ কৰিব পৰা আইনী, চৰকাৰী, পৰিৱেশ, আৰু সমাজৰ একাধিক ব্যৱস্থাৰ ৰূপৰেখা দাঙি ধৰে।

উন্নয়নৰ নামত গছ কটাৰ বিৰোধিতা কৰাত তথ্যৰ গুৰুত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰি তেওঁ কয়, আদালতে তথ্য আৰু পৰিসংখ্যা বিচাৰে; সেয়েহে পৰিৱেশৰ প্ৰভাৱ মূল্যায়নৰ সঠিক অধ্যয়ন কৰাটো গুৰুত্বপূৰ্ণ। গুৱাহাটীৰ দীঘলীপুখৰি অঞ্চলত শেহতীয়াকৈ গ্ৰহণ কৰা গছ স্থানান্তৰ কথা উল্লেখ কৰি তেওঁ কয় যে, গছ স্থানান্তৰ শেষ উপায় হোৱা উচিত।

সামগ্ৰিক কৌশলেৰে স্থানীয় প্ৰশাসনৰ সৈতে জড়িত হোৱা, পৰিৱেশ সুৰক্ষাৰ বাবে আইনী পথ অনুসৰণ কৰা, আৰু গছ ৰক্ষাৰ বাবে জনসাধাৰণৰ নেতৃত্বত লোৱা পদক্ষেপসমূহৰ ওপৰতো গুৰুত্ব আৰোপ কৰে।

তেওঁ বিধানসভাৰ ত্ৰুটিসমূহ আঙুলিয়াই দিয়ে যে অসমত হিট ৱেভ একচন প্লেনৰ অভাৱ, আৰু উচ্চতম ন্যায়ালয়ৰ ৰায়দানৰ কথা সোঁৱৰাই কয়, বন কটাৰ আগতে বনানীকৰণ সম্পূৰ্ণ হ’ব লাগে, যিটো গুৱাহাটীৰ বৰ্তমানৰ উন্নয়নমূলক কামত প্ৰায়ে উপেক্ষা কৰি অহিছে।

আন্তঃগাঁথনি উন্নয়নৰ ফলত হোৱা পৰিৱেশৰ অৱক্ষয় লাঘৱ কৰাৰ উপায় হিচাপে তেওঁ বিকল্প ৰোপণ প্ৰক্ৰিয়া যেনে মিয়াৱাকি পদ্ধতি, উলম্ব বাগিচা, পথৰ কাষত গছ ৰোপণ আদিৰ বিষয়ে উল্লেখ কৰে।

বিপাশা ভট্টাচাৰ্য

বিপাশা ভট্টাচাৰ্য

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৫১ বছৰৰ পাছত মহাৰাষ্ট্ৰত পুনৰ পুৰণি নিয়ম : মন্ত্ৰীৰ সিদ্ধান্তত হস্তক্ষেপ কৰিব পাৰিব মুখ্যমন্ত্ৰীয়ে

৫১ বছৰৰ পাছত মহাৰাষ্ট্ৰত পুনৰ পুৰণি নিয়ম : মন্ত্ৰীৰ সিদ্ধান্তত হস্তক্ষেপ কৰিব পাৰিব মুখ্যমন্ত্ৰীয়ে

August 20, 2026 9:32 am
জেন-জি’ৰ মনৰ কথা শুনিবলৈ প্ৰতিদিনে বিশ্ববিদ্যালয়লৈ যাব মোদী চৰকাৰৰ মন্ত্ৰী

জেন-জি’ৰ মনৰ কথা শুনিবলৈ প্ৰতিদিনে বিশ্ববিদ্যালয়লৈ যাব মোদী চৰকাৰৰ মন্ত্ৰী

August 20, 2026 8:35 am
বন্দে মাতৰমৰ দুটা স্তৱকেই গাব কংগ্ৰেছে : ৮৯ বছৰ পুৰণি সিদ্ধান্ততে অটল দল

বন্দে মাতৰমৰ দুটা স্তৱকেই গাব কংগ্ৰেছে : ৮৯ বছৰ পুৰণি সিদ্ধান্ততে অটল দল

August 20, 2026 7:39 am
বিধায়কৰ নতুন গাড়ী, চালকৰ দৰমহা মাহে ৭৫ হাজাৰ! বিজয় চৰকাৰৰ সিদ্ধান্তক লৈ বিতৰ্ক

বিধায়কৰ নতুন গাড়ী, চালকৰ দৰমহা মাহে ৭৫ হাজাৰ! বিজয় চৰকাৰৰ সিদ্ধান্তক লৈ বিতৰ্ক

August 19, 2026 9:03 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৫১ বছৰৰ পাছত মহাৰাষ্ট্ৰত পুনৰ পুৰণি নিয়ম : মন্ত্ৰীৰ সিদ্ধান্তত হস্তক্ষেপ কৰিব পাৰিব মুখ্যমন্ত্ৰীয়ে

৫১ বছৰৰ পাছত মহাৰাষ্ট্ৰত পুনৰ পুৰণি নিয়ম : মন্ত্ৰীৰ সিদ্ধান্তত হস্তক্ষেপ কৰিব পাৰিব মুখ্যমন্ত্ৰীয়ে

August 20, 2026 9:32 am
জেন-জি’ৰ মনৰ কথা শুনিবলৈ প্ৰতিদিনে বিশ্ববিদ্যালয়লৈ যাব মোদী চৰকাৰৰ মন্ত্ৰী

জেন-জি’ৰ মনৰ কথা শুনিবলৈ প্ৰতিদিনে বিশ্ববিদ্যালয়লৈ যাব মোদী চৰকাৰৰ মন্ত্ৰী

August 20, 2026 8:35 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd