DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, June 30, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কৰ’না অতিমাৰীৰ বাবে দিয়া লকডাউনৰ ফলত কৰুণ পৰিণতিৰ সন্মুখীন হৈছে হস্ততাঁত শিল্পীসকল

ইয়াছিন আলী by ইয়াছিন আলী
July 31, 2021 1:01 pm
IMG_20210731_113305

ফটো: নৰ্থইষ্ট নাও।

253
VIEWS
Share on FacebookShare on Twitter

কৰ’না অতিমাৰীৰ বাবে চৰকাৰে দিয়া লকডাউনৰ ফলত কাল অমানিশা নামি আহিছে সাধাৰণ জনতাৰ। একেদৰে পানীত হাঁহ নচৰা অৱস্থা হৈছে তাঁত শিল্পৰ কৰ্মীসকলৰ।

ক’ভিড ১৯ ৰ বাবে চৰকাৰে ঘোষণা কৰা আংশিক লকডাউনত অৰ্থনৈতিকভাৱে ক্ষতিগ্ৰস্ত হৈছে বঙাইগাঁও জিলাৰ নোৱাপাৰা গাওঁ পঞ্চায়তৰ বৰবাখৰা গাঁৱৰ হস্ত তাঁত শিল্পীসকল।

গাৱঁখনৰ অধিকাংশ পুৰুষ লোকে তাঁতশালৰ লগত জড়িত যদিও আংশিক লকডাউনৰ ফলত তেওঁলোক লোকচানৰ সন্মুখীন হৈছে।

পূৰ্বতে ৰাজ্যৰ বিভিন্ন ঠাইত তেওঁলোকে তৈয়াৰ কৰা কাপোৰ বিক্ৰী কৰি পৰিয়াল পোহপাল দিছিল যদিও এইবছৰ বিক্ৰী কৰিব নোৱাৰাত লোকচান ভৰিব লগা হৈছে।

চৰকাৰীভাৱে কোনো সহায় নাপালেও এই পুৰুষসকলে কিন্তু তথাপিও দিনে নিশাই তাঁত শালত ব্যস্ত হৈ তেওঁলোকৰ জীৱিকা নিৰ্বাহৰ বাবে তুমুল যুদ্ধ চলাই আছে। পিচে, আগতকৈ বেছি কষ্ট কৰিও লাভৱান হব পৰা নাই এই সকল পৰিয়াল।

সেয়ে অসম চৰকাৰ তথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আৰ্থিক সাহায্য আগবঢ়াবলৈ অনুৰোধ জনাইছে এই শিপিনী সকলে। চৰকাৰে এই সকল শিল্পীক সহায় কৰিলে নিশ্চিতভাবে তেওঁলোক লাভৱান হব পাৰিব।

Recent News

মণিপুৰৰ নোনিত ভয়াৱহ ভূমিস্খলন: দুই সেনা জোৱানসহ ছয় গৰাকীৰ মৃত্যু, কেইবাগৰাকীও সন্ধানহীন

মণিপুৰৰ নোনিত ভয়াৱহ ভূমিস্খলন: দুই সেনা জোৱানসহ ছয় গৰাকীৰ মৃত্যু, কেইবাগৰাকীও সন্ধানহীন

AASU protest: ৰাজ্যৰ বানপানী সমস্যাকলৈ বিশ্বনাথত আছুৰ বিক্ষোভ; আৰক্ষী প্ৰশাসনৰ বাধা

AASU protest: ৰাজ্যৰ বানপানী সমস্যাকলৈ বিশ্বনাথত আছুৰ বিক্ষোভ; আৰক্ষী প্ৰশাসনৰ বাধা

Cotton University: কটন বিশ্ববিদ্যালয়ৰ সাধাৰণ সম্পাদক অভিষেক মহন্তৰ বিজেপিত যোগদান

Cotton University: কটন বিশ্ববিদ্যালয়ৰ সাধাৰণ সম্পাদক অভিষেক মহন্তৰ বিজেপিত যোগদান

High-speed Aerial Target ‘Abhyas’

দেশীয়ভাৱে নিৰ্মিত ‘হাই-স্পীড এৰিয়েল টাৰ্গেট’ ‘অভ্যাস’ৰ সফল পৰীক্ষণ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd