DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 3, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অগপই বিজেপিক এৰিলেও বি পি এফক এৰা নাই: হাগ্ৰামা মহিলাৰী

ৰিনয় বসুমতাৰী by ৰিনয় বসুমতাৰী
February 8, 2019 9:40 am
IMG-20190207-WA0017

হাগ্রামা মহিলাৰী। ফটো সৌজন্য-নৰ্থ-ইষ্ট নাও

864
VIEWS
Share on FacebookShare on Twitter

বি পি এফৰ সভাপতি তথা বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে আগন্তুক লোকসভা নিৰ্বাচন আৰু অগপ, বিজেপিৰে মিত্ৰতা সন্দৰ্ভত মন্তব্য আগবঢ়াই কয় যে তেওঁৰ দল লোকসভা নিৰ্বাচনৰ বাবে সম্পুৰ্ণ ৰূপে সাজু হৈছে।

শুকুৰবাৰে সাংবাদিকৰে হোৱা সাক্ষাৎকাৰত হাগ্ৰামা মহিলাৰীয়ে কোকৰাঝাৰ লোকসভা সমষ্টিত বিপিএফ দলে প্ৰাৰ্থিত্ব আগবঢ়াব আৰু মংগলদৈ সমষ্টিকে ধৰি অন্যান্য সমষ্টিত বিজেপি আৰু অগপৰ মিত্ৰতাৰ প্ৰাৰ্থীক সমৰ্থন জনাব বুলি উল্লেখ কৰে। বিজেপিৰ সৈতে অগপই মিত্ৰতা ভংগ কৰিলেও বি পি এফৰ সৈতে অগপৰ মিত্ৰতা অক্ষুন্ন আছে বুলি হাগ্ৰামাই তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে।

বৰ্তমানৰ সাংসদ নৱ কুমাৰ শৰণীয়া সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰি হাগ্ৰামাই কয় যে এইবাৰ কোকৰাঝাৰ সমষ্টিত মূল যুঁজখন হ’ব বি পি এফ আৰু ইউ পি পি এলৰ প্ৰাৰ্থীৰ মাজত, নৱ কুমাৰ শৰণীয়া প্ৰতিদ্বন্দ্বিতাৰ মাজলৈয়ে নাহে। বিগত লোকসভা নিৰ্বাচনৰ সময়ত বিটিচি অঞ্চলত এন্টি বড়ো আবেগ সৃষ্টি কৰি নৱ কুমাৰ শৰণীয়া বিজয়ী হৈছিল কিন্তু এইবাৰ পুনৰ সেই পন্থাৰে তেওঁ বিজয়ী হ’ব নোৱাৰিব বুলি তাৎপৰ্য্যপূৰ্ণ মন্তব্য কৰে বিটিচি প্ৰধান জনে।

আনহাতে, কংগ্ৰেছে ইতিমধ্যে লোকসভা নিৰ্বাচনৰ প্ৰতিদ্বন্দ্বিতাৰ পৰা বাহিৰ হৈছে বুলিও উল্লেখ কৰে মহিলাৰীয়ে।

Recent News

Assam Career

Assam Career : ARIAS Societyৰ নিয়োগ জাননী প্ৰকাশ, কিদৰে কৰিব আবেদন?

মুম্বাইত ভাৰতীয় ৰে’লৱেই মুকলি কৰিলে দ্বিতীয় খন শ্লিপিং পড হোটেল

মুম্বাইত ভাৰতীয় ৰে’লৱেই মুকলি কৰিলে দ্বিতীয় খন শ্লিপিং পড হোটেল

গল্পকাৰ বিপুল খাটনিয়াৰৰ মৃত্যুৰ বৰ্ষপূৰ্তিত বক্তৃতানুষ্ঠানৰ আয়োজন

গল্পকাৰ বিপুল খাটনিয়াৰৰ মৃত্যুৰ বৰ্ষপূৰ্তিত বক্তৃতানুষ্ঠানৰ আয়োজন

শ্ৰেণী কোঠাৰ সলনি যুদ্ধক্ষেত্ৰৰ বাংকাৰৰ পৰাই ছাত্ৰী-ছাত্ৰীৰ বাবে অনলাইন ক্লাছ কৰিছে এগৰাকী ’অধ্যাপক সেনাই’!

শ্ৰেণী কোঠাৰ সলনি যুদ্ধক্ষেত্ৰৰ বাংকাৰৰ পৰাই ছাত্ৰী-ছাত্ৰীৰ বাবে অনলাইন ক্লাছ কৰিছে এগৰাকী ’অধ্যাপক সেনাই’!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd