• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পূৱ গোৱালপাৰা বিধান সভা সমষ্টি : কংগ্ৰেছ-বিজেপিৰ আধা দজনৰো অধিক নেতা দলীয় প্ৰাৰ্থীত্বৰ দৌৰত!

সমষ্টিৰ "ৰজা"ৰ বিৰুদ্ধে কংগ্ৰেছ দলত বিদ্ৰোহ আৰম্ভ

নীলমণি শৰ্মা by নীলমণি শৰ্মা
February 3, 2021 3:16 pm
FB_IMG_1611992652437
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে গোৱালপাৰা পূৱ বিধান সভা সমষ্টিত নিৰ্বাচনী তৎপৰতা ক্ৰমাৎ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে৷

বিশেষকৈ কংগ্ৰেছ দলৰ বিধায়ক এ কে ৰছিদ আলমে বিগত সময় ছোৱাত সমষ্টিৰ উন্নয়ৰ পিনে পিঠি দি নিজকে “পূৱ গোৱালপাৰা”ৰ ৰজা বুলি দাম্ভালি  মাৰি দলটো একানায়ত্বৰাজ চলোৱাৰ অভিযোগ তুলি দলটোৰ তৃণমূল পৰ্যায়ৰ কৰ্মীসকলে আগন্তুক বিধান সভা নিৰ্বাচনত এজন নিকা ভাৱমূৰ্তি থকা তথা সকলো ৰাইজৰ গ্ৰহণযোগ্য প্ৰাৰ্থীক দলীয় প্ৰাৰ্থীত্ব প্ৰদানত গুৰুত্ব প্ৰদান কৰিছে৷

Apply Now

বিশেষকৈ বিগত পাঁচটা বছৰত বৰ্তমানৰ বিধায়ক এ কে ৰছিদ আলমে উন্নয়নৰ ক্ষেত্ৰত এক প্ৰকাৰ ব্যৰ্থ হৈছে বুলি সাধাৰণ ৰাইজে অভিযোগ কৰিছে৷ আনহাতে বিগত সময়ছোৱাত সমষ্টিৰ বহু অঞ্চলৰ ৰাইজে বিধায়কগৰাকীৰ ছাঁ টোকে নেদেখিলে বুলিও অভিযোগ উত্থাপন উঠি আহিছে৷

শেহতীয়াকৈ গোৱালপাৰা পূৱত  কংগ্ৰেছত এক প্ৰকাৰ ৰাজ বিদ্ৰোহ সূচনা হোৱা পৰিলক্ষিত হৈছে৷ইফালে বিধায়কগৰাকীৰ বিগত সময়ছোৱাৰ ভূমিকাক প্ৰত্যাহ্বান জনাই কেইবাগৰাকী যুৱ নেতাই আগন্তুক নিৰ্বাচনত দলীয় টিকট বিছাৰী সমষ্টিৰ চুকে কোণে প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে৷

বিশেষকৈ কংগ্ৰেছৰ দলৰ এগৰাকী সক্ৰিয় কৰ্মী তথা অধিবক্তা তথা যুৱ নেতা দেৱান মফিজুৰ ৰহমান (ৰৌফি)য়ে দলীয় টিকট বিছাৰি গোৱালপাৰা পূৱ বিধান সভা সমষ্টিত এক চৰ্চাৰ বিষয় হৈ উঠিছে৷ দেৱান মফিজুৰ ৰহমানে বিগত দিনসমূহত সমষ্টিটোৰ বিভিন্ন কামকাজৰে সাধাৰণ জনতাৰ কাষ চাপিবলৈ সক্ষম হৈছে ৷

সমষ্টিটোত এই বেলি আন কেইবাগৰাকী নৱ প্ৰজন্মৰ নেতাই টিকটৰ দাবীদাৰ হৈছে ইয়াৰে অন্যতম আন এগৰাকী হ’ল মহম্মদ হুছেইন(ছাজু)। মুঠতে গোৱালপাৰা পূৱ বিধান সভা সমষ্টিত বিধায়কগৰাকী পুনৰবাৰ দলে টকট প্ৰদান কৰিলে দলটো বিপদত পৰাটো এক প্ৰকাৰ নিশ্চিত বুলি একাংশ তৃণমূল পৰ্যায়ৰ লোকে মতপোষণ কৰিছে৷

জানিব পৰামতে  ইয়াৰ উপৰিও ৰাকেশ চক্ৰৱৰ্তী, ইন্দিৰা মেধি আদিকে ধৰি ভালে কেইজন নেতাই দলীয় টিকট বিছাৰিছে৷

আনহাতে কংগ্ৰেছ, এই আই ইউ ডি এফৰ লগতে সমষ্টি উদ্ধাৰৰ বাবে অভিযান অব্যাহত ৰাখিছে শাসকীয় বিজেপি দলে৷ বিগত নিৰ্বাচনত বিজেপি দলৰ প্ৰাৰ্থী গৰাকী গৰাকীয়েই তিনি হাজাৰতকৈ কম ভোটৰ ব্যৱধানত পৰিজিত হৈছিল, সেয়ে এইবেলি শাসকীয় দলটোয়ে সমষ্টিটো উদ্ধাৰৰ বাবে মৰণপন যুঁজ দিব৷

বিগত নিৰ্বাচনত পৰাজিত প্ৰাৰ্থী গৌৰাঙ্গ প্ৰসাদ দাসে  দলীয় টিকট দাবী কৰিছে যদিও সমষ্টিত এইবেলি বিজেপিৰ যুৱ নেতা দীপক নাথৰ নাম সৰ্বত্ৰে উচ্চাৰিত হোৱা দেখা গৈছে৷

উল্লেখযোগ্য যে এজন নেতা হিচাবে দীপক নাথৰ সমষ্টিত আছে এক সুকীয়া পৰিচয়। সকলো জাতি জনগোষ্ঠী লোকৰ লগত দীৰ্ঘদিন ধৰি এক সুসম্পৰ্ক গঢ়ি তোলাৰ লগতে সমষ্টিৰ লোকসকলৰ মাজতো গঢ়িছে সম্প্ৰতি এনাজৰি৷

এই দুগৰাকীৰ বাহিৰেও কেইবাগৰাকী নেতাই দলীয় টিকট বিচৰা সমষ্টিৰ চুকেকোণে ঘূৰি ফুৰা দেখা গৈছে৷

ইফালে মমিনুৰ আৱালেও দলীয় নেতা আৰু প্ৰতীক অবিহনে সমষ্টিৰ বিভিন্ন প্ৰান্তত বেনাৰ-পোষ্টাৰ লগাই ফুৰা দেখা গৈছে৷ কথাটো স্পষ্ট হোৱা নাই যদিও ইকাণ সিকাণকৈ খবৰ ওলাইছে মমিনুৰ আৱালেও টিকট বিছাৰিব গোৱালপাৰা পূৱ সমষ্টিত৷

অৱশ্যে তৃণমূল কোনো ভেটি নথকা এনে নেতাৰ প্ৰাৰ্থীত্ব দিলে দলে বিপদত পৰাটো এক প্ৰকাৰ খাটাং বুলি চৰ্চা লাভ কৰিছে সমষ্টিত৷ সাধাৰণ জনতাই ৰাইজৰ কাম কৰিব পৰা মানসিকতাৰ নেতা বিছাৰে সেইফালৰ পৰা যুব নেতা দীপক নাথৰ নাম সমষ্টিত সঘনে উচ্চাৰিত হৈছে৷

মিত্ৰতাৰ সূত্ৰে এআইইউডিএফ দলেও সমষ্টিত প্ৰচাৰ চলাইছে৷এক বিশেষ সূত্ৰে জনোৱা মতে আগন্তুক নিৰ্বাচনত পূৱ গোৱালপাৰাৰ আসনখন এআইইউডিএফ-এ বিচৰাৰ সম্ভাৱনা আছে। অৱশ্যে এই আসন কংগ্ৰেছ দলে এৰি দিয়াৰ কোনো সম্ভাৱনা নাই৷

নীলমণি শৰ্মা

নীলমণি শৰ্মা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd