DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 24, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

পাব্লিচিটি ষ্টাণ্ট : হাজোত ই-ৰিক্সা চালকৰ ৰূপত বিধায়িকা সুমন

মৃদুল প্ৰীতম ডেকা by মৃদুল প্ৰীতম ডেকা
November 5, 2018 12:34 pm
IMG-20181105-WA0050
173
VIEWS
Share on FacebookShare on Twitter

পঞ্চায়ত নিৰ্বাচনৰ বা’ ব’লিছে। এই নিৰ্বাচনৰ বা’ গাত লগা বিধায়িকা আঙুৰলতাই স্কুটী চলাই সমষ্টি ভ্ৰমণ কৰিছে।  হাজোৰ সুমন হাৰিপ্ৰিয়াও বহি থকা নাই। আগন্তুক নিৰ্বাচনক আগত ৰাখিয়েই এইবাৰ ই-ৰিক্সা চালকৰ ৰূপত গুণমুগ্ধ ৰাইজৰ আগত দৰিশন দিছে হাজোৰ অতি সক্ৰিয় বিধায়িকা সুমন হাৰিপ্ৰিয়াই। সম্প্ৰতি ই-ৰিক্সা চলাই নিজৰ সমষ্টিত ঘুৰি ফুৰা দেখা গৈছে বিধায়িকাগৰাকীক। হাজোত ৰিক্সা চালকক ই-ৰিক্সা বিতৰণ কৰা এটা অনুষ্ঠানত এই দৰে ব্যতিক্ৰমী ৰূপ দেখা গৈছে বিধায়িকা সুমন হাৰিপ্ৰিয়াৰ। হাজোৰ ১০জন দৰিদ্ৰ ৰিক্সা চালকক গুৱাহাটী ৰিফাইনেৰীয়ে প্ৰদান কৰিছে ১০খন ই ৰিক্সা।

হিতাধিকাৰীসকলৰ মাজত এই ই-ৰিক্সাসমূহ বিতৰণ কৰি সুমনে কলে হাজোত উন্নয়নৰ ধুমুহা ব’লোৱাৰ কথা। হাজোৰ বাট-পথত এতিয়া হেনো ফু মাৰি ভাত খাব পৰা অৱস্থা হৈছে। বিধস্ত পথত চেণ্ডেল নিছিঙা হল, অন্য সমষ্টিৰ বিধায়কক অ’পেন চেলেঞ্জ দিছে বিধায়িকা সুমন হাৰিপ্ৰিয়াই। হাজোৰ উন্নয়ন দেখি হেনো বহুতৰে হিংসা লাগে। বিধায়িকাৰ চেলেঞ্জ- পাৰে যদি হাজোৰ দৰে উন্নয়ন কৰি দেখুৱাওক। বহু বিধিয়কে হেনো এতিয়া কবলৈ লৈছে- সুমনৰ সমষ্টিৰ দৰে মোৰ সমষ্টিত উন্নয়ন কৰিব পৰা হ’লে। মুঠতে সুমনে এইয়া চেলেঞ্জ দিব পাৰে সকলোকে।

Recent News

Road Accident in Sipajhar

পূৰণ নহ’ল সেনাত ভৰ্তিৰ সপোন: ছিপাঝাৰত দ্ৰুতবেগী ট্ৰাকে প্ৰাণ ল’লে পাঁচজনৰ

বাহিৰৰ হস্তক্ষেপ সহ্য নকৰে! টাইৱানৰ সম্পৰ্কত বিডেনৰ বক্তব্যক উভতি ধৰিছে চীনে

বাহিৰৰ হস্তক্ষেপ সহ্য নকৰে! টাইৱানৰ সম্পৰ্কত বিডেনৰ বক্তব্যক উভতি ধৰিছে চীনে

শোপনিকুছিৰ যুৱক জাহাংগীৰৰ জিএমচিএইচত মৃত্যু; বন্ধুৱে হত্যা কৰাৰ অভিযোগ পৰিয়ালৰ

শোপনিকুছিৰ যুৱক জাহাংগীৰৰ জিএমচিএইচত মৃত্যু; বন্ধুৱে হত্যা কৰাৰ অভিযোগ পৰিয়ালৰ

Global Economy: দ্বিতীয় বিশ্বযুদ্ধৰ পিছত আটাইতকৈ বৃহৎ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে বিশ্ব অৰ্থনীতি: আইএমএফ

Global Economy: দ্বিতীয় বিশ্বযুদ্ধৰ পিছত আটাইতকৈ বৃহৎ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে বিশ্ব অৰ্থনীতি: আইএমএফ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd