• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 16, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

গিৰিজানন্দ চৌধুৰী ইষ্টিটিউট অফ ফাৰ্মাচিউটিকেল চায়েঞ্চৰ উদ্যোগত স্ব-নিৰ্মিত হেণ্ড চেনিটাইজাৰ বিতৰণ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , May 8, 2020 1:42 pm

1 min read

গিৰিজানন্দ চৌধুৰী ইষ্টিটিউট অফ ফাৰ্মাচিউটিকেল চায়েঞ্চৰ উদ্যোগত স্ব-নিৰ্মিত হেণ্ড চেনিটাইজাৰ বিতৰণ
681
VIEWS
Share on FacebookShare on Twitter

সমগ্ৰ বিশ্বৰ লগতে ভাৰততো ক’ৰ’না ভাইৰাছৰ সংক্ৰমণে গুৰুতৰ ৰূপ ধাৰণ কৰাৰ সময়ত দেশৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে বিজাণুমুক্ত কৰা হেণ্ড চেনিটাইজাৰকে আদি কৰি বিভিন্ন সামগ্ৰী প্ৰস্তুত কৰি প্ৰশাসনক সহযোগিতাৰে সামাজিক দায়বদ্ধতাৰ পৰিছয় দাঙি ধৰিছে।

গুৱাহাটীৰ গিৰিজানন্দ চৌধুৰী ইষ্টিটিউট অফ ফাৰ্মাচিউটিকেল চায়েঞ্চৰ এন এছ এছ য়ুনিটে বিশ্ব স্বাস্থ্য সংস্থাৰ নিৰ্দেশনাবলী অনুসৰি নিজৰ পৰীক্ষাগাৰত এলকহলযুক্ত হেণ্ড চেনিটাইজাৰ প্ৰস্তুত কৰি উলিয়াইছে।

৭ মে’ত গিৰিজানন্দ চৌধুৰী ইষ্টিটিউটৰ কেম্পাছত অধ্যক্ষ ড০ গৌৰাংগ দাসৰ লগতে শিক্ষক সদস্য সকলে আজৰা অঞ্চলৰ ৰাইজৰ মাজত ২০০ ৰো অধিক চেনিটাইজাৰ বিতৰণ কৰাৰ লগতে ক’ৰ’নাৰ সজাগতা সম্বন্ধে ৰাইজক বিভিন্ন আভাস দিয়ে।

প্ৰতিষ্ঠানখনৰ তৰফৰ পৰা আজৰা আৰক্ষী চকীৰ আৰক্ষী বিষয়া আৰু জোৱান সকলৰ মাজতো চেনিটাইজাৰ বিতৰণ কৰে।

চেনিটাইজাৰ বিতৰণ কাৰ্য্যসূচীৰ সময়ত সকলোৱে সামাজিক দূৰত্ব মানি চলাৰ লগতে উপস্থিত ৰাইজকো সামাজিক দূৰত্ব মানি চলা সম্পৰ্কত সজাগ কৰে।

উল্লেখযোগ্য যে, গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অফ মেনেজমেণ্ট এণ্ড টেকনলজি আৰু ফাৰ্মাচিউটিকেল চায়েঞ্চে বিভিন্ন সময়ত সামাজিত দায়বদ্ধতাৰ পৰিছয় দি বিভিন্ন কাৰ্য্যসূচী গ্ৰহণ কৰি আহিছে।

Recent News

aa del

কলিয়াবৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা গঁড়ৰ আতংক

জম্মু-কাশ্মীৰত প্ৰৱেশৰ বাবে সীমান্তত বাহৰ পাতিছে ৩০০-৪০০ পাকিস্তানী সন্ত্ৰাসবাদীয়ে : স্থলসেনা প্ৰধান

জম্মু-কাশ্মীৰত প্ৰৱেশৰ বাবে সীমান্তত বাহৰ পাতিছে ৩০০-৪০০ পাকিস্তানী সন্ত্ৰাসবাদীয়ে : স্থলসেনা প্ৰধান

New-Project-20

বাৰ্ড ফ্লু সত্বেও অন্ধ্ৰপ্ৰদেশত প্ৰতি কিলো কুকুৰাৰ মাংসৰ দাম হৈছেগৈ ১০০০ টকা!

হৃদৰোগত আক্ৰান্ত হৈ হাৰ্দিক আৰু ক্ৰুণাল পাণ্ডেয়াৰ পিতৃৰ দেহাৱসান

হৃদৰোগত আক্ৰান্ত হৈ হাৰ্দিক আৰু ক্ৰুণাল পাণ্ডেয়াৰ পিতৃৰ দেহাৱসান

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd